Rangatuni Pukhuri Par LPS

Call Directions Contact the school

Rangatuni Pukhuri Par LPS School

19/09/2026

#জয়_জুবিন_দা

 #জয়_জুবিন_দা আপুনি সদায় প্ৰতিজন অসমীয়াৰ হৃদয়ৰ ৰজা হৈ থাকিব। Love You
19/09/2026

#জয়_জুবিন_দা
আপুনি সদায় প্ৰতিজন অসমীয়াৰ হৃদয়ৰ ৰজা হৈ থাকিব। Love You

জ্ঞানৰ পোহৰেৰে জীৱন আলোকিত কৰা প্ৰতিগৰাকী শিক্ষাগুৰুলৈ শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু গভীৰ শ্ৰদ্ধা! 🌸📚
05/09/2026

জ্ঞানৰ পোহৰেৰে জীৱন আলোকিত কৰা প্ৰতিগৰাকী শিক্ষাগুৰুলৈ শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু গভীৰ শ্ৰদ্ধা! 🌸📚

29/08/2026

সুস্বাস্থ্যৰে জীয়াই থাকিবলৈ যোগাসনৰ প্ৰয়োজন। সকলোকে #আন্তৰ্জাতিক_যোগ_দিৱসৰ শুভেচ্ছা থাকিল।
21/06/2026

সুস্বাস্থ্যৰে জীয়াই থাকিবলৈ যোগাসনৰ প্ৰয়োজন। সকলোকে
#আন্তৰ্জাতিক_যোগ_দিৱসৰ শুভেচ্ছা থাকিল।

আজিৰ এই পবিত্ৰ দিনটোত সকলোলৈ জনালোঁ গণতন্ত্ৰ দিৱসৰ আন্তৰিক শুভেচ্ছা।💐💐💐​১৯৫০ চনৰ আজিৰ দিনটোতেই আমাৰ দেশত সংবিধান কাৰ্যকৰ...
26/01/2026

আজিৰ এই পবিত্ৰ দিনটোত সকলোলৈ জনালোঁ গণতন্ত্ৰ দিৱসৰ আন্তৰিক শুভেচ্ছা।💐💐💐

​১৯৫০ চনৰ আজিৰ দিনটোতেই আমাৰ দেশত সংবিধান কাৰ্যকৰী হৈছিল আৰু ভাৰতবৰ্ষই এক সাৰ্বভৌম, গণতান্ত্ৰিক গণৰাজ্য হিচাপে বিশ্বদৰবাৰত থিয় দিছিল। আজিৰ এই দিনটোত আমি আমাৰ সংবিধানৰ প্ৰমূল্যসমূহ— স্বাধীনতা, সমতা আৰু ভ্ৰাতৃত্ববোধক সোঁৱৰি দেশৰ সৰ্বাংগীণ উন্নতিৰ বাবে নিজক উৎসৰ্গা কৰাৰ সংকল্প লওঁ।
​আহক, আমি সকলোৱে মিলি এখন শিক্ষিত, সচেতন আৰু শক্তিশালী ভাৰত গঢ়াৰ দিশত এখোজ আগুৱাই যাওঁ।
​জয় হিন্দ ! বন্দেমাতৰম !🇮🇳🇮🇳

"তোমালোকে মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম!''​যিগৰাকী মহান বিপ্লৱীৰ সাহসৰ ওচৰত ব্ৰিটিছ শক্তিও কঁপিবলৈ বাধ্য হৈছিল...
23/01/2026

"তোমালোকে মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম!''
​যিগৰাকী মহান বিপ্লৱীৰ সাহসৰ ওচৰত ব্ৰিটিছ শক্তিও কঁপিবলৈ বাধ্য হৈছিল, সেইগৰাকী মহান নেতা নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তীত তেওঁক গভীৰভাৱে স্মৰণ কৰিছোঁ। আজিৰ এই পবিত্ৰ 'দেশপ্ৰেম দিৱস'ত আহক আমি সকলোৱে দেশৰ উন্নতিৰ বাবে সংকল্পবদ্ধ হওঁ।
​বিনম্ৰ শ্ৰদ্ধাঞ্জলি! 🙏

সুধাকণ্ঠলৈ প্ৰণাম
05/11/2025

সুধাকণ্ঠলৈ প্ৰণাম

15/08/2025



Address

Bagariguri, Jajori
Nagaon
782142

Opening Hours

Monday 9am - 3pm
Tuesday 9am - 3pm
Wednesday 9am - 3pm
Thursday 9am - 3pm
Friday 9am - 3pm
Saturday 9am - 3pm

Telephone

+919395987928

Website

Alerts

Be the first to know and let us send you an email when Rangatuni Pukhuri Par LPS posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Rangatuni Pukhuri Par LPS:

Shortcuts

Share

Category