Ambagan Higher Secondary School

Ambagan Higher Secondary School

Share

Ambagan Higher Secondary School
Ambagan, Nagaon, Assam 782120

22/05/2023
Photos from Ambagan Higher Secondary School's post 28/12/2022
Photos from Ambagan Higher Secondary School's post 21/11/2022

হীৰক জয়ন্তীৰ প্ৰাকমুহূৰ্তত আমাৰ বিদ্যালয় এক নতুন ৰূপত...

Photos from Ambagan Higher Secondary School's post 10/11/2022

হীৰক জয়ন্তীৰ লাইখুটা স্থাপন... (১০/১১/২০২২)

Photos from Ambagan Higher Secondary School's post 04/11/2022

আজি ইংৰাজী ০৪/১১/২০২২ তাৰিখ শুক্রবাৰে আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সমন্বিতে হীৰক জয়ন্তী উৎসৱ উদযাপন সমিতিৰ কেইবাগৰাকী বিষয়ববীয়াই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ চৰকাৰী কাৰ্যালয়ত উপস্থিত হৈ বিদ্যালয়ৰ আগন্তুক হীৰক জয়ন্তী উৎসৱত মাননীয় মুখ্যমন্ত্ৰী গৰাকীক মুখ্য অতিথিৰূপে পাবৰ বাবে নিমন্ত্ৰণী শৰাই আগবঢ়ায়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সবিনয়ে নিমন্ত্ৰণীপত্ৰ গ্ৰহণ কৰি সভাত উপস্থিত হোৱাৰ আশ্বাস প্ৰদান কৰে। লগতে সকলোকে মিঠাইৰে নিজ হাতেৰে আপ্যায়ন কৰে। এই সৌজন্যমূলক সাক্ষাৎকাৰে বিদ্যালয় পৰিয়ালৰ সকলোকে উৎসাহিত কৰিছে।

02/11/2022

বিদ্যালয়ৰ আগন্তুক হীৰক জয়ন্তীৰ লগত সংগতি ৰাখি অহা ইং ১২ নৱেম্বৰ, ২০২২ তাৰিখ শনিবাৰে কলিয়াবৰ মহকুমাভিত্তিক এখনি আন্ত:বিদ্যালয় কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। গতিকে ইচ্ছুক প্ৰতিযোগীসকলক সাদৰেৰে নিমন্ত্ৰণ জনালোঁ।

সময় : দিনৰ ১০ বজা।

Want your school to be the top-listed School/college in Nagaon?

Click here to claim your Sponsored Listing.

Location

Category

Telephone

Address


Ambagan Higher Secondary SchoolSH 3, Pachim Sualani
Nagaon
782120