Drapj Abdul Kalam Memorial Academy & Jr College

Drapj Abdul Kalam Memorial Academy & Jr College An ideal private Academy

24/12/2025
27/11/2025

সকলোকে নিমন্ত্ৰণ জনালোঁ ধন্যবাদ

07/03/2025

ইয়াৰদ্বাৰা সমূহ অভিভাৱক অভিভাৱিকা সকলক জনোৱা হয় যে আমাৰ🤗DR A P J ABDUL KALAM MEMORIAL ACADEMY🤗 ৰ 2025 বৰ্ষৰ ছাত্ৰ ছাত্ৰীৰ নাম ভৰ্তিকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আসন সীমিত প্ৰতিটো শ্ৰেণীত মাত্ৰ 40জন ছাত্ৰ ছাত্ৰীক হে নামভৰ্ত্তি দিয়া হব ।গতিকে নাম ভৰ্তিৰ বাবে অতি সোনকালে আমাৰ কাৰ্য্যালয়ত যোগাযোগ কৰক ধন্যবাদ । ছাত্ৰ ছাত্ৰীলৈ এটি জাননী প্ৰতিটো শ্ৰেণীৰ যিয়ে প্ৰথম স্থান পাব তাৰ কিতাপ বহী সম্পূৰ্ণ ৰূপে আমি বিনামূলীয়া কৈ প্ৰদান কৰিম ধন্যবাদ ।
💐 U:Dise 18100707707💐
☎️8822770488/+919101766409
🎤বি:দ্ৰ-পূৰ্বতে dise নথকা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক নামভৰ্তি দিয়া নহব।।

পবিত্ৰ ঈদ উল আজহাৰ আন্তৰিক শুভেচ্ছা
01/08/2020

পবিত্ৰ ঈদ উল আজহাৰ আন্তৰিক শুভেচ্ছা

An ideal private Academy

05/06/2020

আমাৰ একাডেমীৰ তৃতীয় শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ এটি নৃত্য।।।

24/05/2020

সকলোলৈ ঈদ উল ফিটৰৰ আন্তৰিক শুভেচ্ছা যাছিলোঁ।।।। ধন্যবাদ

21/05/2020
13/04/2020

লক ডাউনৰ সুযোগলৈ চোৰে চলালে লুৎপাত ।।। আমাৰ এ পি জে আব্দুল কালাম মেমৰিয়েল একাডেমীৰ পৰা চোৰে ফেন সমূহ নিয়াৰ লগতে কেইখনমান চকী লৈ যায়।।।। চোৰৰ এই মহানুৱতাক ধন্য মানিছোঁ।।।।।

I card of session  2020
18/03/2020

I card of session 2020

Address

Nagaon

Telephone

+918724910145

Website

Alerts

Be the first to know and let us send you an email when Drapj Abdul Kalam Memorial Academy & Jr College posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Drapj Abdul Kalam Memorial Academy & Jr College:

Shortcuts

Share

Category