Exam Preparation

Exam Preparation current affairs, Indian & Assam Gk, all jobs related question available here .....

 #মানুহৰ_জীৱন_সংগ্রামনলবাৰী গণেশ মন্দিৰ চকত 30 মিনিট সময় মোৰ মাল লৈ অহা বাছ খনক অপেক্ষা কৰি থকা মহুর্ত মনলৈ আহিল মানুহ ...
22/07/2023

#মানুহৰ_জীৱন_সংগ্রাম
নলবাৰী গণেশ মন্দিৰ চকত 30 মিনিট সময় মোৰ মাল লৈ অহা বাছ খনক অপেক্ষা কৰি থকা মহুর্ত মনলৈ আহিল মানুহ বিলাক কি দৰে নিজৰ জীৱন সংগ্ৰামৰ কৰিব লগা হয় তাকে অলপ লক্ষ্য কৰো।
1 দিন যদি গাড়ী যাতায়ত বন্ধ কৰি দিয়া হয় তাৰ লগত সংগতি ৰাখি বহু মানুহৰ জীৱিকা ক্ষতি হয়। গাড়ী খনত থকা কৰ্মচাৰী , বহুত দিবাংগ লোক, অসুস্থ লোক, কিন্নৰ , বাদাম বেপাৰী, পানী বেপাৰী, সেই চকত থকা সৰু হোটেল খন, সৰু পাণ দোকান খন, E Riskwa খনৰ লগতে আমি পানীখিনি খাই পেলোৱা বটল টো তুলি লৈ 1 টকা উপাৰ্জন হব বুলি আশা কৰা সময়লৈ কিমান জনে এনেকৈ সংগ্ৰাম কৰি আছে এয়া মাত্ৰ এটা সৰু উদাহৰণ।
মা দেউতাকৰ টকা লৈ লেবেল দিয়া আৰু কোনোবা লোকৰ চামচা হৈ থাকিলে বুজি পোৱা নাযায় জীয়াই থকাৰ বাবে সংগ্ৰাম কিদৰে কৰি আছে

ফটো খনে যে কিবা এটা কব বিছাৰে?   মোৰ বন্ধুজন চাকৰিত যাবলৈ ওলোৱাত আজিৰ ফটোকপি।     বহু কষ্টৰ বলত চাকৰি লাভ কৰিলে আৰু বহুব...
31/05/2023

ফটো খনে যে কিবা এটা কব বিছাৰে?
মোৰ বন্ধুজন চাকৰিত যাবলৈ ওলোৱাত আজিৰ ফটোকপি।
বহু কষ্টৰ বলত চাকৰি লাভ কৰিলে আৰু বহুবাৰ ব্যর্থ হৈ থমকি ৰোৱা নাছিল। কষ্ট কৰি গৈছিল তাৰ ফলত এখিনি।
শুভেচ্ছা জনালোঁ বন্ধু তোমাক ❤
চম্পক বৈশ্য

11/05/2023

ব্যৱসায়ত সফল হোৱা এজন অসমীয়া। কথাখিনিৰ পৰা আপুনিও অনুপ্রেৰণা পাব ❤❤

Biography টো শুনিব বহু অনুপ্রেৰণা পাব
09/05/2023

Biography টো শুনিব বহু অনুপ্রেৰণা পাব

03/05/2023

ADRE নিযুক্তি লাভ কৰা সকলোকে অভিনন্দন জ্ঞাপন কৰিলো।
বহুতে আকৌ বাদ পৰি গল হতাশা হোৱাৰ কোনো কাৰণ নাই।
আপুনি চাকৰি নাপালে কোনো কথা নাই অন্যক চাকৰি দিম বুলি ভাবি কাম হাতত লৈ আগবাঢ়ক । মনত ৰাখিব সময় আৰু বয়সৰ লক্ষ্য ৰাখি খোজ পেলাওক।
মই এতিয়া সুন্দৰ ভাৱে ব্যৱসায় কৰি আগবাঢ়ি গৈ আছো (26 age) ।

25/02/2023
01/01/2023

আপোনালোকলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ 🙏✨ 💐
Happy new year 2023🎉❤️❤️

Address

Nalbari

Website

Alerts

Be the first to know and let us send you an email when Exam Preparation posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category