লুইত একাডেমী:ধমধমা- নলবাৰী,অসম

  • Home
  • India
  • Nalbari
  • লুইত একাডেমী:ধমধমা- নলবাৰী,অসম

লুইত একাডেমী:ধমধমা- নলবাৰী,অসম Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from লুইত একাডেমী:ধমধমা- নলবাৰী,অসম, School, Dhamdhama, Nalbari.

31/01/2026

এক‍াডেমীৰ সন্মানীয় শিক্ষয়িত্ৰীসকলৰ সৈতে,
আমাৰ অতি মৰমৰ অকণমানি কেইটা। "কুঁহি আৰু অংকুৰ" শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল। সপোনজাকক মৰম আৰু আশীৰ্বাদ কৰিব। সিঁহতৰ সপোনবোৰ পূৰণ হওক, সেয়াই কামনা কৰিলোঁ।

28/01/2026

সৰস্বতী পূজা উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত শ্ৰদ্ধাৰ অভিভাৱক গৰাকীয়ে পৰিবেশন কৰা কবিতাটি আপোনালোকলৈ আগবঢ়াই দিলো।

২৬ জানুৱাৰী, গণৰাজ্য দিৱস ভাৰতবৰ্ষৰ এক ৰাষ্ট্ৰীয় উৎসৱ। এই দিনটোতে ১৯৫০ চনত ভাৰতৰ সংবিধান গৃহীত হৈছিল আৰু ভাৰতৰ পৰিচালনা...
26/01/2026

২৬ জানুৱাৰী, গণৰাজ্য দিৱস ভাৰতবৰ্ষৰ এক ৰাষ্ট্ৰীয় উৎসৱ। এই দিনটোতে ১৯৫০ চনত ভাৰতৰ সংবিধান গৃহীত হৈছিল আৰু ভাৰতৰ পৰিচালনাৰ নথিৰূপে পৰিগণিত হৈছিল।

25/01/2026

আমাৰ একাডেমীৰ ছাত্ৰ।
সৰস্বতী পূজা বুলি সি গাবলৈ চেষ্টা কৰিছে।

 #সৰস্বতীপূজা২০২৬  #লুইতএকাডেমীধমধমা
25/01/2026

#সৰস্বতীপূজা২০২৬
#লুইতএকাডেমীধমধমা

23/01/2026

ছাত্ৰী পাহিয়ে বৰ সুন্দৰকৈ অভিনয় কৰিলে।
#সৰস্বতীপূজা২০২৬

23/01/2026

#লুইতএকাডেমীধমধমা
#সৰস্বতীপূজা২০২৬

এইয়া সৰস্বতী পূজাৰ প্ৰস্তুতি।      অহাকালিৰ দিনটো ভালে-কুশলে পাৰ হওক, তাৰ কামনাৰে!!!! আহিব আমাৰ একাডেমীলৈ এপাক। আনন্দ কৰ...
22/01/2026

এইয়া সৰস্বতী পূজাৰ প্ৰস্তুতি।
অহাকালিৰ দিনটো ভালে-কুশলে পাৰ হওক, তাৰ কামনাৰে!!!! আহিব আমাৰ একাডেমীলৈ এপাক। আনন্দ কৰিম।

21/01/2026

সপোনজাকক মৰম দিবদেই ৰাইজ।
শিল্পী দিৱস উপলক্ষে শ্ৰদ্ধাৰ "জয়া" বাইদেউৱে মৰমেৰে গোৱাইছিল সকলোকে।

https://www.facebook.com/profile.php?id=100087360056126

আজি ১৭ জানুৱাৰী "শিল্পী দিৱস"। "জ্যোতি প্ৰসাদ আগৰৱালা" দেৱলৈ আমাৰ একাডেমীৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। শ্ৰ...
17/01/2026

