Namgaon Govt.Junior Basic School.

Namgaon Govt.Junior Basic School. এই পে'জটো বিদ্যালয়ত পালন কৰা শৈক্ষিক দিশৰ ক্ৰিয়াকলাপৰ লগত জড়িত।

মৌ মেল ৩০/০৬/২০২৬
30/06/2026

মৌ মেল ৩০/০৬/২০২৬

International Yoga Day Celebration at School
21/06/2026

International Yoga Day Celebration at School

সম্প্ৰীতি ভোজন 19/06/2026আজিৰ সম্প্ৰীতি ভোজন অনুষ্ঠানটো সফলভাৱে অনুষ্ঠিত কৰাত সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে বিদ্যালয়ৰ সমূহ...
19/06/2026

সম্প্ৰীতি ভোজন 19/06/2026
আজিৰ সম্প্ৰীতি ভোজন অনুষ্ঠানটো সফলভাৱে অনুষ্ঠিত কৰাত সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে বিদ্যালয়ৰ সমূহ অভিভাৱক-অভিভাৱিকা,শিক্ষক-শিক্ষয়িত্ৰী ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয়ৰ ৰান্ধনীকৰ্মীসকল আটাইকে মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।

"এক পেড় মা কে নাম" বিশ্ব পৰিৱেশ দিৱস উদযাপন ।সেউজীয়া পৃথিৱীখনক আৰু অলপ সেউজীয়া কৰি গঢ়ি তোলাৰ বাবে আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছ...
05/06/2025

"এক পেড় মা কে নাম" বিশ্ব পৰিৱেশ দিৱস উদযাপন ।সেউজীয়া পৃথিৱীখনক আৰু অলপ সেউজীয়া কৰি গঢ়ি তোলাৰ বাবে আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ অলপ প্ৰচেষ্টা।পৰিৱেশ দিৱসৰ তাৎপৰ্য আৰু সুস্থ জীৱন শৈলীৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক কিছু আভাস দিয়াৰ যত্ন কৰা হয়।

আজি ইংৰাজী ১৮/১২/২০২৪ তাৰিখে নামগাঁও চৰকাৰী বুনিয়াদী বিদ্যালয়ৰ পৰা বন্ধু বিদ্যালয় ৬৯১ নং আউনীআটী কছাৰীগাঁও প্ৰাথমিক বিদ্...
18/12/2024

আজি ইংৰাজী ১৮/১২/২০২৪ তাৰিখে নামগাঁও চৰকাৰী বুনিয়াদী বিদ্যালয়ৰ পৰা বন্ধু বিদ্যালয় ৬৯১ নং আউনীআটী কছাৰীগাঁও প্ৰাথমিক বিদ্যালয়লৈ যাত্ৰা কৰা হয়। তেওলোকে আমাক শিক্ষক শিক্ষয়িত্ৰীকে প্ৰমুখ্য কৰি সকলো ছাত্ৰ-ছাত্ৰীকে উষ্ম আদৰণি জনায়।সকলোৰে মাজত প্ৰথমে চিনাক পৰ্ব হয়।তাৰ পিছতেই দিয়োখন বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী সকলে পৃথকে পৃথকে সমবেত সংগীত পৰিৱেশন কৰে।বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।সকলোৱে আনন্দ মনেৰে প্ৰতিযোগিতা সমূহত অংশগ্ৰহণ কৰে।শেষত বঁটা বিতৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

আজি আমাৰ বিদ্যালয়ৰ পৰা কেইজনমান ছাত্ৰ-ছাত্ৰীক লৈ ঐতিহ্য মণ্ডিত ঠাই তেজপুৰ নগৰলৈ এটি শিক্ষামূলক ভ্ৰমণ কৰা হয়।তেজপুৰৰ মহাভ...
02/12/2024

আজি আমাৰ বিদ্যালয়ৰ পৰা কেইজনমান ছাত্ৰ-ছাত্ৰীক লৈ ঐতিহ্য মণ্ডিত ঠাই তেজপুৰ নগৰলৈ এটি শিক্ষামূলক ভ্ৰমণ কৰা হয়।তেজপুৰৰ মহাভৈৰৱ মন্দিৰ,অগ্নিগড়,গনেশ ঘাট,চিত্ৰলেখা উদ্যান আদি ঐতিহাসিক ঠাইসমূহ ভ্ৰমণ কৰি ছাত্ৰ-ছাত্ৰী সকলে আনন্দ স্ফূৰ্তি আৰু কিছু বাস্তৱ অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হ'ল।এই ভ্ৰমণৰ কিছু ছবি এনেদৰে সাঁচি ৰাখিলোঁ।

Address

Namgaon Borbhagia Street
Nagaon
782138

Website

Alerts

Be the first to know and let us send you an email when Namgaon Govt.Junior Basic School. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share