Nitish Kumar saikia

Nitish Kumar saikia অতীতৰ বেয়া বোৰ পাহৰি যোৱা, বৰ্তমানক গুৰুত্ব দিয়া ভৱিষ্যত সুন্দৰ হব।

06/05/2024

আজি আমাৰ লীলাবাৰীস্থিত INFINITY STUDY CENTRE পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলৰ সম্বৰ্ধনা অনুস্থান। অনুস্থানটোত উপস্থিত থাকে লক্ষীমপুৰ পশু চিকিৎসালয় মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক নৱকৃষ্ণ ৰাজখোৱা ডাঙৰীয়া, APSC বিষয়া মাধুৰ্য্য দাস ডাঙৰীয়া, সাংবাদিক বন্ধু জিয়াউল আলি ডাঙৰীয়াৰ লগতে ছাত্ৰ ছাত্ৰী, শিক্ষকবন্ধু আৰু অভিভাৱকসকল। আমি সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিলো।

03/05/2024

INFINITY STUDY CENTRE

17/03/2024

Indus vally civilization

16/03/2024

সুত্ৰ প্ৰয়োগ নকৰাকৈ সৰল সুত নিৰ্নয় (SIMPLE INTEREST) FOR Assam police(UB/AB/SI), ADRE and other competitive exams
সম্পূৰ্ণ ভিডিঅ youtubeত 👇👇👇

13/03/2023
Admission going on
19/02/2023

Admission going on

Infinity.
01/02/2023

Infinity.

20/01/2023

মসৃন হবলৈ ঘঁহাৰ প্ৰয়োজন আৰু ঘহিবলৈ সময়ৰ প্ৰয়োজন।

শক্তি থকালৈকে দৌৰক আৰু দৌৰাৰ শক্তি কমি আহিলে খোজ কাঢ়ক। কিন্তু ৰৈ নিদিব।
18/01/2023

শক্তি থকালৈকে দৌৰক আৰু দৌৰাৰ শক্তি কমি আহিলে খোজ কাঢ়ক। কিন্তু ৰৈ নিদিব।

Address

North Lakhimpur
787001

Website

Alerts

Be the first to know and let us send you an email when Nitish Kumar saikia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category