BVFC HS School,ব্ৰহ্মপুত্ৰ ভেলী সাৰ নিগম উচ্চতৰ মাধ্যমিক বিদ্যালয়, নামৰূপ

  • Home
  • India
  • Namrup
  • BVFC HS School,ব্ৰহ্মপুত্ৰ ভেলী সাৰ নিগম উচ্চতৰ মাধ্যমিক বিদ্যালয়, নামৰূপ

BVFC HS School,ব্ৰহ্মপুত্ৰ ভেলী সাৰ নিগম উচ্চতৰ মাধ্যমিক বিদ্যালয়, নামৰূপ The Brahmaputra Valley Fertilizer Corporation Higher secondary School ,Namrup

🎉 Proud Moment for BVFC Higher Secondary School, Namrup 🎉We are delighted to announce the outstanding performance of our...
29/04/2026

🎉 Proud Moment for BVFC Higher Secondary School, Namrup 🎉

We are delighted to announce the outstanding performance of our students in the Higher Secondary Examination.

✨ Arts Stream Pass Percentage: 94.23%
✨ Science Stream Pass Percentage: 67%

🌟 School Topper (Science Stream): Riya Gogoi 🌟

Congratulations to all our successful students for their hard work and dedication. Your achievement brings pride to our institution!
Wishing everyone a bright and successful future ahead. 💐

আজি বিদ্যালয়ত অনুষ্ঠিত কৰা শিশু দিৱসৰ ভাল লগা সময়বোৰ
14/11/2025

আজি বিদ্যালয়ত অনুষ্ঠিত কৰা শিশু দিৱসৰ ভাল লগা সময়বোৰ

আজি বিদ্যালয়ত সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ জন্ম শতবৰ্ষ উপলক্ষে প্ৰাৰ্থনা সভাত আয়োজিত অনুষ্ঠানৰ কিছু দৃশ্যাংশ
08/09/2025

আজি বিদ্যালয়ত সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ জন্ম শতবৰ্ষ উপলক্ষে প্ৰাৰ্থনা সভাত আয়োজিত অনুষ্ঠানৰ কিছু দৃশ্যাংশ

আজি বিদ্যালয়ত অনুষ্ঠিত কৰা নৱাগত আদৰণী সভাৰ ভাল লগা স্মৃতিখিনি সাঁচি থলোঁ।         আমন্ত্ৰিত মুখ্য অতিথি নামৰূপ মহাবিদ্য...
13/08/2025

আজি বিদ্যালয়ত অনুষ্ঠিত কৰা নৱাগত আদৰণী সভাৰ ভাল লগা স্মৃতিখিনি সাঁচি থলোঁ।

আমন্ত্ৰিত মুখ্য অতিথি নামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দুৰ্গা প্ৰসাদ গগৈ,সন্মানীয় অতিথি বসুন্ধৰা জাতীয় বিদ্যালয়ৰ অধ্যক্ষ তথা এই বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক শ্ৰীযুত চত্ৰ সিং দেউৰী আৰু গণশিল্পী,গীতিকাৰ,সুৰকাৰ অসম চৰকাৰৰ শিল্পী পেঞ্চনপ্ৰাপ্ত শ্ৰীযুত সূৰ্য ভাগৱতীদেৱৰ উপস্থিতিয়ে অনুষ্ঠানটি অতি গাম্ভীৰ্যপূৰ্ণ কৰি তুলিলে।তেখেতলোকৰ সাৰগৰ্ভ বক্তৃতাই ছাত্ৰ-ছাত্ৰীৰ লগতে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে।তেখেতলোকলৈ বিদ্যালয়ৰ হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

সমূহ শিক্ষক-শিক্ষয়িত্ৰীৰহৈ আৰতি গগৈয়ে দিয়া বক্তব্যই নিশ্চয়কৈ সকলোকে উৎসাহ দিছে।

সকলো শিক্ষক-শিক্ষয়িত্ৰী,কৰ্মচাৰী,বৰ্তমানৰ ছাত্ৰ একতা সভা,প্ৰাক্তন ছাত্ৰ একতা সভা তথা আমন্ত্ৰিত নামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ লগতে বিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰীৰ সহযোগত আজিৰ অনুষ্ঠানটি সুকলমে অনুষ্ঠিত হয়।সকলোলৈ আন্তৰিক সহযোগিতাৰ বাবে ধন্যবাদ জনালোঁ।

আজি বিদ্যালয়ত স্থানীয় সন্মানীয় বিধায়ক মহোদয় শ্ৰীযুত তৰংগ গগৈদেৱে নিযুত মইনা আঁচনি ২.০;২০২৫ৰ প্ৰ-পত্ৰ বিতৰণৰ সুন্দৰ মূহুৰ...
07/08/2025

আজি বিদ্যালয়ত স্থানীয় সন্মানীয় বিধায়ক মহোদয় শ্ৰীযুত তৰংগ গগৈদেৱে নিযুত মইনা আঁচনি ২.০;২০২৫ৰ প্ৰ-পত্ৰ বিতৰণৰ সুন্দৰ মূহুৰ্তবোৰ...এই বতৰাই ছাত্ৰীসকলৰ লগতে সকলোকে উৎসাহিত আৰু আনন্দিত কৰি তুলিছে।

05/07/2025
05/07/2025

আমাৰ বিদ্যালয়ে এই বৰ্ষৰ(২০২৫) গ্ৰীষ্মকালীন বন্ধত পৰীক্ষামূলকভাৱে সহবিদ্যায়তনিক বিষয়ত অলপ শিক্ষণৰ উদ্দেশ্যে পাঁচদিনীয়া এটি বিশেষ শ্ৰেণী আৰম্ভ কৰে।সংগীত,আবৃত্তি আৰু নৃত্য,এই বিষয় কেইটা সামৰি আমাৰ বিদ্যালয়ৰ চাৰিগৰাকী শিক্ষয়িত্ৰীয়ে অতি সুন্দৰভাৱে আমাৰ ছাত্ৰ- ছাত্ৰীসকলক এই দিশত আগুৱাই নিবলৈ সক্ষম হৈছে।ছাত্ৰ-ছাত্ৰীসকলৰ আগ্ৰহ দেখিও খুউব ভাল লাগিল।বিদ্যালয়ৰ শিক্ষয়িত্ৰী সংগীতা,গীতাঞ্জলী,জয়শ্ৰী আৰু দিপালীলৈ বহুত মৰম আৰু ধন্যবাদ জনালোঁ।

সেই শ্ৰেণীসমূহৰ অলপ স্মৃতি সাঁচি থলোঁ

আজি বিদ্যালয়ত বিশ্ব পৰিৱেশ দিৱস পালনৰ কেইখনমান ছবি
05/06/2025

আজি বিদ্যালয়ত বিশ্ব পৰিৱেশ দিৱস পালনৰ কেইখনমান ছবি

।। আমাৰ বিদ্যালয়ৰ সৰস্বতী পূজাৰ কিছু ভাল লগা ছবি।।
03/02/2025

।। আমাৰ বিদ্যালয়ৰ সৰস্বতী পূজাৰ কিছু ভাল লগা ছবি।।

Address

BVFCL
Namrup
786623

Opening Hours

Monday 9am - 4pm
Tuesday 9am - 4pm
Wednesday 9am - 4pm
Thursday 9am - 4pm
Friday 9am - 4pm
Saturday 9am - 2pm

Alerts

Be the first to know and let us send you an email when BVFC HS School,ব্ৰহ্মপুত্ৰ ভেলী সাৰ নিগম উচ্চতৰ মাধ্যমিক বিদ্যালয়, নামৰূপ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category