31/05/2026
আজি আমাৰ বাবে অতি সুখবৰ যে আমাৰ মৰমৰ ছাত্ৰী সাগৰিকা কলিতাই ২০২৫-২০২৬ একাডেমিক বৰ্ষৰ মাৰ্চ মাহত হৈ যোৱা প্ৰতিভা সন্ধানী পৰীক্ষাত নলবাৰী জিলাৰ ভিতৰত প্ৰথম স্থান পাবলৈ সক্ষম হৈছে। বিদ্যালয় খনৰ পৰা মুঠ আঠ গৰাকী ছাত্ৰ ছাত্ৰীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল। আটাইৰে উজ্জল ভৱিষ্যত কামনা কৰিলোঁ, লগতে সাগৰিকা লৈ আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা অশেষ শুভকামনা জনালোঁ।
ধন্যবাদ
৩১-০৫-২০২৬