Sankardev VIDYA Nikentan, Bahrghat

Sankardev VIDYA Nikentan, Bahrghat it is a well known non government educational institution

28/01/2022
১০০% উৰ্ত্তীণৰে সাফল্যৰ নিৰিবিছিন্ন ধাৰা অক্ষু্ণ্ণ ৰখা শংকৰদেৱ বিদ্যা নিকেতন বাহাৰঘাট ৰ ৩২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ফলাফল👍
06/06/2020

১০০% উৰ্ত্তীণৰে সাফল্যৰ নিৰিবিছিন্ন ধাৰা অক্ষু্ণ্ণ ৰখা শংকৰদেৱ বিদ্যা নিকেতন বাহাৰঘাট ৰ ৩২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ফলাফল👍

শংকৰদেৱ বিদ্যা নিকেতন বাহাৰঘাট ... অইন বেলিৰ দৰে এই বেলিও গৌৰৱ কঢ়িয়াই আনিছে সমগ্ৰ বৰভাগ অঞ্চললৈ .... সমগ্ৰ অসমৰ ভিতৰতে ...
06/06/2020

শংকৰদেৱ বিদ্যা নিকেতন বাহাৰঘাট ... অইন বেলিৰ দৰে এই বেলিও গৌৰৱ কঢ়িয়াই আনিছে সমগ্ৰ বৰভাগ অঞ্চললৈ .... সমগ্ৰ অসমৰ ভিতৰতে নৱম স্থান প্ৰাপ্ত
ৈশ্য
#মাচুম_মেহতাব
তেওঁলোকৰ ফলাফলত গৌৰৱান্বিত বৃহত্তৰ বাহাৰঘাট অঞ্চল ... এই ছেগতে স্থান প্ৰাপ্ত দুজনৰ লগতে নিকেতনলৈ গৌৰৱ কঢ়িয়াই প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীলৈ অভিনন্দন জ্ঞাপন কৰিছো |
লগতে এই ফলাফলৰ আঁৰত থকা নিকেতনৰ প্ৰধানাচাৰ্য #তিলক_তালুকদাৰ দেৱ প্ৰমূখ্যে প্ৰতিগৰাকী নিষ্ঠাবান আচাৰ্য-আচাৰ্যালৈ সশ্ৰদ্ধ প্ৰণাম জনাইছো | আপোনালোকৰ এই ত্যাগ সঁচাকৈয়ে অতুলনীয় |

16/04/2020

এই গ্ৰূপৰ প্ৰতিগৰাকী সদস্যলৈ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালো ....বহাগে আনক আশাৰ বতৰা ...নাশ হওঁক মহামাৰী ....সূচনা হওঁক এক নতুন সময়ৰ , য'ত মানৱতা হ'ব শ্ৰেষ্ঠ ধৰ্ম...🙏🙏

শংকৰদেৱ বিদ্যা নিকেতন , বাহাৰঘাটৰ ২০১৯ বৰ্ষৰ পৰীক্ষাৰ্থী সকলৰ সফল ফলাফল ...শুভেচ্ছা থাকিল...জীৱনৰ প্ৰথম খোজত নিজৰ পৰিয়াল...
15/05/2019

শংকৰদেৱ বিদ্যা নিকেতন , বাহাৰঘাটৰ ২০১৯ বৰ্ষৰ পৰীক্ষাৰ্থী সকলৰ সফল ফলাফল ...শুভেচ্ছা থাকিল...জীৱনৰ প্ৰথম খোজত নিজৰ পৰিয়ালৰ লগতে সমগ্ৰ বৰভাগ অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা বাবে...

শংকৰদেৱ বিদ্যা নিকেতন বাহাৰঘাটৰ ২৫ বছৰীয়া বৰ্ণিল পৰিক্ৰমাৰ অন্তত নিকেতনৰ ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰকাশ পোৱা স্মৃত...
23/03/2019

শংকৰদেৱ বিদ্যা নিকেতন বাহাৰঘাটৰ ২৫ বছৰীয়া বৰ্ণিল পৰিক্ৰমাৰ অন্তত নিকেতনৰ ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰকাশ পোৱা স্মৃতি গ্ৰন্থ খনৰ বেটুপাত....

