Anwarul Uloom Madrasa, Larkuchi

Anwarul Uloom Madrasa, Larkuchi Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Anwarul Uloom Madrasa, Larkuchi, Middle School, Larkuchi PHC Road, Nalbari.

সমূহ ইছলাম দৰদী ধৰ্ম প্ৰান ৰাইজৰ উপস্থিতিৰ লগতে সহায়-সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰা হ'ল। আমিন।
17/04/2026

সমূহ ইছলাম দৰদী ধৰ্ম প্ৰান ৰাইজৰ উপস্থিতিৰ লগতে সহায়-সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰা হ'ল। আমিন।

16/04/2026

:: *জাননী* ::
আচ্ছালামু আলাইকুম,
ছালাম গ্ৰহণ কৰিব। ইয়াৰ দ্বাৰা সমূহ ইছলাম দৰদী ভাই বন্ধু সকলক জনোৱা যায় যে অহা ১৯/০৪/২০২৬ ইংৰাজী তাৰিখ ৰবিবাৰে ৰাতিপুৱা ১০:০০ (দহ) বজাত আনৱাৰুল উলুম মাদ্ৰাছা (লাৰকুছি)ৰ এখন সাধাৰণ সভা আহ্বান কৰা হৈছে। গতিকে উক্ত সভাত সমূহ ইছলাম দৰদী ভাই বন্ধু সকলৰ লগতে মাদ্ৰাছাৰ হিতাকাংক্ষী সকলৰ উপস্থিতিৰ লগতে সহায়- সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰা হ'ল। ইতি-
ভৱদীয়,
সভাপতি/সম্পাদক
আনৱাৰুল উলুম মাদ্ৰাছা, লাৰকুছি

স্থান: মাদ্ৰাছা প্ৰাংগন, লাৰকুছি।
তাৰিখ: ১৯/০৪/২০২৬ ইংৰাজী ৰবিবাৰ।
সময়: ৰাতিপুৱা ১০:০০ (দহ) বজাত।

*আলোচ্য বিষয়:*
১/ যোৱা বছৰৰ হিচাপ- নিকাচ পাঠ আৰু গ্ৰহণ।
২/ পূৰণা কমিটীৰ পদত্যাগ আৰু নতুন কমিটী গঠন।
৩/ অন্যান্য আৰু সভা ভংগ।

ছালাম গ্ৰহণ কৰিব। তলত দিয়া QR Code নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত ২নং লাৰকুছি গাঁওত অৱস্থিত আনৱাৰুল উলুম মাদ্ৰাছ...
06/01/2026

ছালাম গ্ৰহণ কৰিব। তলত দিয়া QR Code নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত ২নং লাৰকুছি গাঁওত অৱস্থিত আনৱাৰুল উলুম মাদ্ৰাছা, লাৰকুছি দ্ধীনি শিক্ষাৰ প্ৰতিষ্ঠান। এই দ্ধীনি শিক্ষাৰ প্ৰতিষ্ঠান খন সম্পূৰ্ণ ৰাইজৰ দান-বৰঙনিৰ ওপৰত নিৰ্ভৰশীল। দূখীয়া ছাত্ৰ সকলৰ খোৱা-লোৱা, শিক্ষক সকলৰ দৰমহা, বিদ্যুৎ বিল, বিল্ডিং নিৰ্মাণ আদি ক্ষেত্ৰত প্ৰতি মাহে মাদ্ৰাছা পৰিচালনা কৰিবলৈ যথেষ্ট পূজিৰ প্ৰয়োজন। সেয়ে তলত দিয়া মাদ্ৰাছাৰ নিজ নামত থকা বেংক একাউণ্টৰ QR Code ৰ জৰীয়তে সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ পৰা আৰ্থিক অনুদান বিচৰা হৈছে। আশা কৰোঁ আপোনালোকে দান/ বৰঙণি আগবঢ়াই অসীম ছোৱাবৰ ভাগী হব লগতে পৰকালৰ সম্বল সঞ্চয় কৰিব। আল্লাহু আমিন।

26/12/2025

আজি ২৬/১২/২০২৫ ইংৰাজী তাৰিখ শুক্ৰবাৰে আনৱাৰুল উলুম মাদ্ৰাছা (লাৰকুছি) ৰ দ্বিতীয় বিল্ডিঙৰ প্ৰথম মহলাৰ ছাদৰ ঢালাই নিৰ্মাণ নিৰ্মাণ কাৰ্য্য পূৰ্ণ গতিত চলি আছে। সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ পৰা আৰ্থিক সাহায্য/দান খয়ৰাত আৰু সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰা হ'ল। আমিন।

