নৱোদয় জাতীয় বিদ্যালয় ,নাৰায়ণপুৰ,মুকালমুৱা

  • Home
  • India
  • Nalbari
  • নৱোদয় জাতীয় বিদ্যালয় ,নাৰায়ণপুৰ,মুকালমুৱা

নৱোদয় জাতীয় বিদ্যালয় ,নাৰায়ণপুৰ,মুকালমুৱা Come to learn,go to serve❤️🙏

20/06/2026
আজি 20 জুন,শনিবাৰে অসমী আইৰ সু-সন্তান কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি নৱোদয় জাতীয় বিদ্যালয়,...
20/06/2026

আজি 20 জুন,শনিবাৰে অসমী আইৰ সু-সন্তান কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি নৱোদয় জাতীয় বিদ্যালয়, নাৰায়ণপুৰ,মুকালমুৱা পৰিয়ালবৰ্গই সৰ্বগুনাকৰ কলাগুৰু শীৰ্ষকেৰে ৰাভা দিৱস পৰ্বটি উলহ-মালহেৰে পালন কৰে । ৰাভাদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন তথা পুষ্পাঞ্জলি অৰ্পন কৰা হয়। এই দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কুইজ প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা আৰু ৰাভা সংগীত প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰীৰ মাজত এটি প্ৰতিযোগিতাৰ মনোভাৱ গঢ়ি তোলা হয়। উক্ত অনুষ্ঠানটিত সকলো ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহনে অনুষ্ঠানৰ সকলো কাৰ্যসূচী সফল ৰূপায়ন হয়।

আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমাৰ  বিদ্যালয়ত বৃক্ষৰোপন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচীৰ জৰিয়তে প্ৰাকৃতিক সম্পদ...
05/06/2026

আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমাৰ বিদ্যালয়ত বৃক্ষৰোপন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচীৰ জৰিয়তে প্ৰাকৃতিক সম্পদৰ সংৰক্ষন,প্ৰাকৃতিক সম্পদৰ ধ্বংসলীলা হ্ৰাস তথা পৰিৱেশ সংৰক্ষণ আৰু সেউজীয়া পৰিৱেশ গঢ়ি তোলাৰ বাবে সকলোকে সজাগ আৰু সচেতন হোৱাৰ বাবে আহ্বান জনালোঁ।

05-06-2026

লাউপাৰা হাইস্কুলৰ অৱসৰী  শিক্ষক তথা  নৱোদয় জাতীয় বিদ্যালয় ,নাৰায়ণপুৰ-মুকালমুৱাৰ প্ৰতিষ্ঠাপক অধ্যক্ষ শ্ৰদ্ধাৰ উপেন্দ্ৰনাথ...
29/03/2026

লাউপাৰা হাইস্কুলৰ অৱসৰী শিক্ষক তথা নৱোদয় জাতীয় বিদ্যালয় ,নাৰায়ণপুৰ-মুকালমুৱাৰ প্ৰতিষ্ঠাপক অধ্যক্ষ শ্ৰদ্ধাৰ উপেন্দ্ৰনাথ মেধি ছাৰে যোৱাকালি (28-03-2026 ইং তাৰিখ পুৱতি নিশা 3 বজা) হঠাৎ আমাৰ মাজৰ পৰা অজান দেশলৈ গুছি যায়।
শিক্ষাব্ৰতী,সমাজহিতৈষী খুৱ সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী মেধি ছাৰৰ আত্মাই চিৰশান্তি লাভ কৰক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।লগতে নৱোদয় জাতীয় বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷
🙏🏽
ঔঁম শান্তি😰😰

আমাৰ ভৱিষ্যত।❤️আমাৰ  গৌৰৱ ।❤️
24/02/2026

আমাৰ ভৱিষ্যত।❤️
আমাৰ গৌৰৱ ।❤️

Best of luck to all🌹🌹Date: 10/02/2026
09/02/2026

Best of luck to all🌹🌹
Date: 10/02/2026

 #অভিভাৱকসভা তাং-০৭-০২-২০২৬ ইং
07/02/2026

#অভিভাৱকসভা
তাং-০৭-০২-২০২৬ ইং

সমগ্ৰ দেশবাসীক ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।🙏🙏  #২৬-০১-২০২৬ ইং।
26/01/2026

সমগ্ৰ দেশবাসীক ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।🙏🙏
#২৬-০১-২০২৬ ইং।

সৰস্বতী পূজা উদ্‌যাপন।তাং-২৩-০১/২০২৬ ইং । 🙏
23/01/2026

সৰস্বতী পূজা উদ্‌যাপন।
তাং-২৩-০১/২০২৬ ইং ।
🙏

Address

Narayanpur, Mukalmua
Nalbari
781126

Website

Alerts

Be the first to know and let us send you an email when নৱোদয় জাতীয় বিদ্যালয় ,নাৰায়ণপুৰ,মুকালমুৱা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category