মহান কৰুণাময়ে অলপতে বচালে... 🥺🙏
Kandhulimari Serajia Higher Secondary School
Kandhulimari Serajia Higher Secondary School name after Late Shirajul Islam of Kandhulimari.
Kandhulimari Serajia High School was established on 1965 by Late Sirajul Islam Sarkar. The School was named after Sirajul Islam Sarkar , as "Kandhulimari Serajia High School", in appreciation of his genuine concern for the cause of education in the province. Kandhulimari Serajia High School was the centre of the literary and cultural movements of the area to build the identity of the Area as a d
13/11/2025
প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল,
আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু "আমিৰ হুছেইন" ছাৰে অৱসৰ গ্ৰহণ কৰাৰ উপলক্ষে তেওঁক বিদায় জনাবলৈ অহা ১৫ নৱেম্বৰ ২০২৫ শনিবাৰে এটি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। তদুপলক্ষে সকলোৱে উক্ত অনুষ্ঠানত উপস্থিত থাকি ছাৰক আনুষ্ঠানিকভাৱে বিদায় দিব বুলি আমি আশাবাদী।
ছাৰৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি অৱসৰী জীৱনৰ শুভেচ্ছা জনালো। 💐
🗓️ ১৫ নৱেম্বৰ, ২০২৫
📌 বিদ্যালয় প্ৰাঙ্গন
31/10/2025
____ শোক বাৰ্তাঃ ____
আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা মেলাকাধিং-মুকুন্দআটি গাওঁ পঞ্চায়তৰ একাউণ্টেন্ট হিচাপে কৰ্মৰত আনোৱাৰ হুচেইনে আজি নগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে। জহাজান নিবাসী আমাৰ প্ৰাক্তন ছাত্ৰজনৰ মৃত্যুত আমি শোক প্ৰকাশ কৰিছো, লগতে তেওঁৰ মাগফিৰাতৰ বাবে দোৱা মাগিছোঁ।
11/10/2025
অহা ১৪অক্টোবৰৰ পৰা ৩০ অক্টোবৰ তাৰিখলৈকে নগাঁও জিলাৰ প্ৰতিটো বিধান সভা সমষ্টি ভিত্তিক অনুষ্ঠিত হ'বলগীয়া #বৃহৎস্বাস্থ্যশিবিৰৰ #সময়সূচীসমূহ...
#ৰূপহীহাটবিধানসভাসমষ্টি: কান্দুলিমাৰি চিৰাজ উচ্চতৰ মাধ্যমিক বিদ্যালয়, দগাওঁ - ২৩ অক্টোবৰ
অহা ১৪অক্টোবৰৰ পৰা ৩০ অক্টোবৰ তাৰিখলৈকে নগাঁও জিলাৰ প্ৰতিটো বিধান সভা সমষ্টি ভিত্তিক অনুষ্ঠিত হ'বলগীয়া #বৃহৎস্বাস্থ্যশিবিৰৰ #সময়সূচীসমূহ...
#নগাঁওবটদ্ৰৱাসমষ্টিঃ নেহেৰুবালি খেলপথাৰ, নগাঁও - ১৪ অক্টোবৰ
#চামগুৰিবিধানসভাসমষ্টি: আলহাজ নুৰুল হুছেইন উচ্চ মাধ্যমিক বিদ্যালয় - ১৬ অক্টোবৰ
#কলিয়াবৰবিধানসভাসমষ্টি: মুক্তিযুঁজাৰু ভৱন, কলিয়াবৰ - ১৭ অক্টোবৰ
#ৰূপহীহাটবিধানসভাসমষ্টি: কান্দুলিমাৰি চিৰাজ উচ্চতৰ মাধ্যমিক বিদ্যালয়, দগাওঁ - ২৩ অক্টোবৰ
#বঢ়মপূৰবিধানসভাসমষ্টি: বাপূজি ভৱন পুথিভঁৰাল, পুৰণিগুদাম - ২৪ অক্টোবৰ
#বঢ়মপূৰবিধানসভাসমষ্টি: কামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, কামপুৰ- ২৫ অক্টোবৰ
#ৰহাবিধানসভাসমষ্টি: ৰহা মীন মহাবিদ্যালয়, অতিথিশালা, চাপৰমুখ - ২৭ অক্টোবৰ
#ধিংবিধানসভাসমষ্টি: ফকৰুদ্দিন আলী আহমেদ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় , ধূপগুৰি, ধিং - ৩০ অক্টোবৰ
National Health Mission,Assam Nagaon District Administration Janasanyog Nagaon জনসংযোগ নগাঁও Directorate of Information and Public Relations, Assam CMO Assam PMO India Ashok Singhal Ministry of Health and Family Welfare, Government of India Rashtriya Bal Swasthya Karyakram - RBSK, Nagaon Kaliabor Sub Divisional Civil Hospital Rashtriya Kishore Swasthya Karyakram - RKSK Nagaon Diplu Ranjan Sarma Following 𝑭𝒐𝒍𝒍𝒐𝒘𝒆𝒓𝒔. Highlights Highlight ⊕ fans
28/05/2025
কান্ধুলিমাৰী ছিৰাজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰাহত হস্পিতালৰ উদ্যোগত ঋতুচক্ৰ স্বচ্ছতা দিৱস উপলক্ষে সজাগতা সভাৰ কিছু দৃশ্য...
27/05/2025
সকলোৰে উপস্থিতি বিনম্ৰভাবে কামনা কৰা হ'ল।
Click here to claim your Sponsored Listing.
Location
Category
Contact the school
Address
Vill/Kandhulimari. PO/Mithapukhuripar. PS/Juria
Nagaon
782124
Opening Hours
| Monday | 9am - 3:30pm |
| Tuesday | 9am - 3:30pm |
| Wednesday | 9am - 3:30pm |
| Thursday | 9am - 3:30pm |
| Friday | 9am - 3:30pm |
| Saturday | 9am - 3:30pm |