Excellent Senior Secondary School,Hatipara-Nagaon

Excellent Senior Secondary School,Hatipara-Nagaon English and Assamese Medium School
Classes From Pre Nursery To 12th

শিক্ষামূলক ভ্ৰমণৰ আমাৰ ছাত্ৰী সকলৰ গ্ৰুপ ফটো...স্থান: ভৈৰৱকুণ্ড!
23/01/2026

শিক্ষামূলক ভ্ৰমণৰ আমাৰ ছাত্ৰী সকলৰ গ্ৰুপ ফটো...
স্থান: ভৈৰৱকুণ্ড!

আমাৰ এই বৃহত্তৰ অঞ্চলৰ এগৰাকী ইংৰাজী বিষয়ৰ অভিজ্ঞ শিক্ষক Abbas Ali ছাৰক Excellent Senior Secondary School ত স্বাগতম জনা...
21/01/2026

আমাৰ এই বৃহত্তৰ অঞ্চলৰ এগৰাকী ইংৰাজী বিষয়ৰ অভিজ্ঞ শিক্ষক Abbas Ali ছাৰক Excellent Senior Secondary School ত স্বাগতম জনাইছো 🥰

হাতীপাৰা Excellent Senior Secondary School ৰ তৰফৰ পৰা সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ!
01/01/2026

হাতীপাৰা Excellent Senior Secondary School ৰ তৰফৰ পৰা সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ!

Admission is going on....
20/12/2025

Admission is going on....

10 ফেব্ৰুৱাৰী 2026 ৰ পৰা মেট্ৰিক আৰু 11 ফেব্ৰুৱাৰী 2026 ৰ পৰা হায়াৰ ছেকেন্ডাৰী পৰীক্ষা অনুষ্ঠিত হব।
19/11/2025

10 ফেব্ৰুৱাৰী 2026 ৰ পৰা মেট্ৰিক আৰু 11 ফেব্ৰুৱাৰী 2026 ৰ পৰা হায়াৰ ছেকেন্ডাৰী পৰীক্ষা অনুষ্ঠিত হব।

আজি অনুষ্ঠিত হোৱা দশম শ্ৰেণীৰ অভিভাৱক সভাত উপস্থিত হোৱা সকলো অভিভাৱকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনত আপোনালোক...
29/08/2025

আজি অনুষ্ঠিত হোৱা দশম শ্ৰেণীৰ অভিভাৱক সভাত উপস্থিত হোৱা সকলো অভিভাৱকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনত আপোনালোকে যদি এনেকৈ আমাক সঁহাৰি দিয়ে তেন্তে আমি সফল হবলৈ বেছি সময় নালাগিব।

নগাঁও জিলাৰ নৱম আৰু দশম শ্ৰেণীৰ 2025 বৰ্ষৰ Half Yearly পৰীক্ষাৰ সময়সূচী
19/08/2025

নগাঁও জিলাৰ নৱম আৰু দশম শ্ৰেণীৰ 2025 বৰ্ষৰ Half Yearly পৰীক্ষাৰ সময়সূচী

আমাৰ Excellent Senior Secondary school ৰ তৰফৰ পৰা আমাৰ অঞ্চলৰ এজন উদীয়মান কণ্ঠশিল্পী ৰেকিব উদ্দিনে NE BHARAT এ আয়োজন কৰ...
27/09/2024

আমাৰ Excellent Senior Secondary school ৰ তৰফৰ পৰা আমাৰ অঞ্চলৰ এজন উদীয়মান কণ্ঠশিল্পী ৰেকিব উদ্দিনে NE BHARAT এ আয়োজন কৰা "জুবিনৰ গানে কি আনে" ৰ নগাওঁ জিলাৰ অডিচনত নিৰ্বাচিত হোৱাত আন্তৰিক শুভেচ্ছা ও অভিনন্দন জনালোঁ। ৰেকিব তুমি আৰু আগুৱাই যোৱা, তুমি আশা কৰা ধৰণে সফল হোৱা তাৰেই আমি কামনা কৰোঁ।

20/09/2024

মই হেনো প্ৰাইভেট স্কুলৰ শিক্ষক , কবিতাটি এবাৰ শুনিবচোন , হৃদয় চুই যাব আপোনাৰ.........

18/09/2024

আমি জীৱনত আগবাঢ়ি যাবলৈ হলে কিতাপক বন্ধু বনাব লাগিব।
ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি অধ্যক্ষ মহোদয়ে দিয়া বক্তব্য।

Address

Hatipara, Rupahihat
Nagaon
782003

Website

Alerts

Be the first to know and let us send you an email when Excellent Senior Secondary School,Hatipara-Nagaon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category