15/08/2025
SCERT Assam য়ে বৰপেটাৰ DIET ত অনুস্থিত কৰা 35 সংখ্যক ৰাজ্যিক ভিত্তিত বাল বৈজ্ঞানিক প্ৰদৰ্শনীত PM Shri Govt. HS School Lakhimpur ৰ দলটিয়ে অংশগ্ৰহন কৰে।উক্ত অনষ্ঠানটোত আমাৰ দলটোৱে অসম চৰকাৰৰ মাননীয় শিক্ষা মন্ত্ৰী ডা: ৰনোজ পেগু ডাঙৰীয়াৰো সাক্ষাৎ লাভ কৰে।
দিনাংক: 8 আৰু 9 আগষ্ট, 2025