Foli Foundation

Directions

Foli Foundation Foli Foundation. Empowering Young Minds with AI, Robotics & Digital Education.
(2)

02/10/2026

Foli Notebook ....❤️

30/09/2026
24/09/2026

আমাৰ অসম, আমাৰ ফলি

05/09/2026

Happy Teacher's Day ❤️🙏

02/09/2026

Customize Your School Notebook With

াৰ_অসম_আমাৰ_ফলি

30/08/2026

চামগুৰি শংকৰদেৱ শিশু নিকেতন (নগাওঁ ,অসম)ত অনুষ্ঠিত Robotics Class-ৰ মূল্যায়ন আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৃষ্টিশীলতা প্ৰদৰ্শনৰ প্ৰথম বিজয় হোৱা দলটি....... “আৱিষ্কাৰ ২০২৬”

চামগুৰি শংকৰদেৱ শিশু নিকেতন (নগাওঁ , অসম)ত অনুষ্ঠিত Robotics Class-ৰ মূল্যায়ন আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৃষ্টিশীলতা প্ৰদৰ্শনৰ...
29/08/2026

চামগুৰি শংকৰদেৱ শিশু নিকেতন (নগাওঁ , অসম)ত অনুষ্ঠিত Robotics Class-ৰ মূল্যায়ন আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৃষ্টিশীলতা প্ৰদৰ্শনৰ উদ্দেশ্যে আজি নিকেতনত “আৱিষ্কাৰ ২০২৬” নামেৰে এখন বিজ্ঞান প্ৰদৰ্শনীৰ আয়োজন কৰা হয় ।।

29/08/2026

চামগুৰি শংকৰদেৱ শিশু নিকেতন (নগাওঁ , অসম)ত অনুষ্ঠিত Robotics Class-ৰ মূল্যায়ন আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৃষ্টিশীলতা প্ৰদৰ্শনৰ উদ্দেশ্যে আজি নিকেতনত “আৱিষ্কাৰ ২০২৬” নামেৰে এখন বিজ্ঞান প্ৰদৰ্শনীৰ আয়োজন কৰা হয় ।।



Raktim Ranjan Mahanta Bhaskar Saikia Kiran Saikia Dipjyoti Baruah

18/08/2026

🏆 গৌৰৱৰ মুহূৰ্ত! 🏆

আমাৰ *Robotics & AI* Class ৰ ছাত্ৰ *তীৰ্থ প্ৰবাস আদিত্য* -ই গণিত-বিজ্ঞান মেলা (Maths & Science Fair)-ত শংকৰদেৱ বিদ্যা নিকেতন, কলিয়াবৰত অনুষ্ঠিত হোৱা চামগুৰি সংকুলৰ ভিতৰত ১ম স্থান লাভ কৰি শংকৰদেৱ বিদ্যা নিকেতন, চামগুৰিৰ নাম উজ্বলাই তুলিছে। 🥇🎉

এই সফলতাৰ বাবে FOLI FOUNDATION-ৰ তৰফৰ পৰা *তীৰ্থ প্ৰবাস আদিত্য*-লৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা! 💐

FOLI FOUNDATION-এ *শংকৰদেৱ বিদ্যা নিকেতন, চামগুৰি*-ত *Robotics & AI Course* প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীসকলক আধুনিক প্ৰযুক্তি, উদ্ভাৱন আৰু সৃষ্টিশীল শিক্ষাৰ দিশত আগুৱাই নিয়াৰ বাবে কাম কৰি আহিছে। 🤖💡

এই সফলতা আমাৰ বাবে কেৱল এটা পুৰস্কাৰ নহয়—ই নতুন প্ৰজন্মৰ প্ৰতিভা, উদ্ভাৱনী চিন্তা আৰু ভৱিষ্যৎমুখী শিক্ষাৰ এক সুন্দৰ প্ৰতিফলন। 🚀

🌟 Congratulations Tritha Prabhas Aditya!
🌟 Congratulations Shankardev Vidya Niketan, Samaguri!

FOLI FOUNDATION
Knowledge • Innovation • Future

World Environment Day 🌳🌳One Earth 🌍 One future 🌲🌱
05/06/2026

World Environment Day 🌳🌳
One Earth 🌍 One future 🌲🌱

Address

NH37 , PANIGAON
Nagaon
782003

Website

Alerts

Be the first to know and let us send you an email when Foli Foundation posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category