শংকৰদেৱ শিশু/ বিদ্যা নিকেতন, নলবাৰী

  • Home
  • India
  • Nalbari
  • শংকৰদেৱ শিশু/ বিদ্যা নিকেতন, নলবাৰী

শংকৰদেৱ শিশু/ বিদ্যা নিকেতন, নলবাৰী Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from শংকৰদেৱ শিশু/ বিদ্যা নিকেতন, নলবাৰী, School, Nalbari.

22/04/2020

Former students of Sankardev Sishu Bidya Niketan, Nalbari distributes food items among needy people Sankardev Sishu Bidya Niketan, Nalbari

18/03/2019
আজি অনুষ্ঠিত প্ৰাক্তন ছাত্ৰ ভাৰতীৰ "ষষ্ঠ বাৰ্ষিক সাধাৰণ সভা"
13/01/2019

আজি অনুষ্ঠিত প্ৰাক্তন ছাত্ৰ ভাৰতীৰ "ষষ্ঠ বাৰ্ষিক সাধাৰণ সভা"

উপস্থিতি কামনাৰে
13/01/2019

উপস্থিতি কামনাৰে

মনত পৰে
02/02/2018

মনত পৰে

12/01/2018
শ্ৰদ্ধাভাজনেষু,শীত আচ্ছাদিত নমস্কাৰ গ্ৰহণ কৰিব ।শংকৰদেৱ শিশু/ বিদ্যা নিকেতন, নলবাৰীৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ গভীৰ আন্তৰিক...
09/01/2018

শ্ৰদ্ধাভাজনেষু,

শীত আচ্ছাদিত নমস্কাৰ গ্ৰহণ কৰিব ।

শংকৰদেৱ শিশু/ বিদ্যা নিকেতন, নলবাৰীৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ গভীৰ আন্তৰিকতা তথা বিদ্যালয়ৰ প্ৰতি থকা আনুগত্যৰ ফলত যোৱা ২০১৪ চনৰ ১০ জানুৱাৰী তৰিখে “প্ৰাক্তন ছাত্ৰ ভাৰতী”খন গঠন হৈছিল ।নিচেই চালুকীয়া অৱস্থাৰে আহি আহি এই অনুস্থানটিয়ে চাৰিটা বছৰ অতিক্ৰম কৰিলে । সেই উপলক্ষে অহা ১২ জানুৱাৰী, ২০১৮ ইং তাৰিখে দিনৰ ১২.৩০ বজাৰ পৰা“বাৰ্ষিক সাধাৰণ সভা”খন আয়োজন কৰা হৈছে । আমি এই সভাত আপুনি সমন্বিতে সকলো প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সহযোগিতা কামনা কৰিছোঁ । আশা কৰোঁ আপুনি আমাৰ এই প্ৰচেষ্টালৈ সঁহাৰি জনাব ।

এই সভাত-

১/ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি কৰা হ'ব (এখনকৈ পাচপোৰ্ট ফটো আৰু শুভেচ্ছামূলক বৰঙণি ৫০/- লগত লৈ আহিব)

২/ বৰ্তমানৰ কাৰ্যকৰী সমিতিখন নতুনকৈ গঠন কৰা হ’ব ।

৩/ গীত-কবিতা-নৃত্যৰ অনুষ্ঠান । (আপুনিও অংশ ল’ব পাৰে । কেৱল পূৰ্বে সম্পাদকক যোগাযোগ কৰিব)

ধন্যবাদেৰে,

প্ৰাক্তন ছাত্ৰ ভাৰতী, ২০১৬-২০১৮
শংকৰদেৱ শিশু/ বিদ্যা নিকেতন, নলবাৰী

(ফোন কৰিব পাৰে- ৯৭০৬৮৬৩১০৮ নম্বৰত)

Reunion 2017  Hazarika memorial children's Park, Nalbari
13/01/2017

Reunion 2017 Hazarika memorial children's Park, Nalbari

13/01/2017

Address

Nalbari
781335

Website

Alerts

Be the first to know and let us send you an email when শংকৰদেৱ শিশু/ বিদ্যা নিকেতন, নলবাৰী posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category