Karia Higher secondary school

Karia Higher secondary school join and support

আজাদী কা অমৃত মহোৎসৱ,,,প্ৰভাত ফেৰী,,, কৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় ❤️
11/08/2022

আজাদী কা অমৃত মহোৎসৱ,,,
প্ৰভাত ফেৰী,,, কৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় ❤️

আজি 19/02/2022 ইং তাৰিখে কৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ একতা সভাৰ তৰফৰ পৰা একাদশ আৰু দ্বাদশ শ্ৰেণীৰ শ্ৰেণীকোঠা দ...
19/02/2022

আজি 19/02/2022 ইং তাৰিখে কৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ একতা সভাৰ তৰফৰ পৰা একাদশ আৰু দ্বাদশ শ্ৰেণীৰ শ্ৰেণীকোঠা দুটা ৰং কৰা হয়।
উক্ত কামটোত মোক সহযোগ কৰে
1. নিপু দাস
2.গৌৰৱ দাস
3. বিশাল মেধি
4.ৰিদিপ দাস
5. চিন্টু হালৈ
6. কৌশিক দাস
7. ঋতুমনি কলিতা

আজি 18-02-2022 তাৰিখে কৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ চৌহদটো পৰিস্কাৰ কৰাৰ বাবে বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক ছাত্...
18/02/2022

আজি 18-02-2022 তাৰিখে কৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ চৌহদটো পৰিস্কাৰ কৰাৰ বাবে বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক ছাত্ৰ একতা সভাৰ তৰফৰ পৰা এখন আবেদন পত্ৰ দাখিল কৰিলোঁ।

নমস্কাৰ যোৱা 16 ফেব্ৰুৱাৰী 2022 ইং   বীৰ চিলাৰায় দিৱস উপলক্ষে সন্ধিয়া কৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ...
17/02/2022

নমস্কাৰ
যোৱা 16 ফেব্ৰুৱাৰী 2022 ইং বীৰ চিলাৰায় দিৱস উপলক্ষে সন্ধিয়া কৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ তৰফৰ পৰা কৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা হয়। অনুষ্ঠানটোত উপস্থিত থাকে কৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ দিলীপ চন্দ্ৰ কলিতা দেৱ, কৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক বিৰেন তালুকদাৰ দেৱ, অমল দাস দেৱ, প্ৰশান্ত কুমাৰ দেৱ শৰ্মা দেৱ, আৰু লগতে উপস্থিত থাকে শংকৰদেৱ শিশু নিকেতন কৰিয়াৰ অধ্যক্ষ নিলম্বৰ লহকৰ দেৱ, শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় কৰিয়াৰ অধ্যক্ষ সোনমণি দাস দেৱ। ।। জয় আই অসম ।। ।। ভাৰত মাতা কি জয়‌ ।।

Address

Nalbari

Website

Alerts

Be the first to know and let us send you an email when Karia Higher secondary school posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category