আদর্শ জাতীয় বিদ্যালয় , দগাঁও

  • Home
  • India
  • Nagaon
  • আদর্শ জাতীয় বিদ্যালয় , দগাঁও

আদর্শ জাতীয় বিদ্যালয় , দগাঁও An assames medium private school Ankur to class XII . Estd 2006, run by NGO (Dagaon Anchalik samaj kalyan samity )

09/08/2026

training of Teachers training...

দগাঁও আঞ্চলিক সমাজ কল্যাণ সমিতিৰ উদ্যোগত আৰু আদৰ্শ জাতীয় বিদ্যালয়,দগাঁৱৰ সহযোগত দুদিনীয়া শিক্ষক প্ৰশিক্ষণ শিবিৰৰ আজি...
30/07/2026

দগাঁও আঞ্চলিক সমাজ কল্যাণ সমিতিৰ উদ্যোগত আৰু আদৰ্শ জাতীয় বিদ্যালয়,দগাঁৱৰ সহযোগত দুদিনীয়া শিক্ষক প্ৰশিক্ষণ শিবিৰৰ আজি সামৰণি পৰে। এই ছেগতে সমল ব্যক্তি ক্ৰমে লংকা, কৃষ্ণ বৰা বি এড কলেজৰ অধ্যক্ষ ডা৹ মোস্তাফিজুৰ ৰহমান, নৰ্মাল স্কুল, নগাঁৱৰ টিছাৰ ইডুকেটৰ শ্ৰী ৰুণজুন বৰা, বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক শ্বৰিফুল ইছলাম আৰু শিক্ষক মেহদী ইকবাল খান ডাঙৰীয়াক লগতে প্ৰশিক্ষণত অংশগ্ৰহণ কৰা পাঁচ খন বিদ্যালয়ৰ শিক্ষক প্ৰশিক্ষাৰ্থী সকললৈ ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিলো। সকলো ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনাৰে .... বিদ্যালয় কৰ্তৃপক্ষ। ।

19/07/2026

নবাগত আদৰণি -২০২৬

আজি বিদ্যালয়খনৰ উদ্যোগত নবাগত আদৰণি-২০২৬ ওলহ মালহৰে আয়োজন কৰা হয়। বিদ্যালয় সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটোৰ প্ৰতিটো ...
18/07/2026

আজি বিদ্যালয়খনৰ উদ্যোগত নবাগত আদৰণি-২০২৬ ওলহ মালহৰে আয়োজন কৰা হয়। বিদ্যালয় সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটোৰ প্ৰতিটো কাৰ্যসূচী ছাত্ৰ ছাত্ৰী সকলে প্ৰত্যক্ষ সহযোগিতাৰে সফল ভাৱে ৰূপায়ন কৰে। অনুষ্ঠানটোৰ কেইটামান অনন্য কাৰ্যসূচী যেনে Wish/ Dream wall, Introduction card, নবাগতৰ Even আৰু Odd দলৰ পৰিচয় পৰ্ব, অসমীয়া, ইংৰাজী, বাংলা, হিন্দী আদি ভাষাত আদৰণি জনোৱা, 'Know Your School' ৰ আকস্মিক কুইজ ও প্ৰাইজ, নবাগতৰ চমু বক্তৃতা, গীত, নৃত্য, অভিনয়, কৌতুক, Photo booth corner, আদি অনুষ্ঠানটোক এটি অন্য মাত্ৰা প্ৰদান কৰে। বিদ্যালয় কৰ্তৃপক্ষ ফালৰ পৰা প্ৰতি গৰাকী নবাগতক কলম আৰু শুভেচ্ছা পত্ৰৰে আদৰণি জনোৱা হয়। এইবাৰ নবাগত আদৰণিৰ থিম আছিল আমাৰ অসম, আমাৰ ভৱিষ্যত। সদৌ শেষত বিশিষ্ট গায়কৰ গীতৰ শৰাই আৰু অসম সংগীতেৰে অনুষ্ঠানৰ সামৰণি পৰে। প্ৰতি গৰাকী ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনাৰে....

Fee back policy implemented for Star and Distinction marks holders of HSLC & HS started from 2026
02/05/2026

Fee back policy implemented for Star and Distinction marks holders of HSLC & HS started from 2026

কৃতকাৰ্য লাভ কৰা সকলো ছাত্ৰ ছাত্ৰীক বিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰা হল। ।
28/04/2026

কৃতকাৰ্য লাভ কৰা সকলো ছাত্ৰ ছাত্ৰীক বিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰা হল। ।

২০২৬_২৭ শিক্ষাবৰ্ষৰ বাবে উচ্চতৰ মাধ্যমিক কলা শাখাৰ  প্ৰথম বৰ্ষৰ নামভৰ্ত্তি চলি আছে।  সীমিত সংখ্যক আসন, আজিয়েই যোগাযোগ ক...
15/04/2026

২০২৬_২৭ শিক্ষাবৰ্ষৰ বাবে উচ্চতৰ মাধ্যমিক কলা শাখাৰ প্ৰথম বৰ্ষৰ নামভৰ্ত্তি চলি আছে। সীমিত সংখ্যক আসন, আজিয়েই যোগাযোগ কৰক।

আজি ঘোষিত ২০২৫-২৬ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল।। সমূহ ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।
10/04/2026

আজি ঘোষিত ২০২৫-২৬ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল।। সমূহ ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।

03/03/2026

Address

Nagaon

Telephone

+919401356474

Website

Alerts

Be the first to know and let us send you an email when আদর্শ জাতীয় বিদ্যালয় , দগাঁও posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to আদর্শ জাতীয় বিদ্যালয় , দগাঁও:

Shortcuts

Share

Category