AGI SUPER 40

AGI SUPER 40 A Coaching Institute that provides Medical & Engineering Entrance Coachings Like NEET,JEE,CEE etc.

Today, on Silpi Divas, the entire Aggressive Group of Institutions (AGI) family pays our deepest homage to the legendary...
17/01/2026

Today, on Silpi Divas, the entire Aggressive Group of Institutions (AGI) family pays our deepest homage to the legendary Rupkonwar Jyoti Prasad Agarwala.
His life was a symphony of art, revolution, and patriotism. As an educational institution, we strive to instill his values of creativity and courage in our students. May his legacy continue to inspire the youth to build a stronger society.

ভোগালী মানে কেৱল ভোগৰ উৎসৱেই নহয়, ই হ'ল একতা, সম্প্ৰীতি আৰু আমাৰ বাপতি সাহোন পৰম্পৰাৰ প্ৰতীক। 🌾​আহক, এই পবিত্ৰ ক্ষণত আম...
13/01/2026

ভোগালী মানে কেৱল ভোগৰ উৎসৱেই নহয়, ই হ'ল একতা, সম্প্ৰীতি আৰু আমাৰ বাপতি সাহোন পৰম্পৰাৰ প্ৰতীক। 🌾
​আহক, এই পবিত্ৰ ক্ষণত আমি সকলোৱে ভেদাভেদ পাহৰি একতাৰ এনাজৰীৰে বান্ধ খাই আমাৰ মৰমৰ অসমখনক অধিক শক্তিশালী কৰি তোলোঁ।
​ভোগালী বিহুৰ পবিত্ৰ ক্ষণত 'AGI ছিনিয়ৰ চেকেণ্ডাৰী স্কুল' (AGI Senior Secondary School) পৰিয়ালৰ তৰফৰ পৰা সমূহ ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শুভাকাংক্ষী তথা সমগ্ৰ অসমবাসীলৈ ভোগালীৰ হিয়াভৰা ওলগ জনালোঁ।" ❤️🔥
​শুভেচ্ছান্তে—
অভিযন্তা এন এম মুস্তান কেদূৱাই (Er. N M Mustan Kiduai)
সঞ্চালক, Aggressive Group of Institutions (AGI)

এ জি আই পৰিয়ালৰ সকলো ছাত্ৰ-ছাত্ৰী, অভিভাৱক সকল আৰু শুভাকাংক্ষী সকলক উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হ'ল।~...
19/12/2025

এ জি আই পৰিয়ালৰ সকলো ছাত্ৰ-ছাত্ৰী, অভিভাৱক সকল আৰু শুভাকাংক্ষী সকলক উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হ'ল।
~ এ জি আই কৰ্তৃপক্ষ।

বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো - আজি ৯ মাৰ্চ , ২০২৫ তাৰিখ দেওবাৰে ছোট ৰূপহী স্থিত এ জি আই ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল প্ৰাংগনত ...
08/03/2025

বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো - আজি ৯ মাৰ্চ , ২০২৫ তাৰিখ দেওবাৰে ছোট ৰূপহী স্থিত এ জি আই ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল প্ৰাংগনত এ জি আই পৰিয়ালৰ দ্বাৰা "সমূহীয়া ইফতাৰ‌" ৰ আয়োজন কৰা হৈছে। গতিকে উক্ত অনুষ্ঠানত আপোনাৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ।
ধন্যবাদেৰে ~ এ জি আই পৰিয়ালবৰ্গ।।

Ramadan Mubarak!Aggressive Group of Institutions Agi Senior Secondary School AGI SUPER 40 💐
01/03/2025

Ramadan Mubarak!
Aggressive Group of Institutions Agi Senior Secondary School AGI SUPER 40 💐

Happy birthday Milan Ch Bordoloi sir.Aggressive Group of InstitutionsAgi Senior Secondary School AGI SUPER 40
01/03/2025

Happy birthday Milan Ch Bordoloi sir.

Aggressive Group of Institutions
Agi Senior Secondary School
AGI SUPER 40

Address

SA Kiduai Road, Farazi Para , Chota Rupahi , Herapati
Nagaon
782002

Website

Alerts

Be the first to know and let us send you an email when AGI SUPER 40 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share