১৩৮ নং কাশীনাথ বিদ্যামন্দিৰ প্ৰাথমিক বিদ্যালয়

  • Home
  • India
  • Nalbari
  • ১৩৮ নং কাশীনাথ বিদ্যামন্দিৰ প্ৰাথমিক বিদ্যালয়

১৩৮ নং কাশীনাথ বিদ্যামন্দিৰ প্ৰাথমিক বিদ্যালয় Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from ১৩৮ নং কাশীনাথ বিদ্যামন্দিৰ প্ৰাথমিক বিদ্যালয়, School, Nalbari.

পঞ্চম শ্ৰেণীৰ  কেইগৰাকীমান ছাত্ৰীৰ লগত নসত্ৰলৈ গৈছিলোঁ।
29/03/2026

পঞ্চম শ্ৰেণীৰ কেইগৰাকীমান ছাত্ৰীৰ লগত নসত্ৰলৈ গৈছিলোঁ।

আমাৰ বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশনত উপস্থিত থাকি সন্মানীয়বক্তা সকলে সাৰুৱা ভাষন আৰু সুপৰামৰ্শৰে শিক্ষক-শিক্ষয়িত্ৰী তথা অভিভা...
26/12/2025

আমাৰ বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশনত উপস্থিত থাকি সন্মানীয়
বক্তা সকলে সাৰুৱা ভাষন আৰু সুপৰামৰ্শৰে শিক্ষক-শিক্ষয়িত্ৰী তথা অভিভাৱকসকলৰ লগতে ছাত্র-ছাত্ৰীসকলক উৎসাহিত কৰিলে ।তাৰ বাবে মই তেখেতসকলক ধন্যবাদ জনালোঁ।

25/12/2025
আমাৰ বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশন উপলক্ষে আয়োজিত ভেশচন প্ৰতিযোগিতাৰ কেইটামান দৃশ্য
24/12/2025

আমাৰ বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশন উপলক্ষে আয়োজিত ভেশচন প্ৰতিযোগিতাৰ কেইটামান দৃশ্য

প্ৰেৰণা পুথিভঁৰালৰ ক্ষেত্ৰী ধৰ্মপুৰ শাখাৰ চতুৰ্থ বাৰ্ষিক অধিৱেশনৰ মেধা পৰীক্ষাত নিম্ন শাখাত প্ৰথম স্থান লাভ কৰে আমাৰ বিদ...
24/11/2025

প্ৰেৰণা পুথিভঁৰালৰ ক্ষেত্ৰী ধৰ্মপুৰ শাখাৰ চতুৰ্থ বাৰ্ষিক অধিৱেশনৰ মেধা পৰীক্ষাত নিম্ন শাখাত প্ৰথম স্থান লাভ কৰে আমাৰ বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ জুনাইদ ইছলামে।

08/07/2025

Some actives for OVEP performed by our students.

06/07/2025

Some activities for OVEP
performed by our students.

04/06/2025

OLYMPIC VALUES EDUCATION PROGRAMME (OVEP)
ORGANIZER _ABHINAVA BINDRA FOUNDATION
Activities Performed by 138 No.Kashinath Vidyamandir LPS.
Paschim Nalbari.

08/05/2025

Joyful learning

আমাৰ বিদ্যালয়ৰ ৰঙালী বিহুৰ প্ৰগ্ৰেমৰ একাংশ
08/05/2025

আমাৰ বিদ্যালয়ৰ ৰঙালী বিহুৰ প্ৰগ্ৰেমৰ একাংশ

আজি 19.03.2025 বুধবাৰে আমাৰ বিদ্যালয়ৰ কেইগৰাকীমান ছাত্ৰ-ছাত্ৰীৰ সৈতে নলবাৰীৰ লখোপুৰত থকা "উদ্যান বিজ্ঞান আৰু কৃষি পদ্ধতি...
19/03/2025

আজি 19.03.2025 বুধবাৰে আমাৰ বিদ্যালয়ৰ কেইগৰাকীমান ছাত্ৰ-ছাত্ৰীৰ সৈতে নলবাৰীৰ লখোপুৰত থকা "উদ্যান বিজ্ঞান আৰু কৃষি পদ্ধতি গবেষণা মহাবিদ্যালয়" অসম কৃষি বিশ্ববিদ্যালয়,নলবাৰী লৈ গৈছিলোঁ। শিক্ষামূলক ভ্ৰমণৰ এই দলটোৰ নেতৃত্বত আছিল প্ৰধান শিক্ষক শ্ৰীযুত কিশোৰ কুমাৰ তালুকদাৰ দেৱ ।শিক্ষক ভূপেন দাস,শিক্ষয়িত্ৰী হিমানী বৈশ্য,সুৰঞ্জনা শৰ্মা আৰু মই (মামণি দেৱী) ছাত্র-ছাত্ৰীসকলক সংগ দিলোঁ।বৰ ভাল লাগিল আৰু উপকৃত হলোঁ।

Address

Nalbari

Website

Alerts

Be the first to know and let us send you an email when ১৩৮ নং কাশীনাথ বিদ্যামন্দিৰ প্ৰাথমিক বিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category