সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন ছাত্ৰ নেতা বৰ্তমানৰ নগাওঁ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সন্মানীয় ড৹ হিতেশ ডেকা ছাৰৰ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি বহুমূলীয়া মন্তব্য।
জয় আই অসম✊
All Assam Students' Union - AASU
Utpal Sarma
Nagaon University AASU Unit
Nowgong college AASU unit
Nagaon University AASU Unit
নগাঁও বিশ্ববিদ্যালয় আছু গোট
জয় আই অসম
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্র-ছাত্রীসকললৈ আন্তৰিক অভিনন্দন যাচিলোঁ।
আশানুৰূপ ফলাফল লাভ নকৰা পৰীক্ষার্থীসকলকো শুভেচ্ছা যাচি ক'ব বিচাৰিছোঁ - হতাশ হ'ব নালাগে; নিষ্ঠা আৰু অধ্যৱসায় অটুট ৰাখিলে ভৱিষ্যত জীৱনত উত্তৰণৰ পৰ্যাপ্ত সুযোগ আহিব।
সদৌটিৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
Nowgong college AASU unit
Nagaon University AASU Unit
All Assam Students' Union - AASU
হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলোকে অভিনন্দন অভিনন্দন আৰু অভিনন্দন।
যি সকলৰ ফলাফল আশা কৰা মতে হোৱা নাই পৰীক্ষাৰ্থীসকলে হতাশ নহৈ আৰু এবাৰ কষ্ট কৰি সফলতাৰ দিশত আগবাঢ়ি যাওক।
সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
Nowgong college AASU unit
Nagaon University AASU Unit
All Assam Students' Union - AASU
03/03/2026
🙏
All Assam Students' Union - AASU
Utpal Sarma
Nagaon University AASU Unit
Nowgong college AASU unit
Mriganka Sekhar Hazarika
09/02/2026
🙏💐
31/01/2026
🙏
23/01/2026
🙏
Nagaon University AASU Unit
Nowgong college AASU unit
All Assam Students' Union - AASU
Utpal Sarma
21/01/2026
আপোনাৰ আন্তৰিক উপস্থিতিক আদৰ-আপ্যায়ন যাঁচিবলৈ আমি আগ্ৰহেৰে বাট চাই ৰ'লোঁ...
সেৱা আৰু ধন্যবাদেৰে-
নগাঁও সদৰ আঞ্চলিক ছাত্ৰ সন্থা🙏
Nagaon University AASU Unit
Nowgong college AASU unit
All Assam Students' Union - AASU
Utpal Sarma
17/01/2026
মৃত্যু বার্ষিকীত সশ্রদ্ধ প্রণাম। 🙏
All Assam Students' Union - AASU
Utpal Sarma
14/01/2026
সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা যাছিলোঁ। 🙏
All Assam Students' Union - AASU
Utpal Sarma
Click here to claim your Sponsored Listing.
Location
Category
Website
Address
Nagaon University
Nagaon
782001