Nilokantho Tanti

Nilokantho Tanti learning mode on

05/01/2024
তাৰিখ: ০৫/০১/২৪ (শুকুৰবাৰ)...যোৱা ইংৰাজী ০৪/০১/২০২৪ তাৰিখে নামচাং চাহ বাগিচাত  অসমৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক...
05/01/2024

তাৰিখ: ০৫/০১/২৪ (শুকুৰবাৰ)...

যোৱা ইংৰাজী ০৪/০১/২০২৪ তাৰিখে নামচাং চাহ বাগিচাত অসমৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী(Minister of Food, Civil Supplies and Consumer Affairs of Assam) "শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস" আৰু নাহৰকটীয়াৰ ১২০ নং সমষ্টিৰ বিধায়ক( M.L.A.) "শ্ৰীযুত তৰংগ গগৈ" ডাঙৰীয়া উপস্থিত হয়। উক্ত অনুষ্ঠানত আমাৰ সন্মানীয় মন্ত্ৰী "শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস" আৰু বিধায়ক "শ্ৰীযুত তৰংগ গগৈ" ডাঙৰীয়াৰ লগত আৰু বহুতো গণ্য -মান্য ব্যক্তিসকল এই অনুষ্ঠানত উপস্থিত হয়। আৰু এই সন্মানীয় ব্যক্তিসকলক আমাৰ সমূহ সন্মানীয় নামচাং বাসী ৰাইজে ফুলাম গামোচাৰে সন্মান জনালে | আমাৰ বাগিছাত যি নৱ নিৰ্মিত "PM COLONY" আৰু "জল জীৱন মিছন"(JJM) নিৰ্মাণ কাৰ্য চলি আছে তাৰ কাম - কাজবোৰ ও আমাৰ মন্ত্ৰী আৰু বিধায়ক ডাঙৰীয়াই পৰীক্ষা-নিৰীক্ষা কৰে | তাৰে কিছু ছবি আৰু দৃশ্য আপোনালোকক দেখালো | .....

❤️.....ধন্যবাদ ❤️.....

🔥 জয় ভাৰত , জয় আই অসম, জয় হিন্দ🔥

LIKE , SHARE , আৰু COMMENT কৰিবৰ কাৰণে নাপাহৰিব 🔥🔥...

INSTA I'D :
https://www.instagram.com/kantho1234?igsh=OGQ5ZDc2ODk2ZA==

Attention please তাং: ০৩/০১/২০২৪জিলা: ডিব্ৰুগড়  (অসম) ৭৮৬৬১৪ ,   বিধান সভা সমষ্টি : ১২০ নং সমষ্টি (নাহৰকটীয়া) আৰু জয়পু...
03/01/2024

Attention please
তাং: ০৩/০১/২০২৪

জিলা: ডিব্ৰুগড় (অসম) ৭৮৬৬১৪ , বিধান সভা সমষ্টি : ১২০ নং সমষ্টি (নাহৰকটীয়া) আৰু জয়পুৰ গাওঁপঞ্চায়তৰ অন্তৰ্গত এখনি ভিতৰুৱা চাহ বাগিচা হৈছে আমাৰ "নামচাং চাহ বাগিচা" |
য'ত প্ৰায় এই ২ - ৩ বছৰ ধৰি বন্য- জন্তুৰ ( হাতী) আগমনৰ সংখ্যা বাঢ়ি আহিছে | অৰ্থাৎ
বন্য- জন্তুৰ ( হাতী)আগমন বাগিছাত সদায় হৈছে
| আৰু এই বন্য- জন্তুয়ে (হাতী) বাগিচাৰ বহুতো লোকৰ বাসগৃহ ভাঙি-ছিঙি ধ্বংস কৰিছে |
ইয়াৰ উপৰিও আমাৰ বাগিচাত "PM COLONY" নিৰ্মাণ হোৱা ঠাইতো ইয়াৰ অত্যাধিক আগমন ঘটিছে | সেয়েহে এই অনুৰোধ পত্ৰ দ্বাৰা আমি সমূহ "নামচাং বাসী ৰাইজ আমাৰ সন্মানীয়" অসম চৰকাৰ " আৰু আমাৰ অসমৰ সন্মানীয় " বন বিভাগ কেন্দ্ৰ"ক
অনুৰোধ জনাওঁ যে , তেওঁ লোকে যিমান পাৰে
অতিশিঘ্ৰে এই সমস্যাৰ ওপৰত তেওঁ লোকৰ তীক্ষ্ণদৃষ্টি দিয়ে | আৰু অতিশিঘ্ৰে এই সমস্যাৰ সমাধানৰ ওপৰত চিন্তা কৰে | নহলে এই সমস্যা বৰ্তমানত যি ৰূপ দেখা দিছে , অতি সম্ভাৱনা আছে ই দিনাক দিনে অতি জটিল হৈ পৰিব | আৰু ভৱিষ্যতে ইয়াৰ ফলত কোনো ডাঙৰ ঘটনাও হোৱাৰ সম্ভাৱনা আছে |
গতিকে আশা কৰিছো আমাৰ সন্মানীয়" অসম চৰকাৰ " আৰু আমাৰ অসমৰ সন্মানীয় " বন বিভাগ কেন্দ্ৰই এই সমস্যাৰ ওপৰত তেওঁ লোকৰ দৃষ্টি দিব আৰু অতিশিঘ্ৰে এই সমস্যাৰ সমাধান কৰিব | অৱশেষত সমূহ নামচাং বাসী ৰাইজক অনুৰোধ জনাও যে সকলো সাৱধান থাকক , সতৰ্ক থাকক আৰু আনকো এই সমস্যাৰ যি ৰূপৰেখা দেখা দিছে তাক অৱগত কৰাওক | আশা কৰিছো সকলোকে মোৰ এই লিখনি চিন্তা কৰিবলৈ বাধ্য কৰাব |

ধন্যবাদ... ❤️

Do like , share and don't forget to write a comment 🔥
Emai I'd : [email protected]
Instagram I'd : https://www.instagram.com/kantho1234?igsh=OGQ5ZDc2ODk2ZA==

#অসম #জয়পুৰ

Address

Namsang Tea Estate In
Naharkatia
786614

Website

Alerts

Be the first to know and let us send you an email when Nilokantho Tanti posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Nilokantho Tanti:

Shortcuts

Share

Category