চাউলখোৱাপাৰ আঞ্চলিক জাতীয় বিদ্যালয়

  • Home
  • India
  • Nalbari Village
  • চাউলখোৱাপাৰ আঞ্চলিক জাতীয় বিদ্যালয়

চাউলখোৱাপাৰ আঞ্চলিক জাতীয় বিদ্যালয় Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from চাউলখোৱাপাৰ আঞ্চলিক জাতীয় বিদ্যালয়, School, Bhoiraghol, Nalbari Village.

চাউলখোৱাপাৰ আঞ্চলিক জাতীয় বিদ্যালয় খন ২০১৯ চনত গঢ়ি তোলা হৈছিল। এই বিদ্যালয়খন নলবাৰী জিলাৰ এক মনোৰম ঠাই, ভৈৰাঘোল আহটা গাঁওত অৱস্থিত। বিদ্যালয়খন স্থাপন কৰাৰ মূল উদ্দেশ্য আছিল গাঁওখনৰ লগতে চাৰিওফালৰ অঞ্চলসমূহৰ ছাত্ৰ-ছাত্ৰীলৈ মানসম্পন্ন শিক্ষা আগবঢ়োৱা।

18/06/2026
07/05/2026

Self Study center Chaulkhowapar Anchalik JV

07/01/2026

আজিৰ দিনটো আমাৰ চাউলখোৱাপাৰ আঞ্চলিক জাতীয় বিদ্যালয়ৰ বাবে এক অতি গৌৰৱময় আৰু স্মৰণীয় দিন।
এই দিনটোতেই, ০৭-০১-২০১৯ তাৰিখে, আমাৰ বিদ্যালয়খন আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা হৈছিল।

এই শুভ দিনটোৱে বিদ্যালয়খনৰ শিক্ষা, শৃংখলা আৰু মূল্যবোধৰ যাত্ৰাৰ এক নতুন অধ্যায় আৰম্ভ কৰিছিল। প্ৰতিষ্ঠা দিৱস উপলক্ষে বিদ্যালয়খনৰ উন্নতিৰ বাবে আগবঢ়োৱা সকলো শিক্ষক-শিক্ষিকা, অভিভাৱক, ছাত্ৰ-ছাত্ৰী আৰু শুভাকাংক্ষীসকলক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছো।

01/01/2026

HAPPY NEW YEAR

Address

Bhoiraghol
Nalbari Village
781126

Website

Alerts

Be the first to know and let us send you an email when চাউলখোৱাপাৰ আঞ্চলিক জাতীয় বিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category