বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়

  • Home
  • India
  • Nalbari
  • বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়

বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, School, Belsor, Nalbari.

আজি আমাৰ Retail Trade বিষয়ৰ ছাত্ৰছাত্ৰী সকলে Practically বজাৰত গৈ বস্তু সামগ্ৰীবোৰৰ বিক্ৰীমূল্য সম্পৰ্কে ক্ষেত্ৰ অধ্যয়ন...
08/09/2026

আজি আমাৰ Retail Trade বিষয়ৰ ছাত্ৰছাত্ৰী সকলে Practically বজাৰত গৈ বস্তু সামগ্ৰীবোৰৰ বিক্ৰীমূল্য সম্পৰ্কে ক্ষেত্ৰ অধ্যয়ন কৰে৷ বৰ্তমান সময়ত আমি স্বাৱলম্বিতাৰ শিক্ষা লৈ বৃত্তিমুখী হোৱাতো অতীব প্ৰয়োজন৷ আশাকৰোঁ আমাৰ ছাত্ৰছাত্ৰী সকলে হাতে কামে এই শিক্ষা গ্ৰহণ কৰি বাস্তৱিক পৃথিৱীখনত সঠিক দিশত আগবাঢ়ি যাব৷

শিক্ষক দিৱস উপলক্ষে আজি আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে সমূহ শিক্ষাগুৰুকে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে শুভকামনা তথা আশীৰ্বাদ গ্ৰ...
05/09/2026

শিক্ষক দিৱস উপলক্ষে আজি আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে সমূহ শিক্ষাগুৰুকে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে শুভকামনা তথা আশীৰ্বাদ গ্ৰহণ কৰে৷ আজিৰ এই শুভ দিনটোত আমি ছাত্ৰ ছাত্ৰীসকলৰ উজ্বল ভৱিষ্যৎ কামনা কৰিলোঁ৷ লগতে শিক্ষাগুৰুসৱলৈও শিক্ষক দিৱসৰ অভিনন্দন আৰু ওলগ জনালোঁ৷ Happy Teachers Day 2026.

15/08/2026

আটাইলৈ আমাৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷

আজি আমাৰ দেশ ভাৰতবৰ্ষৰ  ৮০ সংখ্যক স্বাধীনতা দিৱসৰ পৱিত্ৰ ক্ষণত সমগ্ৰ দেশবাসীৰ লগতে আমাৰ বিদ্যালয়তো আমাৰ শৈক্ষিক প্ৰধান ৰ...
15/08/2026

আজি আমাৰ দেশ ভাৰতবৰ্ষৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ পৱিত্ৰ ক্ষণত সমগ্ৰ দেশবাসীৰ লগতে আমাৰ বিদ্যালয়তো আমাৰ শৈক্ষিক প্ৰধান ৰাজেশ মজুমদাৰ ছাৰে জাতীয় পতাকা উত্তোলন কৰে৷ লগতে সমূহ ছাত্ৰছাত্ৰী আৰু শিক্ষাগুৰুৱে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰে৷ আজিৰ এই দিনটোত দেশৰ স্বাধীনতাৰ বাবে আত্মবলিদান দিয়া মহান বীৰসকলক আমি গভীৰ শ্ৰদ্ধাৰে সোৱৰিছোঁ। আহক, আমি সকলোৱে দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে ঐক্যবদ্ধভাৱে কাম কৰাৰ সংকল্প লওঁ।

জয় হিন্দ 🇮🇳

কাইলৈ আমাৰ দেশৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আজি আমাৰ শিক্ষাগুৰু আৰু ছাত্ৰছাত্ৰী সকলোৱে মিলি বিদ্যালয় প্ৰাংগণত চাফ চিকুণতা...
14/08/2026

কাইলৈ আমাৰ দেশৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আজি আমাৰ শিক্ষাগুৰু আৰু ছাত্ৰছাত্ৰী সকলোৱে মিলি বিদ্যালয় প্ৰাংগণত চাফ চিকুণতাৰ বাবে এক কাৰ্য্যসূচী পালন কৰে৷ আটাইলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ৷

14/08/2026

আমি প্ৰতিজ্ঞা কৰোঁ যে -

14/08/2026
নিচামুক্ত এখন সমাজ গঢ়াৰ বাবে, বিকশিত ভাৰতবৰ্ষ নিৰ্মাণৰ বাবে আৰু আমাৰ ভৱিষ্যত প্ৰজন্মৰ মাজত সজাগতা বৃদ্ধিৰ বাবে আজি আমাৰ ...
14/08/2026

নিচামুক্ত এখন সমাজ গঢ়াৰ বাবে, বিকশিত ভাৰতবৰ্ষ নিৰ্মাণৰ বাবে আৰু আমাৰ ভৱিষ্যত প্ৰজন্মৰ মাজত সজাগতা বৃদ্ধিৰ বাবে আজি আমাৰ বিদ্যালয়ত প্ৰজাপিতা ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়ৰ বেহেনজী সকলে এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰে৷ আজিকালি মাদকদ্ৰব্যৰ অবাধ প্ৰচলনে আমাৰ সমাজৰ বহু পৰিয়ালক আৰু ব্যক্তিক নিশেষ কৰি পেলাইছে৷ এনে সময়ত বেহেনজীসকলে আগবাঢ়ি আহি এই সজাগতা সভা অনুষ্ঠিত কৰাৰ বাবে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ৷

Observation of deworming day today in our school premises-
10/08/2026

Observation of deworming day today in our school premises-

আজি আমাৰ বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত ছাত্ৰছাত্ৰী কেইগৰাকীক আমাৰ শ্ৰদ্...
07/08/2026

আজি আমাৰ বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত ছাত্ৰছাত্ৰী কেইগৰাকীক আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু মনোজ কলিতা ছাৰৰ উদ্যোগত একো একোখন কিতাপেৰে পুৰস্কৃত কৰা হয় ৷ ছাত্ৰছাত্ৰীসকলক উৎসাহিত কৰিবলৈ তথা তেওঁলোকৰ মাজত কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিবলৈ কলিতা ছাৰে এই পদক্ষেপ গ্ৰহণ কৰে ৷

Address

Belsor
Nalbari
781335

Telephone

9085881642

Website

Alerts

Be the first to know and let us send you an email when বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়:

Shortcuts

Share

Category