Tihu College Student Union 21-22

Tihu College Student Union 21-22 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Tihu College Student Union 21-22, Education, Maszid Road Nalbari, Nalbari, Assam 781335, Nalbari.

TC BLOOD DONATION GROUP  ৰ নৱনিযুক্ত প্ৰতিস্থাপক সভাপতি নয়ন কলিতা আৰু সাধাৰণ সম্পাদক হৃষীকেশ তালুকদাৰক টিহু মহাবিদ্যালয় ...
07/06/2022

TC BLOOD DONATION GROUP ৰ নৱনিযুক্ত প্ৰতিস্থাপক সভাপতি নয়ন কলিতা আৰু সাধাৰণ সম্পাদক হৃষীকেশ তালুকদাৰক টিহু মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

টিহু মহাবিদ্যালয়ৰ এগৰাকী ছাত্রীক তেজৰ প্ৰয়োজন হোৱাত আমাৰ সকলোৰে সন্মানীয় টিহু মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি দিকুমণি...
05/06/2022

টিহু মহাবিদ্যালয়ৰ এগৰাকী ছাত্রীক তেজৰ প্ৰয়োজন হোৱাত আমাৰ সকলোৰে সন্মানীয় টিহু মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি দিকুমণি কলিতাই গৈ ৰক্ত দান কৰে ।
ৰক্ত দান মহান দান ❤️

নতুনত্ব যিকোনো কলেজত অনুস্থান হলে এতিয়াৰে পৰা Out dress ত কোনো ছাত্ৰ ছাত্ৰী মহাবিদ্যালয়ত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বিকল্প হ...
10/05/2022

নতুনত্ব
যিকোনো কলেজত অনুস্থান হলে এতিয়াৰে পৰা Out dress ত কোনো ছাত্ৰ ছাত্ৰী মহাবিদ্যালয়ত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বিকল্প হিচাপে টি চাৰ্ট পিন্ধি আহিব লাগিব নাইবা উনিফর্ম।

ছাত্ৰ একতা সভা ২০২১-২২নিৰ্বাচনৰ সময়ত আমি বহু প্ৰতিশ্ৰুতি লৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ ।ছাত্ৰ জিৰণি কোঠা  : প্ৰতিশ্ৰুতি :...
10/05/2022

ছাত্ৰ একতা সভা ২০২১-২২
নিৰ্বাচনৰ সময়ত আমি বহু প্ৰতিশ্ৰুতি লৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ ।
ছাত্ৰ জিৰণি কোঠা :
প্ৰতিশ্ৰুতি : ছাত্ৰ জিৰণি কোঠাৰ অৱস্থা অতিশয় যাৰাজীৰ্ণ হৈ আছিল ।
১/ বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা নাছিল, প্ৰতিশ্ৰুতি মতে ইয়াৰ সুব্যৱস্থা কৰা হৈছে ।
২/ প্ৰস্বাৱ আৰু শৌচালয়ৰ সুব্যৱস্থা নাছিল, প্ৰতিশ্ৰুতি মৰ্মে বৰ্তমান ই ব্যৱহাৰপযোগী হৈ উঠিছে ।
৩/ গৰমৰ দিনত বহিবলৈ ফেনৰ ব্যৱস্থা নাছিল, প্ৰতিশ্ৰুতি মতে বৰ্তমান ইয়াৰ সুব্যৱস্থা হৈছে ।
৪/ পূৰ্বে ছাত্ৰ জিৰণি কোঠাত বহিবলৈ সুব্যৱস্থা নাছিল, প্ৰতিশ্ৰুতি মৰ্মে বৰ্তমান ইয়াৰ অৱস্থা অধিক উন্নত ।
৫/ লগতে আজৰি সময়ত ছাত্ৰৰ মনোৰঞ্জনৰ বাবে বিভিন্ন ধৰণৰ কিতাপৰ লগতে খেলৰ সামগ্ৰী উপলব্ধ ।

