Crack Assam Exam

Crack Assam Exam Please Visit our YouTube Channel For More General Knowledge Question(Video)

08/07/2025

Q. তলৰ কোনটো ৰোগ কুকুৰে কামোৰাৰ ফলত হয় ?
A) স্কাৰ্ভি
B) উন্মাদনা
C) ৰেবিজ
D) ৰং অন্ধতা

07/07/2025

Q. অসমীয়া গদ্য সাহিত্যৰ জনক গৰাকীৰ নাম কি ?
A) শ্ৰীমন্ত শংকৰদেৱ
B) শ্ৰীশ্ৰী মাধৱদেৱ
C) ভট্টদেৱ
D) চন্দ্ৰকুমাৰ আগৰৱালা

07/07/2025

Q. ভাৰতীয় মুদ্ৰাৰ নোটত কাৰ হস্তাক্ষৰ থাকে ?
A) আৰ বি আইৰ গৱৰ্ণৰ
B) বিত্তমন্ত্ৰী
C) ৰাষ্ট্ৰপতি
D) প্ৰধানমন্ত্ৰী

07/07/2025

Q. হিমালয়ৰ কাঞ্চনজংঘা শৃংগটো ক'ত অৱস্থিত ?
A) ভূটান
B) কাশ্মীৰ
C) ছিকিম
D) হিমাচল প্ৰদেশ

07/07/2025

Q. ভাৰতীয় সেনাৰ প্ৰথম ফিল্ড মাৰ্শ্বাল কোন আছিল ?
A) কোডান্দেৰা মদাপ্পা কাৰিয়াপ্পা
B) ছেম মানেক্সো
C) অৰ্জন সিং
D) ওপৰৰ আটাইকেইজন

06/07/2025

Q. কোনখন ঠাই চৰাইৰ ৰহস্যজনক আত্মহত্যাৰ বাবে বিখ্যাত ?
A) মানস
B) জাতিংগা
C) দীপৰ বিল
D) কাজিৰঙা

06/07/2025

Q. সূৰ্যৰ ৰশ্মিৰ পৰা পোৱা ভিটামিন বিধৰ নাম কি ?
A) ভিটামিন A
B) ভিটামিন B
C) ভিটামিন C
D) ভিটামিন D

06/07/2025

Q. ভাৰতৰ ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জ ক'ত অৱস্থিত ?
A) গুৰুগ্ৰাম
B) মুম্বাই
C) কলকাতা
D) চেন্নাই

06/07/2025

Q. DRDO ৰ মূখ্য কাৰ্যালয় ক'ত অৱস্থিত ?
A) শ্ৰীহৰিকোটা
B) বেংগালুৰু
C) কলকাতা
D) নতুন দিল্লী

05/07/2025

Q. অসম প্রদেশ কংগ্ৰেছ কমিটীৰ প্ৰথম সভাপতি কোন আছিল ?
A) তৰুণ ৰাম ফুকন
B) কুলধৰ চলিহা
C) নবীন চন্দ্র বৰদলৈ
D) গোপীনাথ বৰদলৈ

05/07/2025

Q. তলৰ কোনখন বন্যপ্রাণী অভয়াৰণ্য ওদালগুৰি জিলাত অৱস্থিত ?
A) বৰনদী
B) চক্রশিলা
C) আমচাং
D) বুৰা চাপৰি

05/07/2025

Q. এছিয়া মহাদেশৰ আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰখন অসমৰ ক'ত অৱস্থিত ?
A) টাংলা
B) ধুবুৰী
C) যোৰহাট
D) জাগীৰোড

Address

Nalbari

Alerts

Be the first to know and let us send you an email when Crack Assam Exam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share