Learning 360

Learning 360 Building your Career

11/04/2025

We are thrilled to inform you all that the students appeared for the HSLC exam 2024-25 from Learning 360 coaching center, scored the excellent results.✨️🥳🥳🥳🥳🥳🥳
Thanks to all faculties and students for their tremendous hard work and dedications towards the LEARNING 360.



Today 14/02/2025, we, some of the member of Anajori Development Society visited the students of Learning360 in their pla...
14/02/2025

Today 14/02/2025, we, some of the member of Anajori Development Society visited the students of Learning360 in their places and has given them best wishes👍👍 and greetings💐for their upcoming HSLC examination from tomorrow

16/01/2025

------------📌🎁ভাল খৱৰ🔔📢--------------

এইবেলি আমাৰ কোৎচিংৰ নতুন শাখা কাচিমপুৰ গাওত আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছো । এক নতুন সংলাপ আৰু বহল দৃষ্টিভংগিৰে শিক্ষা সমাজখন আৰু এখোজ আগুৱাই লৈ যাবলৈ আমি সাজু ।

আহক সকলোৱে । যোগদান কৰক আমাৰ সতে ।

আমাৰ পাঠদান-
> অষ্টম শ্ৰেণী
> নৱম শ্ৰেণী
> দশম শ্ৰেণীৰ বাবে

বিষয় -
১/ বিজ্ঞান
২/ গণিত
৩/ ইংৰাজী

( অসমীয়া আৰু সমাজ বিজ্ঞানৰ সকলো প্ৰশ্নত্তৰ দিয়া হৱ )

যোগাযোগ কৰক - 8638229894

আমি ২০২৫/২৬ বৰ্ষৰ নৱম আৰু দশম শ্ৰেণীৰ পাঠদান অহা এপ্ৰিল মাহৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ কৰিবলৈ মনষ্ঠ হৈছো ।আপোনালোকৰ লৰা ছো...
06/01/2025

আমি ২০২৫/২৬ বৰ্ষৰ নৱম আৰু দশম শ্ৰেণীৰ পাঠদান অহা এপ্ৰিল মাহৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ কৰিবলৈ মনষ্ঠ হৈছো ।
আপোনালোকৰ লৰা ছোৱালীৰ উজ্বল ভৱিষ‍্যতৰ বাবে অতি কম খৰচত এক উন্নতমানৰ শিক্ষ‍াৰ লগেত বিজ্ঞান সন্মত শিক্ষা প্ৰদানৰ বাবে ২০২৩ চনৰ পৰা অহৰহ চেষ্টা অব‍্যাহত ৰাখিছো ।
সেয়েহে শিঘ্ৰে যোগাযোগ কৰক ।
Limited seats available
Call 086382 29894

HURRY !Contact soon Limited seat available
03/01/2025

HURRY !
Contact soon
Limited seat available

গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু ঈশ্বৰ, গুৰু মহেশ্বৰ।গুৰু পোনপটীয়াকৈ পৰম ব্ৰহ্ম সেই শ্ৰীগুৰুলৈ  আমাৰ নমস্কাৰ।আজি ৫ চেপ্ত...
05/09/2024

গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু ঈশ্বৰ, গুৰু মহেশ্বৰ।
গুৰু পোনপটীয়াকৈ পৰম ব্ৰহ্ম সেই শ্ৰীগুৰুলৈ আমাৰ নমস্কাৰ।

আজি ৫ চেপ্তেম্বৰ ২০২৪ , শিক্ষক দিৱস ।
মহান ব‍্যাক্তি তথা ভাৰতবৰ্ষৰ প্ৰথমজন ৰাষ্ট্ৰপতি ড• সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱৰ জন্মদিন উপলক্ষে এই শিক্ষক দিৱস দিনতো সমগ্ৰ ভাৰতবৰ্ষত ঊদযাপন কৰা হয় ।
অইনবেলিৰ দৰে এই বেলি ও লাৰ্ণিং ৩৬০ শৈক্ষিক প্ৰতিষ্ঠানৰ সমুহ শিক্ষক শিক্ষয়িত্ৰী বৃন্দক আমাৰ শ্ৰদ্ধা আৰু সন্মান যাচিব প্ৰয়াস কৰিছো ।

তেখেতসকলৰ অৰিহনাৰ আগত আমাৰ এই প্ৰয়াস তেনেই কম
হলেও সচাঁ ।

আজিৰ এই পবিত্ৰ প্ৰাক্ষণত আমাৰ মাজত শ্ৰদ্ধাৰ অবসৰ প্ৰাপ্ত শিক্ষাগুৰু হামিদ আলী , শিক্ষাগুৰু প্ৰণব চক্ৰৱৰ্তী , লাৰ্ণিং ৩৬০ ৰ সমুহ শিক্ষকবৃন্দ লগতে এনাজৰি উন্নয়ন সমিতিৰ সভাপতি মতিউৰ ৰহমান , সম্পাদক তাজিমুল হক, লাৰ্ণিং ৩৬০ শৈক্ষিক প্ৰতিষ্ঠানৰ তত্বাবধায়ক জামানুল ইছলাম, আনুষ্ঠানিক অধ‍্যক্ষ লুটফুৰ ৰহমান আৰু আমাৰ প্ৰতিষ্ঠানৰ লগত সংলগ্ন কৰ্মকৰ্তা সকল উপষ্ঠিত থাকে ।

আজিৰ সভাত আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিষয় শিক্ষক দিৱসৰ উপৰত ভিত্তি কৰি এটি আকস্মিক বক্তিতাৰো আয়োজন কৰো । বিচাৰকৰ অভিমত মৰ্মে ১ম ,২য় আৰু ৩য় পুৰষ্কিৃত ও কৰা হয় ।

শিক্ষাগুৰুসকলৰ এই জ্ঞানৰ চাকিগচিয়ে আমাৰ জীৱনৰ উন্নতিৰ আশাৰ বাট এনেদৰে মুকলায় যাব বুলি আমি সকলো আশাবাদি ।

16/08/2024
14/08/2024
Register now
04/08/2024

Register now




Learning 360

A educational trip was planned on 21 july 2024 from our coaching center .All our class 10 students and a few management ...
30/07/2024

A educational trip was planned on 21 july 2024 from our coaching center .
All our class 10 students and a few management members were visited some of the places that can be beneficial for their basic improvement and helps to gain knowledges.




Address

Jail Road, Milanpur
Nalbari
781337

Telephone

+918638229894

Website

Alerts

Be the first to know and let us send you an email when Learning 360 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category