PM Shri Naharkatia Higher Secondary School

PM Shri Naharkatia Higher Secondary School “PM Shri Naharkatia Higher Secondary school is situated at the middle of Naharkatia town of Dibrugarh Dist

SCHOOL SOIL HEALTH CARD PROGRAMME AT PM SHRI NAHARKATIA HS SCHOOL ON 09/12/2019
10/12/2025

SCHOOL SOIL HEALTH CARD PROGRAMME AT PM SHRI NAHARKATIA HS SCHOOL ON 09/12/2019

VISIT TO NAHARKATIA MUNICIPALITY BOARD FOR FIELD STUDY ON 03/12/2025.
03/12/2025

VISIT TO NAHARKATIA MUNICIPALITY BOARD FOR FIELD STUDY ON 03/12/2025.

09/09/2025

আমাৰ বিদ্যালয়ৰ গৌৰৱ সপ্তম শ্ৰেণীৰ ছাত্ৰ শ্ৰী কুনাল মাহাতুৱে মুম্বাইত অনুষ্ঠিত হোৱা এক নৃত্য প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰি আহিছে।

09/09/2025

আমাৰ বিদ্যালয়ৰ গৌৰৱ l সপ্তম শ্ৰেণীৰ ছাত্ৰ শ্ৰী কুনাল মাহাতুৱে মুম্বাইত অনুষ্ঠিত হোৱা এক নৃত্য প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰি আহিছে। শুভেচ্ছা থাকিল 🙏

21/08/2025

“কলা উৎসৱ“ উদযাপনৰ উপলক্ষে বিদ্যালয়ৰ ছাত্ৰৰদ্বাৰা বাঁহী বাদন পৰিৱেশন 🙏

21/08/2025

Celebration of “Kala Utsav” At PM Shri Naharkatia HS School on 19/08/2025 to 20/08/2025

21/06/2025

আজৰি পৰত 😊

20 জুন ২০২৫, তাৰিখে পি এম শ্ৰী নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ মৃত্যু তিথি উপলক্ষে  ...
21/06/2025

20 জুন ২০২৫, তাৰিখে পি এম শ্ৰী নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ মৃত্যু তিথি উপলক্ষে আয়োজিত কৰা ‘ৰাভা দিৱস’ ত ছাত্ৰ -ছাত্ৰীসকলৰ মাজত বিভিন্ন কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয় ৷

“বিশ্ব পৰিৱেশ দিৱস“ ৫ জুন “আহক সকলোৱে মিলি এখন সেউজীয়া ধৰণী গঢ়ি তুলিবলৈ চেষ্টা কৰোঁ ।”আজি ৫ জুন ,২০২৫ তাৰিখে “বিশ্ব পৰিৱ...
05/06/2025

“বিশ্ব পৰিৱেশ দিৱস“
৫ জুন
“আহক সকলোৱে মিলি এখন সেউজীয়া ধৰণী গঢ়ি তুলিবলৈ চেষ্টা কৰোঁ ।”

আজি ৫ জুন ,২০২৫ তাৰিখে “বিশ্ব পৰিৱেশ দিৱস” উপলক্ষে পি এম শ্ৰী নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত “বিশ্বব্যাপী প্লাষ্টিক প্ৰদূষণৰ অৱসান “ বিষয়ৰ লগত সংগতি ৰাখি ছাত্ৰ -ছাত্ৰীৰ মাজত সজাগতামূলক ব্যাখা আৰু অভিভাৱকৰ লগত “Ek Ped Maa ke Naam ২.০ ” কাৰ্য্যসূচী ৰূপায়ণ কৰা হয় ৷

31/05/2025WORLD NO TO***CO DAY Awarness Programme at PM Shri Naharkatia HS School
04/06/2025

31/05/2025
WORLD NO TO***CO DAY
Awarness Programme at PM Shri Naharkatia HS School

HSLC 2025 Result of PM Shri Naharkatia H.S School...
11/04/2025

HSLC 2025 Result of PM Shri Naharkatia H.S School...

Health Awarness Programme organised by PM Shri Naharkatia H.S School on 10/04/2025 .
11/04/2025

Health Awarness Programme organised by PM Shri Naharkatia H.S School on 10/04/2025 .

Address

Naharkatia Main Road
Naharkatia
786610

Alerts

Be the first to know and let us send you an email when PM Shri Naharkatia Higher Secondary School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to PM Shri Naharkatia Higher Secondary School:

Shortcuts

Share

Category