23/03/2026
✅🌟 নতুন নাম ভৰ্তি চলি আছে ২০২৬-২৭! 🌟
School Udise: 18070103703.
শ্ৰদ্বেয় অঞ্চলবাসী শিক্ষানুৰাগী অভিভাৱক- অভিভাৱিকা তথা সচেতন ৰাইজক জনাবলৈ পাই সুখী হৈছো যে, নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ঘোৰাথাল (ঘৰুৱাবাহা) গাওঁৰ চাৰিআলি কনকলতা জাতীয় বিদ্যালয় নামেৰে এখন অসমীয়া মাধ্যমৰ প্ৰাইভেট স্কুলত স্থাপিত কৰা হৈছিল।
📚 আঞ্চলিক জাতীয় বিদ্যালয় ২০২৬-২৭ শিক্ষাবৰ্ষৰ বাবে নতুন ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তি আৰম্ভ হৈছে। গুণগত শিক্ষাৰ লগতে সামগ্ৰিক বিকাশৰ বাবে আপোনাৰ সন্তানক আজিয়েই নামভৰ্তি কৰক!
নৱবৰ্ষ ২০২৬-২৭ শিক্ষা বৰ্ষৰ নাম ভৰ্ত্তিৰ প্ৰ-পত্ৰ দি থকা হৈছে। বিশেষকৈ আমাৰ এই বৃহত্তম অঞ্চলৰ শিক্ষাৰ বিকাশ সাধন হেতুকে অভিজ্ঞ শিক্ষক শিক্ষয়িত্ৰী সকলোৰ দ্বাৰা নিয়মিত পাঠদান দিয়াৰ প্ৰতিশ্ৰুতিৰে আমি আপোনালোকৰ ল'ৰা ছোৱালীক সু-শিক্ষিত কৰাৰ আশাৰে আপোনালোক সকলোৰে সহায় সহযোগিতা ও সময়োপয়োগী গঠন মূলক পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিছোঁ।
📍 বিদ্যালয়ৰ ঠিকনা:
গাওঁ: ঘোৰাথাল (ঘৰুৱাবাহা), ডাকঘৰ: মুগদী, থানা: মুকালমুৱা, জিলা: নলবাৰী, ৰাজ্য: অসম, ডাক নং : ৭৮১৩১২
🎓 ভৰ্তি শ্ৰেণী সমূহ:
অংকুৰৰ পৰা নৱম শ্ৰেণীলৈ
✅ আমাৰ বিদ্যালয়ত আপোনালোকৰ সন্তান কিয় নাম ভৰ্তি কৰাব..?
👉 অৰ্হতা সম্পন্ন আৰু অভিজ্ঞ শিক্ষক-শিক্ষয়িত্ৰীৰ ।
👉 ছাত্ৰকেন্দ্ৰিক শিক্ষাৰ পদ্ধতি।
👉 সহ-পাঠ্যক্রমিক আৰু অতিৰিক্ত কার্যকলাপ ।
👉 নিৰাপদ আৰু সুস্থ পৰিবেশ।
👉। শৃংখলা, নৈতিকতা আৰু জ্ঞানৰ বিকাশত গুৰুত্ব প্ৰদান।
📢 এতিয়াই নামভৰ্তি কৰক!
নামভৰ্তি সম্পৰ্কীয় যিকোনো তথ্যৰ বাবে বিদ্যালয় পৰিদৰ্শন কৰক বা আমাক সংযােগ কৰক।
🗞️ আমাৰ উপলব্ধ সুবিধা সমূহ:
➡️ গুণগত আৰু উন্নত শিক্ষা কৰাটো আমাৰ প্ৰধান আৰু মূল লক্ষ্য।
➡️ দুৰ্বল ছাত্ৰ ছাত্ৰীক ব্যক্তিগত ভাৱে চিনাক্তকৰণ কৰি উন্নতি কৰাৰ বাবে নিদান মূল পাঠ দানৰ ব্যৱস্থা।
➡️ প্ৰতি সপ্তাহত CLASS TEST অনুষ্ঠিত কৰা।
➡️ প্ৰতি মাহৰ ১-৩ তাৰিখৰ ভিতৰত এবাৰ কৈ অভিভাৱক অভিৱৰ্তন সভা আয়োজন কৰা।
➡️ অভিভাৱক আৰু ছাত্ৰ - ছাত্ৰীৰ লগত নিয়মিত যোগাযোগ কৰা।
➡️ নিয়মিত HOME VISIT কৰা।
📞 যােগাযােগ: +91 9365045942.
📧 [email protected]
🗞️ আমাৰ উপলব্ধ সুবিধা সমূহ:
💻 অনলাইন নাম ভৰ্তি লিংক: https://form.svhrt.com/6717c914ea86e87ddc630376
সীমিত আসন উপলব্ধ—এতিয়াই আবেদন কৰক!
বিঃ দ্ৰঃ-🧑🦽 অংকুৰৰ পৰা নৱম শ্ৰেণীলৈ বিকলংগ ছাত্ৰ-ছাত্ৰীৰ সকলৰ বাবে বিনামূলীয়াকৈ পাঠদান কৰোৱা হয়।