Milan H.S. School, Banekuchi

Milan H.S. School, Banekuchi One of the premier secondary schools in Nalbari district of Assam, Milan Higher Secondary School was established in 1946.

Report On "Ek Bharat Shrestha Bharat" Activities.
30/08/2023

Report On "Ek Bharat Shrestha Bharat" Activities.

03/10/2021

SEBA HSLC special exam held in Milan H.S. School, Banekuchi

Some glimpse of drawing activity participated by students on the occassion of Independence Day.
15/08/2021

Some glimpse of drawing activity participated by students on the occassion of Independence Day.

Independence Day Celebrated at Milan H.S. School, Banekuchi. Respected Principal sir Naba Kumar Sarma hoisted the tricol...
15/08/2021

Independence Day Celebrated at Milan H.S. School, Banekuchi. Respected Principal sir Naba Kumar Sarma hoisted the tricolor.

কুকুৰ শৃগাল গৰ্দভৰো……………পৃথিৱীখন সকলোৰে।আজি "বিশ্ব পৰিৱেশ দিৱস"ৰ উপলক্ষত মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়, বানেকুছিৰ ফালৰ প...
05/06/2021

কুকুৰ শৃগাল গৰ্দভৰো……………
পৃথিৱীখন সকলোৰে।

আজি "বিশ্ব পৰিৱেশ দিৱস"ৰ উপলক্ষত মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়, বানেকুছিৰ ফালৰ পৰা নিৰাশ্ৰয় জীৱ-জন্তুক আহাৰ যোগান ধৰা হয়।

শিক্ষাৰ্থীৰ সৃষ্টিশীলতা।"বিশ্ব পৰিৱেশ দিৱস"ৰ উপলক্ষত মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়, বানেকুছিৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহন ...
05/06/2021

শিক্ষাৰ্থীৰ সৃষ্টিশীলতা।

"বিশ্ব পৰিৱেশ দিৱস"ৰ উপলক্ষত মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়, বানেকুছিৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহন কৰা "Best out of the waste" কাৰ্যৱলীৰ কিছু অংশ।

তোমালোক আগুৱাই যোৱা, সফল হোৱা।

আজি "বিশ্ব পৰিৱেশ দিৱস"ৰ উপলক্ষত মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰস্তুত কৰা কিছু চিত্ৰাংকন
05/06/2021

আজি "বিশ্ব পৰিৱেশ দিৱস"ৰ উপলক্ষত মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰস্তুত কৰা কিছু চিত্ৰাংকন

আজি "বিশ্ব পৰিৱেশ দিৱস"ৰ উপলক্ষত মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে নিজ নিজ ঘৰতে গছপুলি ৰোপণ কৰে।
05/06/2021

আজি "বিশ্ব পৰিৱেশ দিৱস"ৰ উপলক্ষত মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে নিজ নিজ ঘৰতে গছপুলি ৰোপণ কৰে।

সুন্দৰলাল বহুগুণাই কৈছিল- "পৰিৱেশ তন্ত্ৰ আমাৰ স্থায়ী অৰ্থনীতি।"সেই স্থায়ী অৰ্থনীতিৰ হকে আজি "বিশ্ব পৰিৱেশ দিৱস"ৰ উপলক্ষত...
05/06/2021

সুন্দৰলাল বহুগুণাই কৈছিল- "পৰিৱেশ তন্ত্ৰ আমাৰ স্থায়ী অৰ্থনীতি।"

সেই স্থায়ী অৰ্থনীতিৰ হকে আজি "বিশ্ব পৰিৱেশ দিৱস"ৰ উপলক্ষত মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়, বানেকুছিত গছপুলি ৰোপণ কৰা হয়।

সকলো শিক্ষাগুৰু, শিক্ষাৰ্থী, অভিভাৱক তথা শুভাকাংক্ষীলৈ মিলন উঃ মাঃ বিদ্যালয়, বানেকুচিৰ তৰফৰ পৰা ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা...
01/01/2021

সকলো শিক্ষাগুৰু, শিক্ষাৰ্থী, অভিভাৱক তথা শুভাকাংক্ষীলৈ মিলন উঃ মাঃ বিদ্যালয়, বানেকুচিৰ তৰফৰ পৰা ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।🙏

Training on 'Soft Skills' being conducted for the students of Class 9 by Retail Management teacher.
19/12/2020

Training on 'Soft Skills' being conducted for the students of Class 9 by Retail Management teacher.

Observing "World Soil Day" at Milan H.S. School, Banekuchi with poster and speech competitions.
05/12/2020

Observing "World Soil Day" at Milan H.S. School, Banekuchi with poster and speech competitions.

Address

NH 31
Nalbari
781340

Opening Hours

Monday 9am - 3:30pm
Tuesday 9am - 3:30pm
Wednesday 9am - 3:30pm
Thursday 9am - 3:30pm
Friday 9am - 3:30pm
Saturday 9am - 1pm

Website

Alerts

Be the first to know and let us send you an email when Milan H.S. School, Banekuchi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Milan H.S. School, Banekuchi:

Shortcuts

Share

Category