টিহু মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ ফালৰ পৰা টিহু থানাৰ SI ছাৰক পলমকৈ হলেও অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা...
18/04/2022

টিহু মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ ফালৰ পৰা টিহু থানাৰ SI ছাৰক পলমকৈ হলেও অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।

ফাগুণে কিনো দিলে শীৰ্ষক অনলাইন কবিতা প্ৰতিযোগিতাত সমূহ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰক ।
27/03/2022

ফাগুণে কিনো দিলে
শীৰ্ষক অনলাইন কবিতা প্ৰতিযোগিতাত সমূহ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰক ।

২০১৯ বৰ্ষৰ ১৪ ফেব্ৰুৱাৰীত কাশ্মীৰৰ পুলৱামাত দেশৰ বাবে শ্বহীদ হোৱা CRPF ৰ বীৰ সৈনিক সকলৰ আত্মাৰ সদগতিৰ উদ্দেশ্যে ১৪ তাৰিখ...
15/02/2022

২০১৯ বৰ্ষৰ ১৪ ফেব্ৰুৱাৰীত কাশ্মীৰৰ পুলৱামাত দেশৰ বাবে শ্বহীদ হোৱা CRPF ৰ বীৰ সৈনিক সকলৰ আত্মাৰ সদগতিৰ উদ্দেশ্যে ১৪ তাৰিখে দুপৰীয়া ১২ বজাত টিহু মহাবিদ্যালয় ছাত্ৰ-একতা সভাৰ উদ্যোগত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰি বীৰ যোৱান সকলক শ্ৰদ্ধাঞ্জলি দিয়া হয় ।

13/02/2022

২০১৯ বৰ্ষৰ ১৪ ফেব্ৰুৱাৰীত কাশ্মীৰৰ পুলৱামাত দেশৰ বাবে শ্বহীদ হোৱা CRPF ৰ বীৰ সৈনিক সকলৰ আত্মাৰ সদগতিৰ উদ্দেশ্যে অহা কাইলৈ দুপৰীয়া ১২ বজাত টিহু মহাবিদ্যালয় ছাত্ৰ-একতা সভাৰ উদ্যোগত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গতিকে উক্ত অনুষ্ঠানত মহাবিদ্যালয়ৰ ছাৰ-বাইদেউ, লগতে প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি কামনা কৰিলোঁ ।
স্থান - টিহু মহাবিদ্যালয়ৰ প্ৰাঙ্গনত
সময় - দুপৰীয়া ১২ বজাত ।

ইচ্ছুক ছাত্ৰী খিনিয়ে Social Service Secretary ৰ লগত যোগাযোগ কৰিব ।
10/02/2022

ইচ্ছুক ছাত্ৰী খিনিয়ে Social Service Secretary ৰ লগত যোগাযোগ কৰিব ।

আজি টিহু মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই অসম চৰকাৰ মাননীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস দেৱক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে মহাবিদ...
07/02/2022

আজি টিহু মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই অসম চৰকাৰ মাননীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস দেৱক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে মহাবিদ্যালয়ৰ বিভিন্ন উন্নয়ন মূলক কামৰ ( খেলপথাৰ খন মেৰামতি কৰা , P.G কলেজৰ ব্যৱস্থাপনা ) কথা তেখেতক অৱগত কৰোঁ ! আৰু অনাগত দিনত এই সমস্যা সমাধান কৰিব বুলি আশ্বাস দিয়ে !
আনহাতে টিহু মহাবিদ্যালয়ৰ এক বৃহৎ সমস্যা যি আজি কেন্দ্ৰীয় লাইব্ৰেৰীটো উদ্বোধন হোৱাৰ ফলত ছাত্ৰ ছাত্ৰী সকলে বহু বেছি সুবিধা পাব ❤️

Address

Maszid Road Nalbari, Nalbari, Assam 781335
Nalbari
781335

Website

Alerts

Be the first to know and let us send you an email when Tihu College Student Union 21-22 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category