NO2 ARARA LPS

NO2 ARARA LPS No2Arara lps

বিদ্যালয়ৰ নামফলক আৰু বিভাগে যোগান ধৰা আৰ্থিক অনুদানৰে ছোৱালীৰ শৌচগাৰ মেৰামতি কৰি ব্যৱহাৰৰ কাৰণে উপযোগী কৰি তোলা হয়৷এই সক...
11/10/2025

বিদ্যালয়ৰ নামফলক আৰু বিভাগে যোগান ধৰা আৰ্থিক অনুদানৰে ছোৱালীৰ শৌচগাৰ মেৰামতি কৰি ব্যৱহাৰৰ কাৰণে উপযোগী কৰি তোলা হয়৷এই সকলো কামখিনি কৰাত বিদ্যালয়ৰ শিক্ষক/শিক্ষয়িত্ৰী সকলে যথেষ্ট সহযোগ কৰিছে৷বিভাগে যোগান ধৰা আৰ্থিক অনুদান সঠিক ভাৱে ব্যৱহাৰ কৰিব পাৰি নিজকে যথেষ্ট সুখ অনুভৱ কৰিছো৷ সকলোকে ধন্যবাদ জনাইছো৷

For Celebration of The Birth Centenary Dr Bhupen Hazarika No2 Arara LPS
08/09/2025

For Celebration of The Birth Centenary Dr Bhupen Hazarika No2 Arara LPS

Teacher Day Celebration No2Arara LPS
05/09/2025

Teacher Day Celebration No2Arara LPS

79 Independent day Celebration of Our School.Happy for independent everyone.
15/08/2025

79 Independent day Celebration of Our School.Happy for independent everyone.

আমাৰ বিদ্যালয়ৰ শিক্ষক/ শিক্ষয়এী সকল আৰু ছাত্ৰছাত্ৰীৰ (Ecco& Club)ৰ সহযোগত গঢ়লৈ উঠা গছ-গছনি কেইজোপাৰ কেইজোপা মানহে দিলো৷
27/06/2025

আমাৰ বিদ্যালয়ৰ শিক্ষক/ শিক্ষয়এী সকল আৰু ছাত্ৰছাত্ৰীৰ (Ecco& Club)ৰ সহযোগত গঢ়লৈ উঠা গছ-গছনি কেইজোপাৰ কেইজোপা মানহে দিলো৷

আমাৰ বিদ্যালয়ৰ Ecco& Club ৰ সহযোগত গঢ়ি উঠা ফুলনিৰ বাগিছাৰ কিছু অংশ৷
27/06/2025

আমাৰ বিদ্যালয়ৰ Ecco& Club ৰ সহযোগত গঢ়ি উঠা ফুলনিৰ বাগিছাৰ কিছু অংশ৷

আমাৰ বিদ্যালয়ৰ শাকপাচলি বাগিছাৰ কিছু অংশ৷বিদ্যালয়ৰ শিক্ষক/ শিক্ষয়এী সকল আৰু ছাত্ৰছাত্ৰী সকলৰ  সহযোগত শাকপাচলিৰ বাগিছাখন ...
27/06/2025

আমাৰ বিদ্যালয়ৰ শাকপাচলি বাগিছাৰ কিছু অংশ৷বিদ্যালয়ৰ শিক্ষক/ শিক্ষয়এী সকল আৰু ছাত্ৰছাত্ৰী সকলৰ সহযোগত শাকপাচলিৰ বাগিছাখন গঢ় উঠিছে৷

International Yoga Celebration Day At our School.
21/06/2025

International Yoga Celebration Day At our School.

৫জুন ২০২৫ তাৰিখে বিশ্ব পৰিবেশ উপলক্ষে বিদ্যালয়ত ৰোপণ কৰা গছপুলিৰ কিছু অংড°———————
20/06/2025

৫জুন ২০২৫ তাৰিখে বিশ্ব পৰিবেশ উপলক্ষে বিদ্যালয়ত ৰোপণ কৰা গছপুলিৰ কিছু অংড°———————

20/06/2025

ৰাভা দিৱস উপলক্ষে আমাৰ বিদ্যালয়ৰ সংগীতানুষ্ঠানৰ কিছু অংশ———

ৰাভা দিৱস উপলক্ষে বিদ্যালয়ত অনুষ্ঠিত কৰা অনুষ্ঠান সমূহৰ কিছু অংশ
20/06/2025

ৰাভা দিৱস উপলক্ষে বিদ্যালয়ত অনুষ্ঠিত কৰা অনুষ্ঠান সমূহৰ কিছু অংশ

Address

Nalbari
781335

Website

Alerts

Be the first to know and let us send you an email when NO2 ARARA LPS posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category