BB Maths & Science Classes

BB Maths & Science Classes Just try to help the student and aspirants

14/04/2026

অহা 17 এপ্ৰিলৰ পৰা দশম শ্ৰেণীৰ গণিত ,বিজ্ঞান আৰু উচ্চ গণিতৰ বিনামূলীয়া অনলাইন ক্লাছ আৰম্ভ কৰিম।ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে এই ক্লাছত অংশ গ্ৰহণ কৰিব পাৰিব!
সময় - সন্ধিয়া 8.00 বজাৰ পৰা

Happy Retirement sir ji
31/03/2026

Happy Retirement sir ji

2015 চনৰ মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক মোৰ প্ৰয়াত পিতাৰ স্মৃতিত বঁটা বিতৰণ কৰি থকা মুহূৰ্তত।আজি ফটো...
30/03/2026

2015 চনৰ মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক মোৰ প্ৰয়াত পিতাৰ স্মৃতিত বঁটা বিতৰণ কৰি থকা মুহূৰ্তত।আজি ফটোকেইখন পায় মন ভাল লাগি গল।

Biya vibes/30/1/25
01/02/2025

Biya vibes/30/1/25

29/08/2024

GMDA ৰ অধ্যক্ষ তথা বৰক্ষেত্ৰী সমষ্টিৰ জনপ্ৰিয় নেতা শ্ৰদ্ধাৰ নাৰায়ন ডেকা দেৱৰ উদ্যোগত আৰু সমুদ্ৰ একাডেমীৰ তত্বাৱধানত অহা 7 September তাৰিখে ADRE EXAM ৰ প্ৰস্তুতিৰ বাবে এটা বিনামূলীয়া MOCK TEST (OMR যুক্ত)
পতা হব। ইচ্ছুক প্ৰাৰ্থী সকলক REGISTRATION কৰি ADMIT CARD লবলৈ আহ্বান জনোৱা হল। ADMIT CARD অবিহনে EXAM দিবলৈ দিয়া নহব।
বি:দ্ৰ:
# EXAM সম্পূৰ্ণ বিনামূলীয়া।
# OMR থাকিব ।
# TIME - 1.30 PM -4.30PM
# TOTAL MARKS -150
# TOTAL QUESTIONS -150
# DURATION -180 MINS
# NEGATIVE MARKS থাকিব।
# স্থান - সমুদ্ৰ জাতীয় বিদ্যালয়, দাহুদী, নলবাৰী
# যোগাযোগ- 8812865993
9101286821

Address

Nalbari

Website

Alerts

Be the first to know and let us send you an email when BB Maths & Science Classes posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share