PM Shri Mohkhuli SABM High School

PM Shri Mohkhuli SABM High School Everybody Has Rights To Education.Education is Most powerful Weapon Which You Can Use to change the World .

যোৱা ইংৰাজী 03/06/2025 তাৰিখে মʼহখুলি শ্বহীদ অনিল বৰা ম্মূতি উচ্চ মাধ্যমিক বিদ্যালয়ত চৰকাৰী নিদৰ্শনা  অনুযায়ী নগাঁও মে...
05/06/2025

যোৱা ইংৰাজী 03/06/2025 তাৰিখে মʼহখুলি শ্বহীদ অনিল বৰা ম্মূতি উচ্চ মাধ্যমিক বিদ্যালয়ত চৰকাৰী নিদৰ্শনা অনুযায়ী নগাঁও মেডিকেল কলেজৰ সহযোগত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ স্বাস্থ্য প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য সজাগতা শিবিৰ অনুষ্ঠিত কৰা হয় ।






যোৱা ইংৰাজী 31/05/2025 তাৰিখে মʼহখুলি শ্বহীদ অনিল বৰা ম্মূতি উচ্চ মাধ্যমিক বিদ্যালয়ত  নিচামূক্ত ভাৰত অভিযান সম্পৰ্কে বি...
05/06/2025

যোৱা ইংৰাজী 31/05/2025 তাৰিখে মʼহখুলি শ্বহীদ অনিল বৰা ম্মূতি উচ্চ মাধ্যমিক বিদ্যালয়ত নিচামূক্ত ভাৰত অভিযান সম্পৰ্কে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ তথা শিক্ষক শিক্ষয়িত্ৰী সকলৰ সহযোগত এখনি সজাগতা পদ যাত্ৰা কৰা হয় আৰু তাৰ সুবাদতে ছাত্ৰ ছাত্ৰীৰ সকলৰ মাজত এখন চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।



আজি আমাৰ বিদ্যালয়ত গণৰাজ্য দিৱস পালন কৰা হয়, উক্ত দিৱসত বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মিজুমী মহন্ত বাইদেউ ডাঙৰীয়াই প...
26/01/2025

আজি আমাৰ বিদ্যালয়ত গণৰাজ্য দিৱস পালন কৰা হয়, উক্ত দিৱসত বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মিজুমী মহন্ত বাইদেউ ডাঙৰীয়াই পতাকা উত্তোলন কৰে লগতে বিদ্যালয়ৰ জেষ্ঠ শিক্ষক তপন কুমাৰ শইকীয়া ছাৰে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী পতাকা উত্তোলনত সংগ দিয়ে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী সকলে আন্তৰিকতাৰে অংশগ্ৰহণ কৰে।

যোৱা ইংৰাজী ২১/০১/২০২৫ তাৰিখৰ পৰা আমাৰ বিদ্যালয়ত বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় উক্ত ক্ৰীড়া প্ৰতিযোগিতা ...
26/01/2025

যোৱা ইংৰাজী ২১/০১/২০২৫ তাৰিখৰ পৰা আমাৰ বিদ্যালয়ত বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় উক্ত ক্ৰীড়া প্ৰতিযোগিতা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰী সকলে আন্তৰিকতাৰে অংশগ্ৰহণ কৰে। 🙏🙏

আজি ইংৰাজী ১৭/১২/২০২৪ তাৰিখে আমাৰ বিদ্যালয়ত Hackathon Programme অনুষ্ঠিত কৰা হয় উক্ত Programme ত বিদ্যালয়ৰ ছাত্ৰ-ছাত্...
17/12/2024

আজি ইংৰাজী ১৭/১২/২০২৪ তাৰিখে আমাৰ বিদ্যালয়ত Hackathon Programme অনুষ্ঠিত কৰা হয় উক্ত Programme ত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকলে আন্তৰিকতাৰে অংশগ্ৰহণ কৰে।

আজি ইংৰাজী 13/11/2024 তাৰিখে আমাৰ বিদ্যালয়ত শিশু দিৱস উদযাপন কৰা হয়। উক্ত দিৱসত‌ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক শি...
14/11/2024

আজি ইংৰাজী 13/11/2024 তাৰিখে আমাৰ বিদ্যালয়ত শিশু দিৱস উদযাপন কৰা হয়। উক্ত দিৱসত‌ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী সকলে ভাগ লয় লগতে ছাত্ৰ-ছাত্ৰী সকলে নাচ গান আৰু কবিতা আবৃত্তি অনুষ্ঠিত হয়।

আজি আমাৰ বিদ্যালয়ত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰা হয়, উক্ত সভাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে ৰাষ্ট্ৰীয় একতা  অটুত ৰা...
30/10/2024

আজি আমাৰ বিদ্যালয়ত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰা হয়, উক্ত সভাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে ৰাষ্ট্ৰীয় একতা অটুত ৰাখিবলৈ সংকল্প লয় লগতে উক্ত দিৱসৰ লগত সংগতি ৰাখি একতা দৌৰ ভাগ লয়।

যোৱা ইংৰাজী ৩১/০৭/২০২৪ তাৰিখে আমাৰ বিদ্যালয়ৰ জেষ্ঠ শিক্ষয়িত্ৰী ৰহিমা খাতুন বাইদেউ য়ে চাকৰি কালৰ পৰা অব্যাহতি গ্ৰহন কৰ...
20/09/2024

যোৱা ইংৰাজী ৩১/০৭/২০২৪ তাৰিখে আমাৰ বিদ্যালয়ৰ জেষ্ঠ শিক্ষয়িত্ৰী ৰহিমা খাতুন বাইদেউ য়ে চাকৰি কালৰ পৰা অব্যাহতি গ্ৰহন কৰে। চাকৰি কালৰ সময়ছোৱাত তেখেতে অতি নিষ্ঠাৰে কৰ্তব্য পালন কৰে আৰু বিদ্যালয়ৰ মৰমৰ ছাত্ৰ ছাত্ৰীলৈ ভবিষ্যতলৈ বহু অবদান আগবঢ়াই । আজি ইংৰাজী ২০/০৯/২০২৪ তাৰিখে বিদ্যালয়ৰ ৰ্কমৰত শিক্ষক শিক্ষয়িত্ৰী আৰু ৰ্কমচাৰীয়ে আনুষ্ঠানিক ভাৱে তেখেতৰ বিদায়ী সভাৰ আয়োজন কৰা হৈছে। উক্ত সভাৰ তেখেতৰ বিদায়ী সভাৰ কিছু আলোকচিত্ৰ আপোনালোকলৈ দাঙি ধৰিছো ।🙏🙏

আজি আমাৰ বিদ্যালয়ত সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে বিশ্বকৰ্মা পূজা পালন কৰো ।
17/09/2024

আজি আমাৰ বিদ্যালয়ত সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে বিশ্বকৰ্মা পূজা পালন কৰো ।

আমাৰ বিদ্যালয়ৰ এই দুখন ফটো PM Shri School হিচাপে  সমগ্ৰ ৰাজ্য খনৰ ভিতৰত অন্যতম ফটো হিচাপে বাছনি হোৱাত ছাত্ৰ ছাত্ৰীৰ লগত...
17/09/2024

আমাৰ বিদ্যালয়ৰ এই দুখন ফটো PM Shri School হিচাপে সমগ্ৰ ৰাজ্য খনৰ ভিতৰত অন্যতম ফটো হিচাপে বাছনি হোৱাত ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকলেও বহু আনন্দিত হৈছো।

Address

Nagaon

Website

Alerts

Be the first to know and let us send you an email when PM Shri Mohkhuli SABM High School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category