Juria Higher Secondary School

Juria Higher Secondary School Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Juria Higher Secondary School, High School, JURIA, NAGAON(ASSAM), Nagaon.

কালিৰ সংখ্যা (০৫-১১-২০২৩)  “অসমীয়া প্ৰতিদিন” কাকতৰ এটি পৃষ্ঠা Juria Higher Secondary School ৰ নামত ।  গৌৰৱোজ্বল পঁয়সত্তৰ...
06/11/2023

কালিৰ সংখ্যা (০৫-১১-২০২৩) “অসমীয়া প্ৰতিদিন” কাকতৰ এটি পৃষ্ঠা Juria Higher Secondary School ৰ নামত । গৌৰৱোজ্বল পঁয়সত্তৰ বছৰৰ উদযাপনৰ এই শুভক্ষণত অসমীয়া প্ৰতিদিন কাকতে এটি পৃষ্ঠা বিদ্যালয়ৰ সৈতে সম্পৰ্কিত লেখাৰে সজাই তোলাটো আমাৰ সকলোৰে কাৰণে সুখৰ বতৰা ।

#মহাৰজতজয়ন্তী
#মহাৰজত_জয়ন্তী

গৌৰৱোজ্বল ৭৫ বছৰ ৷ মহাৰজত জয়ন্তী সমাৰোহৰ সাংস্কৃতিক শোভাযাত্ৰাৰ কেইটিমান দৃশ্য ।  শোভাযাত্ৰাত প্ৰাক্তন শিক্ষাৰ্থী তথা বৰ...
06/11/2023

গৌৰৱোজ্বল ৭৫ বছৰ ৷ মহাৰজত জয়ন্তী সমাৰোহৰ সাংস্কৃতিক শোভাযাত্ৰাৰ কেইটিমান দৃশ্য । শোভাযাত্ৰাত প্ৰাক্তন শিক্ষাৰ্থী তথা বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে ভাগ লৈছিল জনপ্ৰিয় অভিনেত্ৰী Amrita Gogoi য়ে

#মহাৰজতজয়ন্তী


#মহাৰজত_জয়ন্তী

মহাৰজত জয়ন্তী উদযাপনৰ তৃতীয় দিনাৰ সাংস্কৃতিক অনুষ্ঠানৰ “মঞ্চ মুকলি অনুষ্ঠান”ত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ সৈতে ...
06/11/2023

মহাৰজত জয়ন্তী উদযাপনৰ তৃতীয় দিনাৰ সাংস্কৃতিক অনুষ্ঠানৰ “মঞ্চ মুকলি অনুষ্ঠান”ত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ সৈতে মঞ্চত মহাৰজত জয়ন্তীৰ আদৰণি সমিতিৰ সভাপতি শ্ৰী জগত চন্দ্ৰ শইকীয়া, মুখ্য সম্পাদকদ্বয় আনৱাৰ হুছেইন আৰু দুৰ্গেশ্বৰ দত্ত, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি দিপুল বৰাদেৱৰ সৈতে শ্ৰদ্ধাৰ ব্যক্তিসকল -

মহাৰজত জয়ন্তী অনুষ্ঠানৰ তৃতীয় দিনাৰ কাৰ্যসূচী “মুকলি সভা”ৰ অতিথিক আদৰণি জনোৱাৰ দৃশ্য - ৫/১১/২০২৩
06/11/2023

মহাৰজত জয়ন্তী অনুষ্ঠানৰ তৃতীয় দিনাৰ কাৰ্যসূচী “মুকলি সভা”ৰ অতিথিক আদৰণি জনোৱাৰ দৃশ্য -

৫/১১/২০২৩

মহাৰজত জয়ন্তী উপলক্ষে শিক্ষাৰ্থীৰ মাজত অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতাৰ দৃশ্য -৫/১১/২০২৩ #মহাৰজতজয়ন্তী
06/11/2023

মহাৰজত জয়ন্তী উপলক্ষে শিক্ষাৰ্থীৰ মাজত অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতাৰ দৃশ্য -

৫/১১/২০২৩

#মহাৰজতজয়ন্তী

মহাৰজত জয়ন্তী অনুষ্ঠানত সমবেত প্ৰাক্তন শিক্ষাৰ্থীসকলৰ কেইখনমান ফটো - ৩, ৪, ৫ নৱেম্বৰ ২০২৩
06/11/2023

মহাৰজত জয়ন্তী অনুষ্ঠানত সমবেত প্ৰাক্তন শিক্ষাৰ্থীসকলৰ কেইখনমান ফটো -

৩, ৪, ৫ নৱেম্বৰ ২০২৩

জুৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উচ্চ বৰ্গৰ সহায়ক প্ৰয়াত কুশৰাম বৰাৰ হৈ পৰিয়ালক সম্বৰ্দ্ধনা জনাইছে অধ্যক্ষ ত...
06/11/2023

জুৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উচ্চ বৰ্গৰ সহায়ক প্ৰয়াত কুশৰাম বৰাৰ হৈ পৰিয়ালক সম্বৰ্দ্ধনা জনাইছে অধ্যক্ষ তথা মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সম্পাদক আনৱাৰ হুছেইনে

মহাৰজত জয়ন্তী অনুষ্ঠানৰ কেইটিমান দৃশ্য ৷
06/11/2023

মহাৰজত জয়ন্তী অনুষ্ঠানৰ কেইটিমান দৃশ্য ৷

মহাৰজত জয়ন্তী অনুষ্ঠানত অধ্যক্ষ আনৱাৰ হুছেইনদেৱে প্ৰাক্তন শিক্ষাৰ্থীক স্মাৰক প্ৰদান কৰাৰ দৃশ্য -
06/11/2023

মহাৰজত জয়ন্তী অনুষ্ঠানত অধ্যক্ষ আনৱাৰ হুছেইনদেৱে প্ৰাক্তন শিক্ষাৰ্থীক স্মাৰক প্ৰদান কৰাৰ দৃশ্য -

মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি শ্ৰী জগত চন্দ্ৰ শইকীয়া  আৰু সম্পাদক মঃ আনৱাৰ হুছেইনদেৱ প্ৰাক্তন শিক্ষাৰ্থীৰ সৈতে ৩, ৪...
06/11/2023

মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি শ্ৰী জগত চন্দ্ৰ শইকীয়া আৰু সম্পাদক মঃ আনৱাৰ হুছেইনদেৱ প্ৰাক্তন শিক্ষাৰ্থীৰ সৈতে

৩, ৪, ৫ নৱেম্বৰ ২০২৩

মহাৰজত জয়ন্তী উপলক্ষে অনুষ্ঠিত নাটকৰ কেইটামান  দৃশ্য
06/11/2023

মহাৰজত জয়ন্তী উপলক্ষে অনুষ্ঠিত নাটকৰ কেইটামান দৃশ্য

Address

JURIA, NAGAON(ASSAM)
Nagaon
782124

Website

Alerts

Be the first to know and let us send you an email when Juria Higher Secondary School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category