আচ্ছালামু আলাইকুম,আপোনাক/আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে, পৰম কৰুণাময় মহান আল্লাহৰ বৰকতত আজি  ২৬/১২/২০২৫ ইংৰাজী তাৰি...
26/12/2025

আচ্ছালামু আলাইকুম,
আপোনাক/আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে, পৰম কৰুণাময় মহান আল্লাহৰ বৰকতত আজি ২৬/১২/২০২৫ ইংৰাজী তাৰিখ শুক্ৰবাৰে ৰাতিপুৱা ৯:০০ বজাত আনৱাৰুল উলুম মাদ্ৰাছা, লাৰকুছিৰ নৱ নিৰ্মিয়মান দ্বিতীয় বিল্ডিঙৰ প্ৰথম মহলাৰ ছাদ ঢালাই নিৰ্মাণৰ কাম শুভ উদ্বোধন কৰা হয় ও বিশ্ব শান্তিৰ বাবে সামূহিক দোৱা কৰা হয়। আজিৰ এই উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কুকাৰপাৰ আঞ্চলিক হাফিজীয়া মাদ্ৰাছাৰ প্ৰধান শিক্ষক মাননীয় হাফিজ জামাল উদ্দিন আহমেদ চাহেব।
# আনৱাৰুল উলুম মাদ্ৰাছা, লাৰকুছি #
জিলা _নলবাৰী_অসম

আচ্ছালামু আলাইকুম,ইয়াৰ দ্বাৰা আপোনাক/আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে, পৰম কৰুণাময় মহান আল্লাহৰ ওপৰত ভৰসা কৰি অহা কা...
25/12/2025

আচ্ছালামু আলাইকুম,
ইয়াৰ দ্বাৰা আপোনাক/আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে, পৰম কৰুণাময় মহান আল্লাহৰ ওপৰত ভৰসা কৰি অহা কালি ২৬/১২/২০২৫ ইংৰাজী তাৰিখ শুক্ৰবাৰে ৰাতিপুৱা ৯:০০ বজাত আনৱাৰুল উলুম মাদ্ৰাছা, লাৰকুছিৰ নৱ নিৰ্মিয়মান দ্বিতীয় বিল্ডিঙৰ প্ৰথম মহলাৰ ছাদ ঢালাই কৰিবলৈ মনস্থ কৰিছো লগতে ৰাতিপুৱা ৯:০০ বজাত সমূসীয়া দোৱাৰ আয়োজন কৰা হৈছে। উক্ত ছাদ ঢালাই অনুষ্ঠানত আপোনাক/আপোনালোকক সাদৰে নিমন্ত্ৰণ জনালো। ধন্যবাদ
# আনৱাৰুল উলুম মাদ্ৰাছা, লাৰকুছি #

22/12/2025
ছালাম গ্ৰহণ কৰিব। ইয়াৰ দ্বাৰা সমূহ ধৰ্মপ্ৰাণ ৰাইজক জনোৱা যায় যে চলিত মাহৰ ২৬/১২/২০২৫ ইংৰাজী তাৰিখ শুক্ৰবাৰে ৰাতিপুৱা ৯...
20/12/2025

ছালাম গ্ৰহণ কৰিব। ইয়াৰ দ্বাৰা সমূহ ধৰ্মপ্ৰাণ ৰাইজক জনোৱা যায় যে চলিত মাহৰ ২৬/১২/২০২৫ ইংৰাজী তাৰিখ শুক্ৰবাৰে ৰাতিপুৱা ৯ বজাত আনৱাৰুল উলুম মাদ্ৰাছা (লাৰকুছি)ৰ দ্বিতীয় খন বিল্ডিংৰ প্ৰথম মহলাৰ ছাদৰ ঢালাইৰ নিৰ্মাণৰ কাম প্ৰায় ৮০ শতাংশ সম্পূৰ্ণ হৈছে। গতিকে সমূহ ধৰ্মপ্ৰাণ ৰাইজক উক্ত অনুষ্ঠানত উপস্থিত থাকি অসীম ছোৱাবৰ ভাগী হ'বলৈ আহ্বান জনালোঁ। আল্লাহ হাফিজ।
# আনৱাৰুল উলুম মাদ্ৰাছা,লাৰকুছি #
@ নলবাৰী অসম #

Address

Larkuchi PHC Road
Nalbari
781138

Website

Alerts

Be the first to know and let us send you an email when Anwarul Uloom Madrasa, Larkuchi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category