17/02/2026
ৰাহত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান অনুসন্ধান প্ৰকল্প প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা শিক্ষাৰ্থীসকলক প্ৰমাণপত্ৰ বিতৰণৰ এটি স্মৰণীয় মুহূৰ্ত।
আমাৰ শিক্ষাৰ্থীসকলৰ সৃষ্টিশীল চিন্তা, অনুসন্ধিৎসা আৰু বিজ্ঞানমনস্ক মনোভাৱ দেখি অতি আনন্দ অনুভৱ কৰিলোঁ।
ভৱিষ্যততো তেওঁলোক অধিক সফলতা লাভ কৰক — এই শুভকামনা জনালোঁ। 🌿🔬