04/03/2022
⭐Design and Develop Your website at an affordable price
✅our website design and development service starts from ₹ 2599 Only.
_____________________________________
For more details You can contact Us - +91-8134987658
________________________________
✅ Design your Business website , Grocery delivery website , E-commerce website , News and Blog website
Ngo Website , Education website and many more.
___________________________________________
We make all type of website Depending upon your need and Requirements.
___________________________________________
✅ You will get Web Hosting, SSL Certificate and Business E-mail With Your website and Dedicated FREE Support for 1 Year.
_________________________________________
✅ Not Only that You will get one year free technical support for your website
_____________________________
✅ So what are you waiting for. Make your website today for your business and take your business online
03/01/2022
কলগাছিয়াত নতুন বছৰত জাৱৰ নিস্কাশন যন্ত্ৰ আৱিষ্কাৰ যুৱকৰ। মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ । জালুকবাৰীত বিনামূলীয়াকৈ এখন যন্ত্ৰ স্থাপন কৰাৰ সিদ্ধান্ত।
জনীয়া সমষ্টিৰ কলগাছিয়াত নতুনকৈ জাৱৰ নিস্কাশন যন্ত্ৰ আৱিষ্কাৰ কৰা হৈছে। এনে যন্ত্ৰ অসমত প্ৰথম আৱিষ্কাৰ কৰা হৈছে বুলি যন্ত্ৰটোৰ আৱিষ্কাৰক আয়নাল হকে এই প্ৰতিবেদকক জানিবলৈ দিয়ে । সেই মতে প্লাষ্টিকৰ পেলনীয়া সামগ্ৰী, ৰাস্তা, বজাৰ, নলা আদিত পেলনীয়া জাৱৰ - যথৰ, হস্পিতালত ব্যৱহৃত পেলনীয়া সামগ্ৰীকে আদি কৰি বিভিন্ন অলাগতিয়াল পেলনীয়া সামগ্ৰী বোৰক সঠিক প্ৰদূষণ মুক্ত পদ্ধতিৰে নিস্কাশন কৰা যন্ত্ৰ আৱিষ্কাৰ হোৱাৰ খবৰে শিক্ষা সচেতন মহলত ব্যাপক চৰ্চা আৰম্ভ হৈছে। ইতিমধ্যে উক্ত যন্ত্ৰ ক্ৰয় কৰাৰ বাবে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা যোগাযোগ কৰাৰ লগতে যুৱক সকলৰ এনে পদক্ষেপক আদৰণি জনাইছে ।
যন্ত্ৰটোৰ আৱিস্কাৰক আয়নাল হকে জানিবলৈ দি কয় যে এনে এখন যন্ত্ৰ মুখ্যমন্ত্ৰীৰ সমষ্টি জালুকবাৰীত বিনামূলীয়াকৈ দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ কামনা কৰি কয় যে এই জাৱৰ জোথৰ নিস্কাশন কৰা যন্ত্ৰটোৰ প্ৰতি যদি ৰাজ্য চৰকাৰে গুৰুত্ব প্ৰদান কৰে তেন্তে আৱিষ্কাৰক যুৱক সকলে লাভবান হব বুলি আশা প্ৰকাশ কৰিছে।
20/07/2021
ডিজিটাল নিউজ চ্যানেলৰ মালিক হব বিচৰা সকলৰ বাবে সুখবৰ :
Indilens Web Solutions এ আগবঢ়াইছে সোণোৱালী সুযোগ - Eid Ul Azha উপলক্ষে এই অফাৰ কেৱল ২৫ July লৈ সীমিত।
Get your news website for Free (T & C apply)
package includes:
1. Domain (.com) Free (1 year)
2. Server (share Hosting) Free (1 Year)
3. Branded email 100 nos Free
4. Design +Customization Free
5. Any MIL (Modern Indian Languages) supported.
T & C: Monthly server maintainance charge Rs 500 should be paid upfront (billing duration yearly)
Whatsapp : +91-9954639509