উত্তৰ ধৰ্মপুৰ আঞ্চলিক ছাত্র সন্থা

  • Home
  • India
  • Nalbari
  • উত্তৰ ধৰ্মপুৰ আঞ্চলিক ছাত্র সন্থা

উত্তৰ ধৰ্মপুৰ আঞ্চলিক ছাত্র সন্থা জয় আই অসম

21/09/2026
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পৱিত্ৰ তিৰোভাৱ তিথিত তেৰাৰ চৰণপদ্মত ভকতিৰে সেৱা যাচিছোঁ।
12/09/2026

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পৱিত্ৰ তিৰোভাৱ তিথিত তেৰাৰ চৰণপদ্মত ভকতিৰে সেৱা যাচিছোঁ।

" নৈতিকতাৰ স্খলন দেখিওমানৱতাৰ পতন দেখিওনির্লজ অলসভাৱে বােৱা কিয় ?" সংগীতসূৰ্য, ভাৰত ৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ...
08/09/2026

" নৈতিকতাৰ স্খলন দেখিও
মানৱতাৰ পতন দেখিও
নির্লজ অলসভাৱে বােৱা কিয় ?"

সংগীতসূৰ্য, ভাৰত ৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ ওপজা দিনত তেখেতক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ🪔🪔

বৃহত্তৰ উত্তৰ ধৰ্মপুৰ অঞ্চলৰ শিক্ষাৰ ক্ষেত্রত বিশেষভাৱে অৱদান আগবঢ়োৱা ৫ গৰাকী অৱসৰী শিক্ষকক ৬৫ সংখ্যক শিক্ষক দিৱসৰ পৱিত...
05/09/2026

বৃহত্তৰ উত্তৰ ধৰ্মপুৰ অঞ্চলৰ শিক্ষাৰ ক্ষেত্রত বিশেষভাৱে অৱদান আগবঢ়োৱা ৫ গৰাকী অৱসৰী শিক্ষকক ৬৫ সংখ্যক শিক্ষক দিৱসৰ পৱিত্র দিনটোত উত্তৰ ধৰ্মপুৰ আঞ্চলিক ছাত্র সন্থাই সেৱা জনাই সম্বৰ্ধনা জ্ঞাপন কৰোঁ। অক্লান্ত পৰিশ্ৰমেৰে ছাত্ৰ-ছাত্ৰীসকলক জ্ঞানৰ সমাজ প্ৰতি দায়ৱদ্ধতাৰ পৰিচয় দিয়া অৱসৰী শিক্ষক ক্ৰমে বৰভাগ-জাৰী নিৱাসী তথা কৈঠালকুছি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক বিনোদ চন্দ্ৰ ভাগৱতী, কৈঠালকুছি ব্ৰাহ্মণতোলা নিৱাসী তথা উত্তৰ ধৰ্মপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী বিষয় শিক্ষক বিনোদ মিশ্ৰ, জোৱাৰ্দ্দি নিৱাসী তথা উত্তৰ ধৰ্মপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক নৃপেন বৰ্মন,খাৰশিঠা ন-ভূঁই নিৱাসী তথা অপ্ৰাদেশীকৃত গান্ধীজী মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰী শিক্ষক কৈল্যাশ হালৈ, বালিজাৰ নিৱাসী তথা অসমী হাইস্কুলৰ অৱসৰী শিক্ষক সৰ্ব্বেশ্বৰ বৰ্মনৰ ঘৰত উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

Address

Kaithalkuchi-Haribhanga Road
Nalbari

Telephone

+919476506717

Website

Alerts

Be the first to know and let us send you an email when উত্তৰ ধৰ্মপুৰ আঞ্চলিক ছাত্র সন্থা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category