আজি ১৭ জানুৱাৰী "শিল্পী দিৱস"। "জ্যোতি প্ৰসাদ আগৰৱালা" দেৱলৈ আমাৰ একাডেমীৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। শ্ৰদ্ধাৰ শিল্পী গৰাকীৰ অসমীয়া সাহিত্য-সংস্কৃতিৰ প্ৰতি অৱদান উল্লেখযোগ্য। আচলতে যেতিয়াই অসমীয়া সাহিত্য-সংস্কৃতিৰ কথা কোৱা যায় তেতিয়া তেখেতৰ নাম ল'বই লাগিব কিয়নো তেখেত আছিল সাহিত্য-সংস্কৃতিৰ সাধক, সুন্দৰৰ পূজাৰী। তেখেতৰ গীত, কবিতা, গল্প, নাটক আদি সকলোতে প্ৰকাশ পাইছিল জাতীয়তাবাদৰ চেতনা। বোলছবি জগতৰ জনক ৰূপকোঁৱৰ আগৰৱালা দেৱে নিৰ্মাণ কৰিছিল অসমীয়া প্ৰথমখন চিনেমা "জয়মতী"। তেতিয়া আছিল ১৯৩৫ ইং চন। "আইদেউ সন্দিকৈ"য়ে অভিনয় কৰা প্ৰথমখন অসমীয়া বোলছবি য'ত এগৰাকী মহিলাই অভিনয় কৰিছিল। তেখেতৰ গীত, কবিতা, তেখেতৰেই নাটক, কবলৈ গ'লে তেখেতৰ সমূহ সৃষ্টিয়েই অসমীয়া সাহিত্য জগতক এক নতুন ৰূপ প্ৰদান কৰিছিল। এই মহাণ শিল্পী গৰাকীৰ সৃষ্টিক সন্মান জনাই তেখেতক "ৰূপকোঁৱৰ" উপাধি প্ৰদান কৰা হৈছিল। তেখেতৰ সৃষ্টিৰাজিক জাউতি-যুগীয়া কৰাৰ মানসেৰে প্ৰতিবছৰে ১৭ জানুৱাৰী তাৰিখে শিল্পী দিৱস হিচাপে পালন কৰা হয়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ গীত-মাতৰ অনুষ্ঠানৰ জৰিয়তে আজি অনুষ্ঠানটি সূচাৰুৰূপে সম্পন্ন কৰা হয়। এই অনুষ্ঠানটিয়ে মৰমৰ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰিলে ।

https://www.facebook.com/profile.php?id=100087360056126

বিশ্ব সংস্কৃত দিৱস উপলক্ষে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় ৰ উদ্যোগত আৰু লুইত একাডেমী: ধমধম...
09/08/2025

বিশ্ব সংস্কৃত দিৱস উপলক্ষে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় ৰ উদ্যোগত আৰু লুইত একাডেমী: ধমধমাৰ সহযোগত একাডেমীত পোন প্ৰথমবাৰৰ বাবে গীতাশ্লোকৰ এটি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ পৰা অহা বাইদেউসকলক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

 #২০জুন,২০২৫নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত আৰু ধমধমা আঞ্চলিক কৰ্মচাৰী পৰিষদে, লুইত একাডেমী: ধমধমাৰ  বাকৰিত অতি সুন্...
21/06/2025

#২০জুন,২০২৫
নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত আৰু ধমধমা আঞ্চলিক কৰ্মচাৰী পৰিষদে, লুইত একাডেমী: ধমধমাৰ বাকৰিত অতি সুন্দৰকৈ "বিষ্ণু প্ৰসাদ ৰাভা দিৱস" পালন‌ কৰা হয়।‌ উক্ত সভাত উপস্থিত থাকি অনুষ্ঠানটো সাফল্য কৰা সমূহ ব্যক্তিকে আন্তৰিক ধন্যবাদ জনালোঁ।

Address

Dhamdhama
Nalbari

Opening Hours

Monday 9am - 4pm
Tuesday 9am - 4pm
Wednesday 9am - 4pm
Thursday 9am - 4pm
Friday 9am - 4pm
Saturday 9am - 2pm

Website

Alerts

Be the first to know and let us send you an email when লুইত একাডেমী:ধমধমা- নলবাৰী,অসম posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category