নিগাম শাখা ছাত্ৰ সন্থা & Nigam Branch Student's Union

  • Home
  • India
  • Naharkatia
  • নিগাম শাখা ছাত্ৰ সন্থা & Nigam Branch Student's Union

নিগাম শাখা ছাত্ৰ সন্থা & Nigam Branch Student's Union "অসমী আই" ❤️ ✊
'হে শ্বহীদ প্ৰণামো তোমাক' ✊
*জয় আই অসম*✊✊
(1)

21/09/2026

পোহৰৰে চাকি গছি ❣️

নিগাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আমাৰ অভিভাৱক স্বৰূপ কৰ্ণকান্ত বড়া ডাঙৰীয়াৰ বিয়োগৰ খবৰে ব্যথিত ...
10/09/2026

নিগাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আমাৰ অভিভাৱক স্বৰূপ কৰ্ণকান্ত বড়া ডাঙৰীয়াৰ বিয়োগৰ খবৰে ব্যথিত কৰিলে৷ প্ৰচণ্ড স্বাভিমানী ব্যক্তিত্বৰ অধিকাৰী বড়া ছাৰৰ আপোচবিহীন সত্তা আমাৰ বাবে আছিল সাহস আৰু প্ৰেৰণাৰ তলবল উৎস৷ তেখেতৰ সান্নিধ্যৰ স্মৃতিয়ে আমাক সমৃদ্ধ কৰি ৰাখিব৷

এগৰাকী নিকট শুভাকাংক্ষীক হেৰুৱাই এইমুহূৰ্তত বাকৰুদ্ধ হৈ পৰিছোঁ,ছাৰৰ বিদেহী আত্মাৰ সদগতি কামনা কৰিছোঁ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা যাচিছোঁ৷

নিগাম শাখা ছাত্ৰ সন্থা & Nigam Branch Student's Union

শিক্ষক দিৱসৰ পৱিত্ৰ ক্ষণত মহান দাৰ্শনিক, শিক্ষাবিদ তথা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনদেৱক শ্ৰদ্ধাৰে ...
06/09/2026

শিক্ষক দিৱসৰ পৱিত্ৰ ক্ষণত মহান দাৰ্শনিক, শিক্ষাবিদ তথা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনদেৱক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।

শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ মৰম,অনুশাসন আৰু সাহসে আমাৰ জীৱন গঢ়িবলৈ উৎসাহ প্ৰেৰণা যোগায়। জ্ঞানৰ পোহৰেৰে আমাৰ জীৱন আলোকিত কৰি পথ প্ৰদৰ্শন কৰা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকললৈ জনালোঁ সেৱা আৰু শিক্ষক দিৱসৰ আন্তৰিক শুভাশা।

04/09/2026

ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ আজি এই শুভ দিনটোত সকলোলৈ জনালোঁ আন্তৰিক শুভাশা।

ভগৱানৰ আশীৰ্বাদে সকলোৰে জীৱন আনন্দময় কৰি শান্তি আৰু সমৃদ্ধিৰে ওপচাই তোলক, তাৰেই কামনা কৰিলোঁ।

শ্ৰীকৃষ্ণৰ পৱিত্ৰ জন্মাষ্টমী, ভক্তিভৰা শুভাষা সকলোলৈ ❣️
04/09/2026

শ্ৰীকৃষ্ণৰ পৱিত্ৰ জন্মাষ্টমী, ভক্তিভৰা শুভাষা সকলোলৈ ❣️

জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা,মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য শ্ৰী শ্ৰী মাধৱদেৱৰ পৱিত্ৰ তিৰোভাৱ তিথি।। গুৰুজনাৰ পৱিত্ৰ...
01/09/2026

জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা,মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য শ্ৰী শ্ৰী মাধৱদেৱৰ পৱিত্ৰ তিৰোভাৱ তিথি।। গুৰুজনাৰ পৱিত্ৰ তিৰোভাৱ তিথিত ভক্তিভৰা প্ৰণিপাত জনালোঁ।।

29/08/2026

বিগত বৰ্ষৰ বিহুৰ ভিদিও

25/08/2026

বিগত বৰ্ষৰ বিহু আদৰণি ❣️

25/02/2026

প্ৰকল্প "অন্বেষণ"

সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত সৰ্বোত্তম ক্লাচেচৰ সহযোগত আগন্তুক NEET(UG) বাচনি পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা পৰীক্ষাৰ্থীসকলৰ প্ৰশিক্ষণৰ বাবে প্ৰকল্প "অন্বেষণ" আৰম্ভ কৰা হ'ব। এই প্ৰকল্পৰ দ্বাৰা ডিব্ৰুগড় জিলাৰ ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ প্ৰশিক্ষণৰ দায়িত্ব সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই বহন কৰিব। সেই সন্দৰ্ভত‌ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা আৰু সৰ্বোত্তম ক্লাচেচৰ মাজত এখন চুক্তি স্বাক্ষৰ কৰা হয়।
-
Utpal Sarma
Samiran Phukon
All Assam Students' Union - AASU

08/02/2026

Address

নিগাম শাখা ছাত্ৰ সন্থা
Naharkatia

Telephone

+918822766578

Website

Alerts

Be the first to know and let us send you an email when নিগাম শাখা ছাত্ৰ সন্থা & Nigam Branch Student's Union posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to নিগাম শাখা ছাত্ৰ সন্থা & Nigam Branch Student's Union:

Shortcuts

Share