16/05/2026
*আমাৰ গৌৰৱ*
ধৰমতুল নিকেতনত ১৬/৫/২৬ তাৰিখে অনুষ্ঠিত হোৱা বিভাগ খেল সমাৰোহত মুঠ ৬ টা সংকুলৰ
৩৪ খন নিকেতনৰ ১৯২ জন খেলুৱৈ ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছিল।উক্ত প্ৰতিযোগিতাত শংকৰদেৱ শিশু নিকেতন চামগুৰিৰ বালক শাখাৰ ল'ৰা শ্ৰী উদীপ্ত বৰাই শ্রেষ্ঠ খেলুৱৈৰ খিতাপ অর্জন কৰিবলৈ সক্ষম হোৱাৰ লগতে দীঘল জাপ আৰু ওখ জাপ প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰি নিকেতনলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে অহা ইংৰাজী ৩০ আৰু ৩১ মে তাৰিখে ধেমাজি নিকেতনত অনুষ্ঠিত হোৱা প্ৰান্তীয় খেলত অংশগ্ৰহণ কৰিবলৈ সুযোগ পাইছে।