গৌৰৱৌজ্জল ২৫ টা বছৰ পাৰ কৰা নিকেতনখনৰ ৰূপালী জয়ন্তীৰ সামৰণি সমাৰোহৰ কেইটামান বিশেষ দৃশ্য.....জয়তু শংকৰদেৱ বিদ্যা নিকেতন ...
08/01/2019

গৌৰৱৌজ্জল ২৫ টা বছৰ পাৰ কৰা নিকেতনখনৰ ৰূপালী জয়ন্তীৰ সামৰণি সমাৰোহৰ কেইটামান বিশেষ দৃশ্য.....জয়তু শংকৰদেৱ বিদ্যা নিকেতন বাহাৰঘাট....

ধন্যবাদেৰে     জ্যোতিৰ্ময় গাৰ্গ যুটীয়া সম্পাদক ( প্ৰাক্তন ছাত্ৰ ভাৰতী )
06/12/2018

ধন্যবাদেৰে
জ্যোতিৰ্ময় গাৰ্গ
যুটীয়া সম্পাদক ( প্ৰাক্তন ছাত্ৰ ভাৰতী )

শংকৰদেৱ বিদ্যা নিকেতন বাহাৰঘাটত কৰ্মৰত প্ৰধানাচাৰ্য প্ৰমূখ্যে আমাৰ শ্ৰদ্ধাৰ আচাৰ্য-আচাৰ্যা সকলৰ লগতে নিকেতনত কৰ্মৰত অইন ...
07/10/2018

শংকৰদেৱ বিদ্যা নিকেতন বাহাৰঘাটত কৰ্মৰত প্ৰধানাচাৰ্য প্ৰমূখ্যে আমাৰ শ্ৰদ্ধাৰ আচাৰ্য-আচাৰ্যা সকলৰ লগতে নিকেতনত কৰ্মৰত অইন কৰ্মচাৰী সকল....

আমাৰ আটাইতকৈ আপোন , শিক্ষাৰ দুৱাৰ মূখ স্বৰূপ বিদ্যালয় খনে বহু তিতা-মিঠা সপোন বুকুত বান্ধি গৌৰৱোজ্জল ২৫ টা বছৰ সম্পূৰ্ণ ক...
02/09/2018

আমাৰ আটাইতকৈ আপোন , শিক্ষাৰ দুৱাৰ মূখ স্বৰূপ বিদ্যালয় খনে বহু তিতা-মিঠা সপোন বুকুত বান্ধি গৌৰৱোজ্জল ২৫ টা বছৰ সম্পূৰ্ণ কৰিলে....উক্ত ক্ষণটোক জীৱনৰ আটাইতকৈ বিশেষ দিন হিচাপে লৈ মধুৰতকৈ ও মধুৰ কৰি তোলাৰ বাবে প্ৰতিজন প্ৰাক্তন ছাত্ৰ-ছাত্ৰী , প্ৰাক্তন আচাৰ্য-আচাৰ্যা আৰু শুভকাংক্ষী সকলৰ উপস্থিতি আৰু সহায়-সহযোগিতা নিকেতনৰ প্ৰধানাচাৰ্য প্ৰমূখ্যে আচাৰ্য-আচাৰ্যা সকল আৰু প্ৰাক্তন ছাত্ৰ ভাৰতীৰ সমূহ বিষয়ববীয়াই আন্তৰিকতাৰে কামনা কৰিছে....জয়তু শংকৰদেৱ বিদ্যা নিকেতন বাহাৰঘাট |
ভৱদীয়
জ্যোতিৰ্ময় গাৰ্গ
যুটীয়া সম্পাদক , প্ৰাক্তন ছাত্ৰ ভাৰতী

Address

Bilpar Narikuchi Street
Nalbari
781350

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Telephone

+919613913785

Alerts

Be the first to know and let us send you an email when Sankardev VIDYA Nikentan, Bahrghat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category