Naokata milan h.s school

Naokata milan h.s school Naokata Milan h.s school

Big shout out to my new rising fans! Big shout out to my new rising fans! Dhananjay Thakur
14/09/2024

Big shout out to my new rising fans! Big shout out to my new rising fans! Dhananjay Thakur

নাওকাটা অঞ্চলৰ উচ্চ শিক্ষানুষ্ঠান *নাওকাটা মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়* ৰ সন্মূখ ভাগ বোকা পানীৰে কদৰ্যময় হৈ পৰিছে যাৰ ...
17/05/2023

নাওকাটা অঞ্চলৰ উচ্চ শিক্ষানুষ্ঠান *নাওকাটা মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়* ৰ সন্মূখ ভাগ বোকা পানীৰে কদৰ্যময় হৈ পৰিছে যাৰ বাবে ছাত্ৰ-ছাত্ৰী সকলে অসুবিধাৰ সন্মূখীন হৈ পৰিছে ৷ বিহীত কাৰ্য ব্যৱস্থা গ্ৰহণৰ বাবে *বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টি গোচৰ কৰা হ'ল* ৷

𝙍𝙐𝙉 𝙊𝙁 𝙐𝙉𝙄𝙏𝙔 𝙉𝘼𝙊𝙆𝘼𝙏𝘼 𝙈𝙄𝙇𝘼𝙉 𝙃. 𝙎 𝙎𝘾𝙃𝙊𝙊𝙇
31/10/2022

𝙍𝙐𝙉 𝙊𝙁 𝙐𝙉𝙄𝙏𝙔 𝙉𝘼𝙊𝙆𝘼𝙏𝘼 𝙈𝙄𝙇𝘼𝙉 𝙃. 𝙎 𝙎𝘾𝙃𝙊𝙊𝙇

06/08/2021

:NOTICE:
ইয়াৰ দ্বাৰা জনোৱা হয় যে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তি 10 আগষ্টৰ পৰিবৰ্তে 20 আগষ্ট শুক্ৰবাৰে পুৱা 10 বজাৰ পৰা আৰম্ভ হব l গতিকে 10 তাৰিখে বিদ্যালয়ত নাহিবলৈ সকলোকে জনাই দিয়া হ'ল l দশম মান/বিদায়ী/দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰী সকলক নিজৰ সম্বন্ধীয়/চিনাকি সকলক খবৰ দিবলৈ অনুৰোধ জনালো l
অধ্যক্ষ

আমাৰ বিদ্যালয়ৰ মাননীয়  উপাধ্যক্ষ শ্ৰীযুত বিনয় কুমাৰ নাৰ্জৰী ছাৰৰ আজি চাকৰি কালৰ অন্তিম দিনৰ কিছু মুহুৰ্ত ।
31/05/2021

আমাৰ বিদ্যালয়ৰ মাননীয় উপাধ্যক্ষ শ্ৰীযুত বিনয় কুমাৰ নাৰ্জৰী ছাৰৰ আজি চাকৰি কালৰ অন্তিম দিনৰ কিছু মুহুৰ্ত ।

07/05/2021
03/05/2021

Address

Naokata

Telephone

+918638096849

Website

Alerts

Be the first to know and let us send you an email when Naokata milan h.s school posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Naokata milan h.s school:

Shortcuts

Share

Category