Comfort Learning

Comfort Learning Hello, my dear students! Welcome to your world of learning Maths! Hi, learners!

I'm so glad to be your Maths teacher in this course and I promise you will find it very interesting to learn online from your home.

20/07/2024
19/07/2023

লক্ষ্য ADRE 2.0

দানৱ বংশ (Danava Dynasty ) :

-> আমি অসমত ৰাজত্ব কৰা প্ৰথম বংশ বুলিলে দানৱ বংশকে বুজো ।

-> দানৱ বংশৰ প্ৰথম ৰজা আছিল মহিৰংগ দানৱ (Mahirangadanava)।

-> মহিৰংগ দানৱৰ ৰাজধানী (Capital) আছিল - মৈৰংক (Mairanka)

-> মহিৰংগ দানৱ (Mahirangadanava) আছিল অনাৰ্য (Non a***n) মূলৰ আৰু তেঁওক কিৰাট প্ৰমুখ (Kirat

Chief) বুলি জনা যায়।

-> মহিৰংগ দানৱৰ পৰৱৰ্তী শাসকবোৰ আছিল ক্ৰমে

1. হতকাসুৰ (Hatakasur )

2. সম্বাসুৰ (Sambasur )

3. ৰত্নাসুৰ (Ratnasur )

4. ঘটকাসুৰ (Ghatakasur)

-> দানৱ বংশৰ অন্তিম শাসক ঘটকাসুৰক (Ghatakasur) হত্যা কৰি ৰাজপাটৰ পৰা আতৰ কৰে নৰকাসুৰে (Narakasur) I

10/06/2023

দীপক হৈছে ৰবিৰ ভায়েক। ৰেখা হৈছে অতুলৰ
ভনীয়েক। আনহাতে ৰবি হৈছে ৰেখাৰ পুতেক।
সম্পৰ্কত দীপক ৰেখাৰ কোন হয় ?

(a) Father (দেউতাক)

(b) Nephew (ভতিজা)

(c) Son (পুতেক)

(d) Brother (ভায়েক)

10/06/2023

A হৈছে Bৰ ভগ্নী। C হৈছে Bৰ মাক। D হৈছে Cৰ দেউতাক। E হৈছে Dৰ মাক। তেন্তে A D
কোন হ'ব?

(a) Grandfather (ককা)

(b) Granddaughter (নাতিনী)

(c) Grandmother (আইতা)

(d) Daughter (কন্যা)

10/06/2023

ৰাহুলৰ মাক হৈছে মণিকাৰ দেউতাকৰ একমাত্ৰ কন্যা। মণিকাৰ স্বামী ৰাহুলৰ কোন হয় ?

(a) Father (পিতৃ)

(b) Uncle (খুড়া)

(c) Brother (ভাতৃ)

(d) Grandfather (ককা)

10/06/2023

ৰামে যদুক দেখুৱাই দি ক'লে— ‘তেওঁ মোৰ ভনীৰ একমাত্ৰ ভায়েকৰ ল'ৰা।' ৰাম, যদুৰ কি হয়?

(a) দেউতা

(b) পুত্র

(c) ভাই

(d) ককা

10/06/2023

'A' 'B' ৰ গিৰিয়েক। 'C' 'D'ৰ পত্নী। 'D' 'A'ৰ জোঁৱাই। 'B' 'C'ৰ কি হয়?

(a) মা

(c) দেউতা

(b) শাহু

(d) মাহী

10/06/2023

সীতা আৰু গীতা হৈছে গোলাপৰ পত্নী। ৰাণী 'হৈছে গীতাৰ সতীয়া জীয়েক। সীতা ৰাণীৰ কি হ'ব?

(a) মাহী মাক

(b) মাক

(c) শাহু আই

(d) ভগ্নী

10/06/2023

সীমাই এজন মানুহক দেখুৱাই ক'লে— ‘তেওঁ

হৈছে মোৰ মাৰ মাকৰ একমাত্ৰ পুত্ৰ। মানুহজন

সীমাৰ কি হ'ব।

(a) খুড়া

(b) পেহা

(c) মামা

(d) ভতিজা

10/06/2023

ৰাজুৱে এজনী ছোৱালীক দেখুৱাই ক'লে— তাই মোৰ আইতাৰ একমাত্ৰ পুত্ৰৰ জীয়েক।' ৰাজুৰ ছোৱালী জনীৰ লগত সম্পৰ্ক কি হব

(a) খুড়া

(b) দেউতা

(c) ভাই

(d) এটাও নহয়

Address

KB Road
North Lakhimpur

Alerts

Be the first to know and let us send you an email when Comfort Learning posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Comfort Learning:

Shortcuts

Share

Category