ITI,Nalbari Branch.Bidyapur

ITI,Nalbari Branch.Bidyapur Our Motto is Technical Education for All

06/06/2020

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ সমূহ ছাত্ৰ-ছাত্ৰীলৈ আই.টি.আই,নলবাৰী শাখা(বিদ্যাপুৰ)ৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনালো ৷

27/04/2020
27/04/2020
07/04/2020

শ্ৰদ্ধাৰ ফেচবুক বন্ধু,আই.টি.আই,নলবাৰী শাখা,বিদ্যাপুৰৰ ফালৰ পৰা আপোনালৈ বিনম্ৰ অনুৰোধ,আপুনি যদি সামৰ্থবান হয়,তেতিয়াহ'লে চৰকাৰৰ এই সম্পূৰ্ণ লকডাউন প্ৰক্ৰিয়া মানি চলি আপোনাৰ ঘৰৰ ওচৰৰ মাত্ৰ দুইৰ পৰা তিনিটা দুখীয়া পৰিয়ালক আপোনাৰ সামৰ্থ অনুযায়ী সহায় কৰাৰ সংকল্প লওঁক ৷আহক আমি সকলোৱে মিলি অকমান হ'লেও সহায়ৰ হাত আগবঢ়াই সমাজ তথা দেশৰ বিপদৰ সময়ত হাতে হাত ধৰি আগবাঢ়ো ৷ চৰকাৰে আমাৰ জনসাধাৰণৰ বাবে দিনে ৰাতি বহুত কষ্ট কৰি আছে ৷ আমি অলপ হ'লেও এই বিপদৰ সময়চোৱাত চৰকাৰৰ সহায়ৰ হাত হ'ব নোৱাৰোনে ?
বি:দ্ৰ- ১)সমগ্ৰী বিলোৱাৰ নামত লকডাউন ভংগ নকৰিব ৷
২)কেৱল ঘৰৰ ওচৰৰ পৰিয়ালকহে বাছি লওঁক ৷
৩) সামাজিক দূৰত্ব বজাই ৰাখিব ৷
৪) নিজৰ সাৱধানতা অৱলম্বন কৰক ৷

03/04/2020

ঘৰত থাকক সুৰক্ষিত থাকক

Some of our activities
13/07/2019

Some of our activities

11/07/2019

আই.টি.আই,নলবাৰী শাখা (বিদ্যাপুৰ)ত নামভৰ্তি চলি আছে ।
যোগাযোগ -7002381351/ 9085549656

09/07/2019

আই.টি.আই,নলবাৰী শাখাত অট'মোবাইল ইঞ্জিনিয়াৰিং,ইলেকট্ৰিচিয়ান,ইলেকট্ৰ'নিকচ,ফেচন ফটোগ্ৰাফী,বিউটিচিয়ান,মটৰ ড্ৰাইভিং ইত্যাদি পাঠ্যক্ৰমৰ নামভৰ্তি চলি আছে ।
যোগাযোগ- 9085549656,7002381351,8724975742

Address

Bidyapur (Near Bidyapur Post Office)
Nalbari
781335

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 6pm
Thursday 9am - 6pm
Friday 9am - 6pm

Telephone

+917002381351

Alerts

Be the first to know and let us send you an email when ITI,Nalbari Branch.Bidyapur posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to ITI,Nalbari Branch.Bidyapur:

Shortcuts

Share

Category