থমনা বীণাপাণি হাইস্কুল, থমনা::বাক্সা ::অসম।।

  • Home
  • India
  • Nalbari
  • থমনা বীণাপাণি হাইস্কুল, থমনা::বাক্সা ::অসম।।

থমনা বীণাপাণি হাইস্কুল, থমনা::বাক্সা ::অসম।। Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from থমনা বীণাপাণি হাইস্কুল, থমনা::বাক্সা ::অসম।।, School, THAMNA BINAPANI HIGH SCHOOL :: THAMNA DIST :BAKSA ::, Nalbari.

14/08/2025

ভাৰতবৰ্ষৰ ৭৯ তম্ স্বাধীনতা দিৱস (২০২৫)ৰ বাবে থমনা বীণাপাণি হাইস্কুলৰ প্ৰস্তুতি পৰ্ব 🌸🎉🌸

01/04/2025
2025-26 শিক্ষা বৰ্ষৰ শুভ (প্ৰথম দিন 01-04-205) মূহুৰ্তত ছাত্ৰ ছাত্ৰী সকলৰ আনুষ্ঠানিক কিতাপ বিতৰণৰ লগতে অসমৰ  মাননীয় মুখ্...
01/04/2025

2025-26 শিক্ষা বৰ্ষৰ শুভ (প্ৰথম দিন 01-04-205) মূহুৰ্তত ছাত্ৰ ছাত্ৰী সকলৰ আনুষ্ঠানিক কিতাপ বিতৰণৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী বৃন্দলৈ পঠিওৱা আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু বিহুৱানৰো বিতৰণ কৰা হয়। State Academic Council, Assam এ অনুস্থিত কৰা Talent search Examination - 2024 ত বাক্সা জিলাৰ ভিতৰত প্ৰথম স্থান লাভ কৰা একমাত্ৰ থমনা বীণাপাণি হাইস্কুলৰ আমাৰ সকলোৰে মৰমৰ ছাত্ৰ শ্ৰীমান প্ৰিয়ব্ৰত মদাহী আৰু BTR চৰকাৰৰ তৰফৰ পৰা ISRO ভ্ৰমণৰ সুবিধা লাভ কৰিব পৰা বাক্সা জিলাৰ একমাত্ৰ থমনা বীণাপাণি হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ শ্ৰীমান জুমন দাসৰ আজি আনুষ্ঠানিক সম্বৰ্ধনা অনুস্থান। 💐❤️💐

থমনা বীণাপাণি হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ শ্ৰীমান জুমন দাসৰ আজি ISRO যাত্ৰা 🤚👍🤚 তেওঁৰ যাত্ৰা শুভ হোৱাৰ কামনাৰে @ #@ উদ্দ...
24/03/2025

থমনা বীণাপাণি হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ শ্ৰীমান জুমন দাসৰ আজি ISRO যাত্ৰা 🤚👍🤚 তেওঁৰ যাত্ৰা শুভ হোৱাৰ কামনাৰে @ #@ উদ্দেশ্য সফল হওঁক 👉👉👉

GUNOTSAV-2025THAMNA BINAPANI HIGH SCHOOL ON 22-01-2025
27/01/2025

GUNOTSAV-2025
THAMNA BINAPANI HIGH SCHOOL ON 22-01-2025

EDUCATIONAL EXCURSION UNDER R A A ON 10-01-2025 TO GUWAHATI FROM THAMNA BINAPANI HIGH SCHOOL :BAKSA (BTR) ASSAM
10/01/2025

EDUCATIONAL EXCURSION UNDER R A A ON 10-01-2025 TO GUWAHATI FROM THAMNA BINAPANI HIGH SCHOOL :BAKSA (BTR) ASSAM

EDUCATIONAL EXCURSIONUNDER R A AON 10-01-2025GUWAHATIFROM THAMNA BINAPANI HIGH SCHOOL:BAKSA (BTR) ASSAM UDISE 1824020721...
10/01/2025

EDUCATIONAL EXCURSION
UNDER R A A
ON 10-01-2025
GUWAHATI
FROM THAMNA BINAPANI HIGH SCHOOL:BAKSA (BTR) ASSAM
UDISE 18240207210.

Address

THAMNA BINAPANI HIGH SCHOOL :: THAMNA DIST :BAKSA ::
Nalbari
781377

Website

Alerts

Be the first to know and let us send you an email when থমনা বীণাপাণি হাইস্কুল, থমনা::বাক্সা ::অসম।। posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category