বালিকুছি মজলীয়া বিদ্যালয়

  • Home
  • India
  • Nalbari
  • বালিকুছি মজলীয়া বিদ্যালয়

বালিকুছি মজলীয়া বিদ্যালয় ১৯৩৮ চনতে স্থাপিত হোৱা বালিকুছি মজলীয়া বিদ্যালয় নলবাৰী জিলাৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান।

১ এপ্ৰিল, ২০২৬উৎসৱ বিদ্যাৰম্ভ 🪔
19/04/2026

১ এপ্ৰিল, ২০২৬
উৎসৱ বিদ্যাৰম্ভ 🪔

সুদীৰ্ঘ কাল শিক্ষা দানৰ মহান বৃত্তিত সেৱা আগবঢ়াই যোৱা ৩১ মাৰ্চ, ২০২৬ ইং তাৰিখে আমাৰ বিদ্যালয়ৰ হিন্দী শিক্ষক মাননীয় শ্...
06/04/2026

সুদীৰ্ঘ কাল শিক্ষা দানৰ মহান বৃত্তিত সেৱা আগবঢ়াই যোৱা ৩১ মাৰ্চ, ২০২৬ ইং তাৰিখে আমাৰ বিদ্যালয়ৰ হিন্দী শিক্ষক মাননীয় শ্ৰী প্ৰদীপ কুমাৰ ডেকাদেৱে অৱসৰ গ্ৰহণ কৰে। তেখেতৰ আগন্তুক অৱসৰী জীৱন মধুময় হোৱাৰ শুভ কামনাৰে আমি বিদ্যালয়ৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনাও।

আপুনি শিশুটিৰ বাবে এখন উপযুক্ত শিক্ষানুষ্ঠানৰ সন্ধানত আছে নেকি ?? য'ত শিশুটিয়ে প্ৰচলিত শিক্ষাৰ লগতে, সহঃবিদ্যায়তনিক আৰু...
19/03/2026

আপুনি শিশুটিৰ বাবে এখন উপযুক্ত শিক্ষানুষ্ঠানৰ সন্ধানত আছে নেকি ?? য'ত শিশুটিয়ে প্ৰচলিত শিক্ষাৰ লগতে, সহঃবিদ্যায়তনিক আৰু বৃত্তিমুখী শিক্ষাৰ দিশতো আগুৱাই যাব পাৰে। তেন্তে আজিয়েই আপোনাৰ শিশুটিক বালিকুছি মজলীয়া বিদ্যালয়ত অন্তৰ্ভুক্ত কৰক আৰু আমাৰ লগত শিশুটিৰ শৈক্ষিক উত্তৰণৰ যাত্ৰাৰ সহযাত্ৰী হওক। নাম ভৰ্ত্তি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে।

ভাল খবৰ এটা...✨✨        এইবেলি আমাৰ বিদ্যালয়ৰ ছয় গৰাকী কৃতী শিক্ষাৰ্থীয়ে National Means Cum Merit Scholarship পৰীক্ষা...
18/03/2026

ভাল খবৰ এটা...✨✨
এইবেলি আমাৰ বিদ্যালয়ৰ ছয় গৰাকী কৃতী শিক্ষাৰ্থীয়ে National Means Cum Merit Scholarship পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৃত্তি লাভ কৰে। এই বৃত্তিত ছাত্ৰ ছাত্ৰী সকলে ৪ বছৰলৈ বাৰ্ষিক ১২ হাজাৰ টকা জলপানি লাভ কৰে। আমি বিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰী গোটৰ তৰফৰ পৰা আটাইলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰোঁ। 💐💐💐
আমি তোমালোকক লৈ গৌৰৱান্বিত। আগন্তুক জীৱনত তোমালোকে আৰু অধিক সাফল্য অৰ্জন কৰা। 🧡💙

৫৭ সংখ্যক বিদ্যালয় সপ্তাহ...তৃতীয় দিন...কৃতী শিক্ষক প্ৰয়াত নবীন চন্দ্ৰ শৰ্মা আৰু মিনাপ্ৰভা দেৱী সোঁৱৰণীঅসম ভিত্তিত কু...
07/12/2025

৫৭ সংখ্যক বিদ্যালয় সপ্তাহ...
তৃতীয় দিন...
কৃতী শিক্ষক প্ৰয়াত নবীন চন্দ্ৰ শৰ্মা আৰু মিনাপ্ৰভা দেৱী সোঁৱৰণী
অসম ভিত্তিত কুইজ প্ৰতিযোগিতা ।
আৰু খেল ধেমালি প্ৰতিযোগিতা।
৭ ডিচেম্বৰ, ২০২৫

৫৭ সংখ্যক বিদ্যালয় সপ্তাহদ্বিতীয় দিন৬ ডিচেম্বৰ, ২০২৫
07/12/2025

৫৭ সংখ্যক বিদ্যালয় সপ্তাহ
দ্বিতীয় দিন
৬ ডিচেম্বৰ, ২০২৫

৫৭ সংখ্যক বিদ্যালয় সপ্তাহ...৫ ডিচেম্বৰ, ২০২৫প্ৰথম দিন।
07/12/2025

৫৭ সংখ্যক বিদ্যালয় সপ্তাহ...
৫ ডিচেম্বৰ, ২০২৫
প্ৰথম দিন।

বিদ্যালয়ৰ তৰফৰ পৰা আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি 🌼🪔আমি আপোনাক মনত ৰাখিম জুবিনদা...
20/09/2025

বিদ্যালয়ৰ তৰফৰ পৰা আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি 🌼🪔
আমি আপোনাক মনত ৰাখিম জুবিনদা...

জাপি নিৰ্মাণত ব্যস্ত হৈ পৰিছে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকল। বৃত্তিমুখী শিক্ষাৰ দিশে অক্ষৰ ফাউণ্ডেচনৰ সহযোগত আমাৰ অন্...
11/09/2025

জাপি নিৰ্মাণত ব্যস্ত হৈ পৰিছে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকল। বৃত্তিমুখী শিক্ষাৰ দিশে অক্ষৰ ফাউণ্ডেচনৰ সহযোগত আমাৰ অন্য এক পদক্ষেপ।

এইবেলি শিক্ষক দিৱসৰ মূহুৰ্তবোৰ 🌼শিক্ষক দিৱসৰ পবিত্ৰ দিনটোত আমি বালিকুছি মজলীয়া বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষয়িত্ৰী শ্ৰ...
11/09/2025

এইবেলি শিক্ষক দিৱসৰ মূহুৰ্তবোৰ 🌼
শিক্ষক দিৱসৰ পবিত্ৰ দিনটোত আমি বালিকুছি মজলীয়া বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষয়িত্ৰী শ্ৰদ্ধাৰ মীৰা দেৱী বাইদেউলৈ বিশেষ সম্বৰ্ধনা জনাওঁ।

24/08/2025

বৃত্তিমূলক শিক্ষাৰ দিশত এখোজ।

Address

Nalbari

Opening Hours

Monday 8:45am - 3:30pm
Tuesday 8:45am - 3:30pm
Wednesday 8:45am - 3:30pm
Thursday 8:45am - 3:30pm
Friday 8:45am - 3:30pm
Saturday 8:45am - 2pm

Website

Alerts

Be the first to know and let us send you an email when বালিকুছি মজলীয়া বিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category