Bihubor High School

Bihubor High School Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Bihubor High School, School, Bihubor Bagan, Nazira.

Pariksha Pe Charcha 2024
29/01/2024

Pariksha Pe Charcha 2024

আপোনালোকৰ মৰম আৰু আশীৰ্বাদ  লৈ আৰু এখোজ আগৱাঢ়ি যোৱাৰ সাহস কৰিছো ।এই ৭বছৰ জীৱনযোৰাত আপোনালোকৰ প্ৰভাৱ মোৰ জীৱনত চিৰদিন থাক...
22/01/2024

আপোনালোকৰ মৰম আৰু আশীৰ্বাদ লৈ আৰু এখোজ আগৱাঢ়ি যোৱাৰ সাহস কৰিছো ।এই ৭বছৰ জীৱনযোৰাত আপোনালোকৰ প্ৰভাৱ মোৰ জীৱনত চিৰদিন থাকিব। আপোনালোক সদায় মোৰ মানসপটত জিলিকি থাকিব। বিহুবৰ উচ্চ মাধ্যমিক বিদ্যালয় সদায় শিক্ষাৰ জেউতিৰে উজলি উঠক আৰু লগতে বিহুবৰবাসী ৰাইজলৈয়ো মোৰ আন্তৰিক শুভকামনা সদায় থাকিব। -------- --- নিম্পী

1rst day Football matchBihubor High School with ChakimukhAnd we proudly announce that our Bihubor High School won the ma...
13/09/2023

1rst day Football match
Bihubor High School with Chakimukh
And we proudly announce that our Bihubor High School won the match.

05/09/2022
বিহুবৰ উচ্চ মাধ্যমিক বিদ্যালয়ত ৬১তম শিক্ষক দিৱস উদযাপন ০৫/০৯/২০২২আজি এই পবিত্ৰ ক্ষণত বিশ্বৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীলৈ ...
05/09/2022

বিহুবৰ উচ্চ মাধ্যমিক বিদ্যালয়ত ৬১তম শিক্ষক দিৱস উদযাপন ০৫/০৯/২০২২
আজি এই পবিত্ৰ ক্ষণত বিশ্বৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীলৈ শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

বিহুবৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰভাত ফেৰি যাত্ৰা তথা পতাকা উত্তোলন‌ মুহূৰ্তৰ কিছু ছবি।
13/08/2022

বিহুবৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰভাত ফেৰি যাত্ৰা তথা পতাকা উত্তোলন‌ মুহূৰ্তৰ কিছু ছবি।

The photos of students watching a film based on self awareness and child sexual abuse and some pictures of providing san...
22/06/2022

The photos of students watching a film based on self awareness and child sexual abuse and some pictures of providing sanitary pads to our students at Bihubor high school.

 #আজি আন্তৰ্জাতিক যোগ দিৱস #ঋষি মুনিসকলৰ দিনৰে পৰা যোগ সাধনা কৰি অহা আজি ভাৰতৰ লগতে বিশ্বৰ ১৭৪ খনৰো অধিক দেশে যোগ সাধনা ...
21/06/2022

#আজি আন্তৰ্জাতিক যোগ দিৱস #
ঋষি মুনিসকলৰ দিনৰে পৰা যোগ সাধনা কৰি অহা আজি ভাৰতৰ লগতে বিশ্বৰ ১৭৪ খনৰো অধিক দেশে যোগ সাধনা কৰে। যোগ হৈছে শৰীৰ আৰু মনক প্ৰণালীদ্ধভাৱে প্ৰশিক্ষণ দি শৰীৰ আৰু আত্মাৰ মাজত সংহতি আৰু ঐক্য স্থাপন কৰাই যোগ ।যোগৰ লক্ষ্য আৰু উদ্দেশ্য বেলেগ বেলেগ।বিশেষকৈ ছাত্ৰ-ছাত্ৰী সকলক যোগৰ দ্বাৰা নিৰোগী হৈ থাকি সুস্থ শৰীৰৰ লগতে এটা সুন্দৰ মনৰ অধিকাৰী হ'ব পাৰে যিহেতো এটা সুস্থ শৰীৰতহে সুস্থ মনৰ বিকাশ হ'ব পাৰে । ছাত্ৰ-ছাত্ৰীসকলৰ শাৰীৰিক ,মানসিক বিকাশৰ উদ্দেশ্যেৰে বিদ্যালয়ত যোগ দিৱস উদ্‌যাপনৰ কিছু আলোকচিত্ৰ:

 #বিহুবৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ২০২২ৱৰ্ষৰ গুণোৎসৱৰ কিছু স্থিৰ চিত্ৰ  # #২৫/০৫/২০২২    আজি দিনটোৰ বহি:মূল্যায়ক হিচাপে উপ...
25/05/2022

#বিহুবৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ২০২২ৱৰ্ষৰ গুণোৎসৱৰ কিছু স্থিৰ চিত্ৰ #
#২৫/০৫/২০২২
আজি দিনটোৰ বহি:মূল্যায়ক হিচাপে উপস্থিত থকা গড়গাওঁ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰৱক্তা শ্ৰী নিলোৎপল চুতীয়া ,পাতসাকোঁ জুনিয়ৰ কলেজৰ ইংৰাজী বিভাগৰ প্ৰৱক্তা শ্ৰী বিনোদ ফুকন ,মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক শ্ৰী সমীৰণ বৰা,বিদ্যালয়ৰ পৰিচালনা ও উন্নয়ণ সমিতিৰ সভানেত্ৰী ,উপসভাপতি ,মাতৃগোট, গাওঁপ্ৰধান,অভিভাৱক ,স্থানীয় ৰাইজ ,বিদ্যালয়ৰ প্ৰধান তথা শিক্ষক - শিক্ষয়িত্ৰী ,অতিথি শিক্ষক, ছাত্ৰ-ছাত্ৰী সকলোৱে দিনটো যি সহায় -সহযোগিতা আগবঢ়াই কামখিনি সুচাৰুৰূপে পালন কৰিলে সেয়েহে সকলোলৈকে বিহুবৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ফালৰ পৰা আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিলোঁ।

Morning Assembly at Bihubor High School
12/05/2022

Morning Assembly at Bihubor High School

30/04/2022
30/04/2022

Class activity based on ' Money Order Form'.

Address

Bihubor Bagan
Nazira

Website

Alerts

Be the first to know and let us send you an email when Bihubor High School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category