09/09/2025
সুধাকণ্ঠ ড. ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী উপলক্ষ্যে বৰ্ণালী ডেন্স একাডেমী আৰু পাগ্লাপেইৰা গুষ্ঠিয়ে ৮ ছেপ্তেম্বৰ,২০২৫ তাৰিখ সোমবাৰে সন্ধিয়া ৬-৩০ বজাৰ পৰা "ভূপেন্দ্ৰ স্মৰণ" অনুষ্ঠান আয়োজিত কৰে । কাজি পাৰাৰ কনকলতা সভাঘৰত গীত - নৃত্য - কবিতাৰে উদযাপিত হয় "ভূপেন্দ্ৰ স্মৰণ" । অনুষ্ঠানত উপস্থিত থাকে পাগ্লাপেইৰা গুষ্ঠিৰ উদ্যোক্তা সকল ক্ৰমে Ajit Mahanta , Binoy Kumar Mazumdar , নবজ্যোতি পাঠক , নবৰত্ন পাটোৱাৰী , Santanu Sarma Meghali Devi , মনোজ দাস,Debajit Barman লগতে উপস্থিত থাকে বিশিষ্ট সাংবাদিক শশাংক শৰ্মা, জিতেন শৰ্মা , বজ্ৰঙ্গী লাল খেমকা, কমল শৰ্মা ,লেখক কমল নয়ন মিশ্ৰ, নিতুল দত্ত , Ajit Ajit Rajbangshi , কমল কুমাৰী জৈন, কণ্ঠ শিল্পী নিশান্ত ভাস্কৰ ,বৰ্ণালী ডেন্স একাডেমীৰ শিল্পীসকল ,অভিভাৱক সকল আৰু গুণী জ্ঞানী ব্যক্তি সকল ।