Rising Star Art And Cultural School

Rising Star Art And Cultural School School Opened At 13th March 2022 In Ghograpar, Nalbari, Assam

27/03/2024

ৰাইজিং ষ্টাৰ আৰ্ট এণ্ড কালচাৰেল তৰফৰ পৰা বিহুনাচৰ কৰ্মশালালৈ সকলোকে আমন্ত্ৰণ জনালোঁ।।

অহাকালি অনুষ্ঠিত হবলগীয়া চিত্ৰাংকন প্ৰতিযোগিতাত আগ্ৰহী সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব ।                                    ...
30/09/2023

অহাকালি অনুষ্ঠিত হবলগীয়া চিত্ৰাংকন প্ৰতিযোগিতাত আগ্ৰহী সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব । 'ক' শাখা -অংকুৰৰ পৰা ক্লাচ ৩ লৈ
'খ' শাখা - ক্লাচ ৪ ৰ পৰা ক্লাচ ৭ লৈ
'গ' শাখা -ক্লাচ ৮ ৰ পৰা ক্লাচ ১০ লৈ

 #নমস্কাৰ_ৰাইজসকল 🙏            আজিৰে পৰা নতুন উদ্যমেৰে প্রতিটো প্ৰশিক্ষণ আৰম্ভ হৈছে, আগ্ৰহীসকলে নামভৰ্তি কৰিব পাৰিব, প্ৰ...
06/05/2023

#নমস্কাৰ_ৰাইজসকল 🙏
আজিৰে পৰা নতুন উদ্যমেৰে প্রতিটো প্ৰশিক্ষণ আৰম্ভ হৈছে, আগ্ৰহীসকলে নামভৰ্তি কৰিব পাৰিব, প্ৰতিগৰাকীয়ে বিনামূলীয়াকৈ নামভৰ্তি কৰিব পাৰিব।
#আমাৰ_কাৰ্যসূচী_সমূহ_হৈছে:-
১/ প্ৰতি শনিবাৰে আবেলি ৩.৩০ বজাৰ পৰা আধুনিক নৃত্যৰ প্ৰশিক্ষণ দিয়া হব।
২/ প্ৰতি দেওবাৰে পুৱা ৯.৩০ বজাৰ পৰা পুৱা ১১.০০ বজালৈ ঢোল বাদ্যৰ প্ৰশিক্ষণ, তাল আৰু পেঁপাৰো প্ৰশিক্ষণ দিয়া হব।
৩/ প্ৰতি দেওবাৰে পুৱা ১১.০০ বজাৰ পৰা ১২.৩০ বজালৈ চিত্ৰাংকনৰ প্ৰশিক্ষণ দিয়া হব।
৪/ প্ৰতি দেওবাৰে আবেলি ৩.০০ বজাৰ পৰা ৪.৩০ বজালৈ সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ দিয়া হব।
৫/ প্ৰতি দেওবাৰে আবেলি ৪.৩০ বজালৈ ৬.০০ বজালৈ বিহু নৃত্যৰ প্ৰশিক্ষণ দিয়া হব।

11/04/2023

প্ৰথম আৰু দ্বিতীয় বাৰ্ষিক বিহু নাচ, বিহু বাদ্য আৰু
বিহু নামৰ কৰ্মশালাৰ স্মৃতি।

যোৱাবছৰ ১৩.০৩.২০২২; ৰাইজিং ষ্টাৰ আৰ্ট এণ্ড কালচাৰেল স্কুলখনৰ সত্ৰীয়া নৃত্যৰ শুভ উদ্বোধন কৰে  #বিহু_সম্ৰাজ্ঞী_২০২১  #মৌচু...
11/04/2023

যোৱাবছৰ ১৩.০৩.২০২২;
ৰাইজিং ষ্টাৰ আৰ্ট এণ্ড কালচাৰেল স্কুলখনৰ সত্ৰীয়া নৃত্যৰ শুভ উদ্বোধন কৰে #বিহু_সম্ৰাজ্ঞী_২০২১ #মৌচুমী_বৰাই 💐 তেখেতলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ 🙏

Address

Katakia, Ghograpar
Nalbari
781369

Opening Hours

Saturday 3pm - 6pm
Sunday 10am - 6pm

Telephone

+917399050209

Website

Alerts

Be the first to know and let us send you an email when Rising Star Art And Cultural School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Rising Star Art And Cultural School:

Shortcuts

Share

Category