Global Academy

Directions

Global Academy Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Global Academy, School, Sapkata, (Boruwaputa) Mukalmua, Nalbari.

জয় জুবিন দা
19/09/2026

জয় জুবিন দা

19/09/2026
07/05/2026

Recreation time 🎉👫😄

1 st day of school at Global Academy
01/04/2026

1 st day of school at Global Academy

I've just reached 100 followers! Thank you for continuing support. I could never have made it without each one of you. 🙏...
28/03/2026

I've just reached 100 followers! Thank you for continuing support. I could never have made it without each one of you. 🙏🤗🎉

অলপতে আমাৰ গ্লোবেল একাডেমীৰ উদ্যোগত শিক্ষক শিক্ষয়িত্ৰীৰ এটা গ্ৰুপে দুদিন ধৰি ছাত্ৰ ছাত্ৰীৰ গৃহ পৰিদৰ্শন কাৰ্যসূচী ৰূপায...
02/07/2025

অলপতে আমাৰ গ্লোবেল একাডেমীৰ উদ্যোগত শিক্ষক শিক্ষয়িত্ৰীৰ এটা গ্ৰুপে দুদিন ধৰি ছাত্ৰ ছাত্ৰীৰ গৃহ পৰিদৰ্শন কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ। এনে কাৰ্যসূচী পালন কৰিবলৈ যাওঁতে আমি পানী ভৰা উপনৈ নাৱেৰে পাৰ হ'ব লগা হৈছিল। নিজৰ সন্তানক মানুহ কৰিবলৈ বাৰিষাৰ বোকা পানী গচকি বাট কুৰি বাই পিতৃ -মাতৃয়ে সন্তানৰ হকে কৰা পৰিশ্ৰম দৰ্শন কৰি অভিভূত হৈছিলোঁ।
গৃহ পৰিদৰ্শন কালত ছাত্ৰ ছাত্ৰীৰ পিতৃ -মাতৃ তথা অভিভাৱক অভিভাৱিকা সকলৰ আন্তৰিক সহযোগ আৰু আতিথ্যই আমাক মুগ্ধ কৰাৰ লগতে আমাৰ দায়বদ্ধতাক বাৰে বাৰে মনত পেলাই দিছিল।এই আপাহতে, গ্লোবেল একাডেমীৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিজন পিতৃ -মাতৃ তথা অভিভাৱক-অভিভাৱিকাক আমি গ্লোবেল একাডেমীৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

অধ্যক্ষ
গ্লোবেল একাডেমী
সাপকাটা, মুকালমুৱা

Address

Sapkata, (Boruwaputa) Mukalmua
Nalbari
781126

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Website

Alerts

Be the first to know and let us send you an email when Global Academy posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category