09/05/2021
Admission notice
DIET helps in coordinating and implementing government policies at district level & it have been changed with this responsibilities.
09/05/2021
Admission notice
09/05/2021
2 yrs D.El.Ed admission for 2021
28/01/2021
21/01/2021
D.El.Ed. 1st & 2nd year Back Exam program/2021. Plz contact your Exam center for more information.
22/06/2020
Back exam result of DIET, NAGAON SAMAGURI
02/04/2020
সুৰক্ষিত থাকক, সুৰক্ষিত ৰাখক।
আমাৰ DIET Nagaon Samaguri ৰ D.El.Ed ODL SCERT ৰ marksheet সমূহ ইতিমধ্যে কাৰ্য্যালয়ত উপলব্ধ হৈছে। আশা কৰিছোঁ এই সপ্তাহতেই প্ৰশিক্ষাৰ্থী সকলে সংগ্ৰহ কৰিব পাৰিব। বিতৰণৰ তাৰিখৰ জাননী দুই এদিনতেই পাব।
As information of SCERT, Assam, MARKSHEET of D.El.Ed (ODL) will available at concern centre from 1st/2nd of Nov/19 and trainee can collect this from Nov.11/12 from their centre.
26/08/2019
ফলাফল ঘোষণা কৰা হ'ল।
বন্ধু সকল আজি প্ৰায় পৰীক্ষা কেন্দ্ৰৰ ফলাফল ওলাইছে। কিন্তু DIET, Nagaon ৰ ফলাফল কিবা অ-আকাংক্ষিত কাৰণত SCERT, Guwahati কাৰ্য্যালয়ৰ পৰা আহি নোপোৱাৰ বাবে ঘোষণা কৰিব পৰা নাই। অতি সোনকালে ইয়াত ব্যবস্থা গ্ৰহণ কৰিবৰ বাবে আমি কৰ্তৃপক্ষক আহ্বান জনাইছোঁ।
আজি সন্ধিয়াৰ আগত D.El.Ed final (ODL, SCERT) পৰীক্ষাৰ ফলাফল ঘোষণাৰ এটা সম্ভৱনা আছে। অপেক্ষা কৰক।